• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ ভূমিকম্পক কঁপি উঠিল ফিলিপাইন্স, মৃতকৰ সংখ্যা ৬৯লৈ বৃদ্ধি আহত কেইবাশ লোক

ভয়ংকৰ ভূমিকম্পক কঁপি উঠিল ফিলিপাইন্স, মৃতকৰ সংখ্যা ৬৯লৈ বৃদ্ধি আহত কেইবাশ লোক

8 months ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

19 minutes ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

37 minutes ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

1 hour ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

1 hour ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

2 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

2 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

2 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

3 hours ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

3 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

4 hours ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

4 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভয়ংকৰ ভূমিকম্পক কঁপি উঠিল ফিলিপাইন্স, মৃতকৰ সংখ্যা ৬৯লৈ বৃদ্ধি আহত কেইবাশ লোক

ভয়ংকৰ ভূমিকম্পক কঁপি উঠিল ফিলিপাইন্স, মৃতকৰ সংখ্যা ৬৯লৈ বৃদ্ধি আহত কেইবাশ লোক

editor by editor
October 1, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
ভয়ংকৰ ভূমিকম্পক কঁপি উঠিল ফিলিপাইন্স, মৃতকৰ সংখ্যা ৬৯লৈ বৃদ্ধি আহত কেইবাশ লোক
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ ভূমিকম্পত কঁপি উঠিল মধ্য ফিলিপাইন্স। ভূমিকম্পৰ তীব্ৰতা আছিল ৰিখটাৰ স্কেলত ৬.৯। এই ভূমিকম্পত বৰ্তমানলৈ ৬৯ জনে হেৰুৱাইছে প্ৰাণ। আহত ১৫০তকৈ বেছি বুলি ৰয়টাৰ্ছত ৰিপৰ্টত প্ৰকাশ পাইছে। মৃত আৰু আহতসকলৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলিও আশংকা কৰা হৈছে সেই দেশৰ প্ৰশাসনৰ তৰফৰ পৰা।

এই  প্ৰসংগত ইউনাইটেড ষ্টেট জিঅলজিকেল ছাৰ্ভেই জনাইছে যে এই ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল বোগোৰ উত্তৰপূৰ্বৰ পৰা ১৭ কিঃমিঃ দূৰৈত। এখন সমুদ্ৰতীৰবৰ্তী চহৰত। ইয়াত মুটামুটি ৯০ হাজাৰ মানুহে বসবাস কৰে। ই অন্য়তম জনপ্ৰিয় এক পৰ্যটন স্থল। ইয়াতেই আছিল ভূমিকম্পৰ কেন্দ্ৰস্থল। যাৰ ফলত এই অঞ্চলসহ এক বিস্তিৰ্ণ অঞ্চলজুৰি ক্ষয়ক্ষতি হৈছে। চহৰ আৰু গাওঁৰ বহু সংখ্যক ঘৰ ইতিমধ্যেই ভূমিকম্পৰ ফলত খহি পৰিছে। অসংখ্য লোকে হেৰুৱাইছে প্ৰাণ। আহত হৈছে বহুজন।

এই ভূমিকম্পত সকলোতকৈ বেছি ক্ষতিগ্ৰস্থ হৈছে বোগো অঞ্চল। ইয়াতেই ১৪ জন মানুহে প্ৰাণ হেৰুৱাইছে। ইয়াৰে পাহাৰীয়া এলেকাত ভূমিস্খলনৰ ঘটনাও ঘটিছে। যাৰ ফলত বহু ঘৰ এতিয়া মাটিৰ তলত পোত গৈছে। উদ্ধাৰকাৰী দলে ভূমিস্খলন হোৱা অঞ্চলত খৰতকীয়াকৈ চলাইছে উদ্ধাৰ অভিযান। মাটিৰ তলত বহু লোক আৱদ্ধ হোৱাৰো সন্দেহ কৰিছে উদ্ধাৰকাৰী দলে। ইফালে আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

ছেন ৰিমিজিও চহৰত বাঢ়িছে মৃতকৰ সংখ্যা

ফিলিপাইন্সৰ ছান ৰিমিজিও চহৰত বাঢ়িছে আহত আৰু মৃতকৰ সংখ্যা। ইতিমধ্যেই সেই অঞ্চলত ৬ জন মৃত বুলি জনাইছে প্ৰশাসনে। এইসকলৰ মাজত আছে ৩ জন কোষ্ট গাৰ্গ, ১জন উদ্ধাৰকাৰী আৰু ১এগৰাকী শিশু। এই চহৰৰ উপ মেয়ৰ এলফি ৰেইনেজে সহায় বিচাৰি ইতিমধ্যে চৰকাৰক আবেদন জনাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে
ভাৰত

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

June 6, 2026
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

June 6, 2026
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল
বিনোদন

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

June 6, 2026
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি
বিনোদন

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

June 6, 2026
Next Post
দীপাৱলিৰ পূৰ্বে বৃহস্পতি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, ১৮ অক্টোবৰৰ পৰা ৩ৰাশিৰ ভাগ্য উজ্জ্বল হ’ব

দীপাৱলিৰ পূৰ্বে বৃহস্পতি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, ১৮ অক্টোবৰৰ পৰা ৩ৰাশিৰ ভাগ্য উজ্জ্বল হ'ব

পূজাৰ পাছতেই ভাগ্য চমকিব ৫ ৰাশিৰ, বিজয়া দশমীৰ পৰাই সাফল্যৰ দুৱাৰ খুলিব এইকেইটা ৰাশিৰ

পূজাৰ পাছতেই ভাগ্য চমকিব ৫ ৰাশিৰ, বিজয়া দশমীৰ পৰাই সাফল্যৰ দুৱাৰ খুলিব এইকেইটা ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.