• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৃথিৱীৰ কক্ষপথলৈ ধীৰে ধীৰে নামিছে নাছাৰ টেলিস্কোপ, ২০২৬ ৰ ভিতৰতেই পৃথিৱীৰ কক্ষপথত প্ৰৱেশৰ সম্ভাৱনা, ইয়াৰ ফলত কি ভয়ংকৰ ঘটনা হ’ব পাৰে?

পৃথিৱীৰ কক্ষপথলৈ ধীৰে ধীৰে নামিছে নাছাৰ টেলিস্কোপ, ২০২৬ ৰ ভিতৰতেই পৃথিৱীৰ কক্ষপথত প্ৰৱেশৰ সম্ভাৱনা, ইয়াৰ ফলত কি ভয়ংকৰ ঘটনা হ’ব পাৰে?

1 year ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

32 minutes ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

2 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

2 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

2 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

10 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

10 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

11 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

11 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

12 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

13 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

14 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পৃথিৱীৰ কক্ষপথলৈ ধীৰে ধীৰে নামিছে নাছাৰ টেলিস্কোপ, ২০২৬ ৰ ভিতৰতেই পৃথিৱীৰ কক্ষপথত প্ৰৱেশৰ সম্ভাৱনা, ইয়াৰ ফলত কি ভয়ংকৰ ঘটনা হ’ব পাৰে?

পৃথিৱীৰ কক্ষপথলৈ ধীৰে ধীৰে নামিছে নাছাৰ টেলিস্কোপ, ২০২৬ ৰ ভিতৰতেই পৃথিৱীৰ কক্ষপথত প্ৰৱেশৰ সম্ভাৱনা, ইয়াৰ ফলত কি ভয়ংকৰ ঘটনা হ'ব পাৰে?

editor by editor
October 3, 2025
in জীৱনশৈলী
0
পৃথিৱীৰ কক্ষপথলৈ ধীৰে ধীৰে নামিছে নাছাৰ টেলিস্কোপ, ২০২৬ ৰ ভিতৰতেই পৃথিৱীৰ কক্ষপথত প্ৰৱেশৰ সম্ভাৱনা, ইয়াৰ ফলত কি ভয়ংকৰ ঘটনা হ’ব পাৰে?
0
SHARES
384
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাছাৰ ১.৪ টন ওজনৰ নীল গেৰেলছ ছুইফট অবজাৰভেটৰি ধীৰে ধীৰে পৃথিৱীৰ বায়ুমণ্ডলৰ দিশে নামি আহিছে। মহাকাশ বিজ্ঞানীৰ এই বিষয়ক লৈ বাঢ়িছে দুশ্চিন্তা। যদি দ্ৰুতভাৱে ব্যৱস্থা লোৱা নহয় তেন্তে এই মহাকাশ টেলিস্কোপ আগন্তুক কেইবা বছৰৰ ভিতৰতেই পুৰি ছাই হৈ যাব। এতিয়াই সেই টেলিস্কোপক সেয়ে উচ্চতৰ কক্ষপথলৈ ঠেলি দিয়াৰো চেষ্টা আৰম্ভ কৰিছে বিজ্ঞানীয়ে।

ছুইফট অৱজাৰভেটৰি কি

২০০৪ চনত উৎক্ষেপিত ছুইফট টেলিস্কোপ মূলত গামা ৰে বাৰ্ষ্ট চিনাক্ত কৰাৰ বাবে ডিজাইন কৰা হৈছিল। গামা ৰে বিস্ফোৰণ হৈছে মহাবিশ্বৰ সকলোতকৈ শক্তিশালী বিস্ফোৰণ। টেলিস্কোপটোৱে দ্ৰুততৰভাৱে ঘূৰি এই ঘটনাসমূহক গামা ৰে, এক্স ৰে, অতিবেঙুনীয়া আৰু দৃশ্যমান পোহৰৰ তৰংগ দৈৰ্ঘ্য ৰেকৰ্ড কৰে। আৰু পৃথিৱীত থকা বিজ্ঞানীসকলক তাৎক্ষণিক তথ্য পঠিয়াই। ইয়াৰোপৰি ছুইফট ব্লেক হোল, নিউট্ৰণ তৰা, ছুপাৰনোভা আৰু নানান উচ্চশক্তিৰ মহাজাগতিক ঘটনাৰ ওপৰত নজৰ ৰাখে এই টেলিস্কোপে। বৰ্তমান এই টেলিস্কোপটো পৃথিৱীৰ পৰা প্ৰায় ৫৮৫ কিঃমিঃ উচ্চতাৰ নিম্ন কক্ষপথত অৱস্থান কৰি আছে। বায়ুমণ্ডলৰ টানৰ কাৰণে সেয়া ক্ৰমে তললৈ নামিবলৈ ধৰিছে।

নাছাৰ হিচাপ অনুসৰি যদি কোনো পদক্ষেপ গ্ৰহণ কৰা নহয় তেন্তে ২০২৬ চনৰ শেষত টেলিস্কোপটোৱে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ ৯০ শতাংশ সম্ভাৱনা আছে। আৰু প্ৰৱেশ কৰিলেই পুৰি ছাই হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। এই বিশেষ টেলিস্কোপটোৰ দামো প্ৰায় ৫০০ মিলিয়ন ডলাৰ আৰু মহাকাশ বিজ্ঞানত এই টেলিস্কোপটোৰ অৱদানো অপৰিসীম। সেয়ে নাছাই টেলিস্কোপটোক বচাবৰ বাবে নাছা এৰিজোনা ভিত্তিক কোম্পানী কেটলিষ্ট স্পেছ টেকনোলজিছক দায়িত্ব দিছে। বিশেষ কোম্পানীটোৱে অচিৰেই এখন মহাকাশযান পঠিয়াই ছুইফটক ধৰি উচ্চতৰ কক্ষপথলৈ ঠেলি পঠিয়াব।

এই কামৰ বাবে নাছা কেটলিষ্টে ৩০ মিলিয়ন ডলাৰৰ চুক্তিও কৰিছে। ২০২৬ চনৰ মে মাহত এই ডকিং আৰু কক্ষপথৰ ঠেলি পঠিওৱাৰ মিছন আৰম্ভ হব। এইসমূহ সমস্যাৰ মাজতেই চীনে উন্নত কক্ষপথত ছেটেলাইট ঘূৰা ফুৰাৰ পদ্ধতি পৰীক্ষা কৰিছে। যাৰ বাবে ৱাছিংটন কিছু চিন্তিতও হৈছে। তেওঁলোকৰ মতে এই প্ৰযুক্তিৰে মহাকাশ প্ৰতিৰক্ষাৰ ওপৰিও আক্ৰমণাত্মক কামতো ব্যৱহাৰ হব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

October 8, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 7, 2026
Next Post
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আদালতত জবানবন্দী লোৱা হ’ল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আদালতত জবানবন্দী লোৱা হ'ল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ

শ্যামকানুৰ লেখ আবেদনৰ প্ৰতিটো পৃষ্ঠাত কি আছে? জানি থওক শ্যামকানুৰ লেখ আবেদনত লিখা A-Z তথ্য

শ্যামকানুৰ লেখ আবেদনৰ প্ৰতিটো পৃষ্ঠাত কি আছে? জানি থওক শ্যামকানুৰ লেখ আবেদনত লিখা A-Z তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.