• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূজাৰ পাছতেই ভাগ্য চমকিব ৫ ৰাশিৰ, বিজয়া দশমীৰ পৰাই সাফল্যৰ দুৱাৰ খুলিব এইকেইটা ৰাশিৰ

পূজাৰ পাছতেই ভাগ্য চমকিব ৫ ৰাশিৰ, বিজয়া দশমীৰ পৰাই সাফল্যৰ দুৱাৰ খুলিব এইকেইটা ৰাশিৰ

10 months ago
পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

8 minutes ago
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

2 hours ago
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

2 hours ago
এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

2 hours ago
ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

3 hours ago
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

4 hours ago
‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

4 hours ago
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

6 hours ago
শনিবাৰে নকৰিব এইবোৰ কাম

শনিবাৰে নকৰিব এইবোৰ কাম

6 hours ago
ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

7 hours ago
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

8 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পূজাৰ পাছতেই ভাগ্য চমকিব ৫ ৰাশিৰ, বিজয়া দশমীৰ পৰাই সাফল্যৰ দুৱাৰ খুলিব এইকেইটা ৰাশিৰ

পূজাৰ পাছতেই ভাগ্য চমকিব ৫ ৰাশিৰ, বিজয়া দশমীৰ পৰাই সাফল্যৰ দুৱাৰ খুলিব এইকেইটা ৰাশিৰ

editor by editor
October 1, 2025
in জীৱনশৈলী
0
পূজাৰ পাছতেই ভাগ্য চমকিব ৫ ৰাশিৰ, বিজয়া দশমীৰ পৰাই সাফল্যৰ দুৱাৰ খুলিব এইকেইটা ৰাশিৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অক্টোবৰৰ আৰম্ভণিতেই শেষ হ’ব দুৰ্গাপূজা৷ আগন্তুক ২ অক্টোবৰত পালিত হব বিজয়া দশমী৷ আৰু দুৰ্গাপূজাৰ পাছতেই অক্টোবৰ মাহজুৰি সকলো কামতে প্ৰচুৰ সাফল্য পাব কেইটামান ৰাশিৰ জাতকে৷ অক্টোবৰত তুলা ৰাশিত একত্ৰ অৱস্থান কৰিব সূৰ্য আৰু মঙ্গলে৷ এই দুই গ্ৰহৰ যুঁটিত তুলা ৰাশিত আদিত্য মঙ্গল যোগ গঠন হব৷ সূৰ্য আৰু মঙ্গল, দুই গ্ৰহৰ প্ৰভাৱত এনাৰ্জি বাঢ়িব কেইটামান ৰাশিৰ জাতকৰ৷ কেৰিয়াৰত সাফল্য পাব আৰু আৰ্থিক লাভ হব পাৰে৷ জানি থওক এই তালিকাত আছে কোন কোন ৰাশিৰ জাতক?

বৃষ ৰাশি

অক্টোবৰ মাহ শুভ হব বৃষ ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত ওচৰ বা দূৰ ভ্ৰমণ কৰিব পাৰে৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ যোগ আছে৷ কোনো বাধা বহু দিন ধৰি আপোনাৰ কামত ব্যাঘাত সৃষ্টি কৰিলে এইবাৰ সেই ব্যাঘাত দূৰ হব৷ আয় বঢ়াৰো যোগ আছে৷ কাৰ্যালয়ত ছিনিয়ৰ আৰু জুনিয়ৰসকলৰ সহায় পাব৷

মিথুন ৰাশি

দশমীৰ পৰা এমাহ সুখ সৌভাগ্যৰে ভৰিব মিথুন ৰাশিৰ জাতকৰ জীৱন৷ এই সময়ত আপোনাৰ মনত শান্তি থাকিব৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে৷ ইয়াৰ ফলত আপোনাৰ মনত সম্পত্তি সংক্ৰান্তিয় যাৱতীয় দুশ্চিন্তা দূৰ হব৷ নতুন মাটি, ঘৰ, বাহন ক্ৰয় কৰিব পাৰে৷

কৰ্কট ৰাশি

অক্টোবৰ মাহ খুব ভালকৈ কটাব কৰ্কট ৰাশিৰ জাতকে৷ নিজৰ মতামত অন্যৰ সন্মুখত খুব ভালকৈ তুলি ধৰিব পাৰিব৷ এই সময়ত কেৰিয়াৰত কাঙ্খিত সাফল্য পোৱাৰ সম্ভাৱনা আছে৷ নিজৰ বুদ্ধি খটুৱাই সকলো বাধা দূৰ কৰিব পাৰিব৷ যিয়ে আপোনাৰ কেৰিয়াৰত সমস্যা সৃষ্টি কৰিছিল সেইসমূহ সমস্যা দূৰ হব৷

সিংহ ৰাশি

সকলো দিশৰ পৰাই অক্টোবৰ মাহ আপোনাৰ বাবে শুভ মাহ হব৷ এই সময়ত কাঙ্খিত ফলাফল পাব৷ আপোনাৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাই সাফল্য কঢ়িয়াই আনিব৷ চকুত লগা সাফল্য লাভ কৰিব পাৰিব৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ বিৰোধী আপোনাৰ ওচৰত পৰাস্ত হব৷

তুলা ৰাশি

অক্টোবৰত সাফল্য লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ এই মাহত ভাগ্য সম্পূৰ্ণৰূপে আপোনাৰ কাষত থাকিব৷ বাকী থকা সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব৷ সাহস আৰু পৰিশ্ৰমৰ জোৰত লক্ষ্যত উপনীত হব৷ সমস্যাৰ পৰা বাহিৰলৈ ওলাবলৈ বন্ধুৰ সহায় পাব৷ অংশীদাৰীৰ ব্যৱসায়ত আৰ্থিক লাভ হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ
প্ৰযুক্তি

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

July 18, 2026
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?
জীৱনশৈলী

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

July 18, 2026
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?
জীৱনশৈলী

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

July 18, 2026
শনিবাৰে নকৰিব এইবোৰ কাম
জীৱনশৈলী

শনিবাৰে নকৰিব এইবোৰ কাম

July 18, 2026
Next Post
পৃথিৱীৰ কক্ষপথলৈ ধীৰে ধীৰে নামিছে নাছাৰ টেলিস্কোপ, ২০২৬ ৰ ভিতৰতেই পৃথিৱীৰ কক্ষপথত প্ৰৱেশৰ সম্ভাৱনা, ইয়াৰ ফলত কি ভয়ংকৰ ঘটনা হ’ব পাৰে?

পৃথিৱীৰ কক্ষপথলৈ ধীৰে ধীৰে নামিছে নাছাৰ টেলিস্কোপ, ২০২৬ ৰ ভিতৰতেই পৃথিৱীৰ কক্ষপথত প্ৰৱেশৰ সম্ভাৱনা, ইয়াৰ ফলত কি ভয়ংকৰ ঘটনা হ'ব পাৰে?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আদালতত জবানবন্দী লোৱা হ’ল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আদালতত জবানবন্দী লোৱা হ'ল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.