• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আদালতত জবানবন্দী লোৱা হ’ল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আদালতত জবানবন্দী লোৱা হ’ল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ

10 months ago
চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

19 minutes ago
পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

57 minutes ago
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

2 hours ago
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

3 hours ago
এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

3 hours ago
ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

4 hours ago
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

4 hours ago
‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

5 hours ago
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

6 hours ago
শনিবাৰে নকৰিব এইবোৰ কাম

শনিবাৰে নকৰিব এইবোৰ কাম

7 hours ago
ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

8 hours ago
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আদালতত জবানবন্দী লোৱা হ’ল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আদালতত জবানবন্দী লোৱা হ'ল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ

editor by editor
October 3, 2025
in জীৱনশৈলী
0
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আদালতত জবানবন্দী লোৱা হ’ল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ
0
SHARES
210
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আদালতত জবানবন্দী লোৱা হল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ।
মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত BNS 183 ধাৰাত জবানবন্দী লিপিবদ্ধ কৰা হল গৰিমা শইকীয়া গাৰ্গৰ।
জুবিনৰ মৃত্যুক লৈ সন্দেহ ব্যক্ত কৰা প্ৰতিটো কথা আদালতক জনালে গৰিমাই।
য়ট যাত্ৰাৰ কথা অৱগত নোহোৱাৰ কথা আদালতত জনাইছে আদালতত।
উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদঘাটন কৰিবলৈ ক্ষিপ্ৰগতিত তদন্ত কৰিছে CIDৰ SITএ।
ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰে নাম সাঙোৰ খোৱা ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
জুবিনৰ মৃত্যুৰে নাম সাঙোৰ খোৱা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছে CIDৰ SITএ।
শ্যামকানু আৰু সিদ্ধাৰ্থৰ দৰেই ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

July 18, 2026
পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ
প্ৰযুক্তি

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

July 18, 2026
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?
জীৱনশৈলী

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

July 18, 2026
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?
জীৱনশৈলী

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

July 18, 2026
Next Post
শ্যামকানুৰ লেখ আবেদনৰ প্ৰতিটো পৃষ্ঠাত কি আছে? জানি থওক শ্যামকানুৰ লেখ আবেদনত লিখা A-Z তথ্য

শ্যামকানুৰ লেখ আবেদনৰ প্ৰতিটো পৃষ্ঠাত কি আছে? জানি থওক শ্যামকানুৰ লেখ আবেদনত লিখা A-Z তথ্য

বান-ভূমিস্খলনে আকৌ কোঙা কৰিছে এই দেশক… বৰ্তমানলৈ মৃতকৰ সংখ্যা ৫১ জনলৈ বৃদ্ধি

বান-ভূমিস্খলনে আকৌ কোঙা কৰিছে এই দেশক... বৰ্তমানলৈ মৃতকৰ সংখ্যা ৫১ জনলৈ বৃদ্ধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.