• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্যামকানুৰ লেখ আবেদনৰ প্ৰতিটো পৃষ্ঠাত কি আছে? জানি থওক শ্যামকানুৰ লেখ আবেদনত লিখা A-Z তথ্য

শ্যামকানুৰ লেখ আবেদনৰ প্ৰতিটো পৃষ্ঠাত কি আছে? জানি থওক শ্যামকানুৰ লেখ আবেদনত লিখা A-Z তথ্য

1 year ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

1 hour ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

2 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

3 hours ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

17 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

17 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

18 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

19 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

19 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

20 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

20 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

21 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শ্যামকানুৰ লেখ আবেদনৰ প্ৰতিটো পৃষ্ঠাত কি আছে? জানি থওক শ্যামকানুৰ লেখ আবেদনত লিখা A-Z তথ্য

শ্যামকানুৰ লেখ আবেদনৰ প্ৰতিটো পৃষ্ঠাত কি আছে? জানি থওক শ্যামকানুৰ লেখ আবেদনত লিখা A-Z তথ্য

editor by editor
October 3, 2025
in অসম, জীৱনশৈলী
0
শ্যামকানুৰ লেখ আবেদনৰ প্ৰতিটো পৃষ্ঠাত কি আছে? জানি থওক শ্যামকানুৰ লেখ আবেদনত লিখা A-Z তথ্য
0
SHARES
518
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
জুবিনৰ মৃত্যুৰ গোচৰ CBIলৈ হস্তান্তৰৰ আবেদন মূল অভিযুক্ত শ্যামকানু মহন্তৰ।
সূত্ৰৰ খবৰ অনুসৰি মালয়েছিয়াৰ পৰা কৰা হৈছিল শ্যামকানুৰ লেখ আৱেদন।
শ্যামকানুৰ লেখ আৱেদনৰ নটাৰী কৰা হৈছিল মালয়েছিয়াত।
উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা তদাৰকৰ আহ্বান জনাইছিল শ্যামকানুয়ে।
১৭৪ পৃষ্ঠাজোৰা এই লেখ আবেদনত জুবিনৰ মৃত্যুৰ গোচৰৰ তদন্ত অসম আৰক্ষীৰ পৰা হস্তান্তৰৰ অনুৰোধ জনাইছে শ্যামকানুৱে।
অসম আৰক্ষীৰ পৰা CBIলৈ এই গোচৰ হস্তান্তৰৰ আবেদন কৰিছে শ্যামকানু মহন্তই।
গোচৰত শ্যামকানুৰ পৰিয়ালৰ লোকক কৰায়ত্ত নকৰাৰ বাবেও আহ্বান জনোৱা হৈছে।
ইফালে ১৪ দিনীয়া আৰক্ষীৰ জিম্মাত থকা শ্যামকানুৰ পৰা বহু তথ্য উলিয়াইছে তদন্তকাৰী বিষয়াসকলে বুলিও প্ৰকাশ পাইছে তথ্য।
মালয়েছিয়াৰ পৰা কৰা লেখ আবেদনত মুখ্যমন্ত্ৰীৰ কথাও উল্লেখ কৰিছে শ্যামকানু মহন্তই।
মুখ্যমন্ত্ৰীয়ে নেতিবাচক মন্তব্য কৰা বুলি উল্লেখ কৰা হৈছে আবেদনত।
সেইবাবেই CIDৰ তদন্তত বিশ্বাস নাই বুলি আবেদন কৰিছে শ্যামকানু মহন্তই।
আবেদনত সুশান্ত সিং ৰাজপুতৰ প্ৰসংগও উল্লেখ কৰিছে শ্যামকানুৱে।
আবেদনত ৰিয়া চক্ৰৱৰ্তী আৰু বিহাৰ চৰকাৰৰ প্ৰসংগও উল্লেখ কৰিছে শ্যামকানুৱে।
মুখ্যমন্ত্ৰীৰ ‘এক্স’ পোষ্টৰ স্ক্ৰীণশ্বটো সন্নিবিষ্ট কৰা হৈছে আবেদনত।
ITBPৰ জোৱানে ঘৰৰ সন্মুখত ‘জয় জুবিনদা’ ধ্বনি দিয়াৰ কথাও উল্লেখ কৰা হৈছে।
সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিও শ্যামকানুৱে গাঁঠি দিলে আবেদনত।
ছিংগাপুৰ আৰক্ষীয়ে গোচৰটোত শ্যামকানুক অভিযুক্ত কৰা নাই বুলি দাবী ফেষ্টিভেল মহন্ত খ্যাত শ্যামকানুৰ।
ভাৰতত শ্যামকানুক অপৰাধী সজোৱাৰ কোনো ভিত্তি নাই বুলি উল্লেখ কৰিছে শ্যামকানুৱে।
উপযুক্ত প্ৰমাণ অবিহনে দোষী সজোৱা হৈছে বুলি অভিযোগ শ্যামকানুৰ।
ভাৰতীয় সময়মতে দিনৰ ১ বজাতহে জুবিনৰ মৃত্যুৰ খবৰ পোৱা বুলি উল্লেখ।
সিদ্ধাৰ্থ শৰ্মাই ফোন কৰি জনোৱাতহে শ্যামকানুৱে খবৰ পোৱা বুলি উল্লেখ কৰা হৈছে লেখ আবেদনত।
অসমত জীৱনৰ প্ৰতি ভাবুকি অহা বুলিও উচ্চতম ন্যায়ালয়ত জনাইছে শ্যামকানুৱে।
সংবাদ মাধ্যম, সামাজিক মাধ্যমযোগে পোৱা ভাবুকিৰ কথা উল্লেখ কৰিছে আবেদনত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!
জীৱনশৈলী

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

October 4, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

October 4, 2026
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Next Post
বান-ভূমিস্খলনে আকৌ কোঙা কৰিছে এই দেশক… বৰ্তমানলৈ মৃতকৰ সংখ্যা ৫১ জনলৈ বৃদ্ধি

বান-ভূমিস্খলনে আকৌ কোঙা কৰিছে এই দেশক... বৰ্তমানলৈ মৃতকৰ সংখ্যা ৫১ জনলৈ বৃদ্ধি

আজি কোজাগৰী লক্ষ্মীপূজা, আজিয়েই জানি থওক মা লক্ষ্মীৰ প্ৰিয় এই ৪ৰাশিক

আজি কোজাগৰী লক্ষ্মীপূজা, আজিয়েই জানি থওক মা লক্ষ্মীৰ প্ৰিয় এই ৪ৰাশিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.