• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃৰ নিহতৰ পাছত স্কুল এৰি ৯ বছৰ বয়সৰ পৰাই পৰিয়ালৰ দায়িত্ব লোৱা সেই শিশু আজি বিশ্বৰ ভিতৰতে অন্যতম

পিতৃৰ নিহতৰ পাছত স্কুল এৰি ৯ বছৰ বয়সৰ পৰাই পৰিয়ালৰ দায়িত্ব লোৱা সেই শিশু আজি বিশ্বৰ ভিতৰতে অন্যতম

2 years ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

1 hour ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

1 hour ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

2 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

2 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

3 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

5 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

6 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

6 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

7 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

8 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

9 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

পিতৃৰ নিহতৰ পাছত স্কুল এৰি ৯ বছৰ বয়সৰ পৰাই পৰিয়ালৰ দায়িত্ব লোৱা সেই শিশু আজি বিশ্বৰ ভিতৰতে অন্যতম

editor by editor
November 22, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
পিতৃৰ নিহতৰ পাছত স্কুল এৰি ৯ বছৰ বয়সৰ পৰাই পৰিয়ালৰ দায়িত্ব লোৱা সেই শিশু আজি বিশ্বৰ ভিতৰতে অন্যতম
0
SHARES
421
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পিতৃৰ নিহতৰ পাছত স্কুল এৰি ৯ বছৰ বয়সৰ পৰাই পৰিয়ালৰ দায়িত্ব লোৱা সেই শিশু আজি বিশ্বৰ ভিতৰতে অন্যতম

পিতৃৰ মৃত্যুৰ পাছত এগৰাকী পুত্ৰৰ ওপৰত আহি পৰে সেই পৰিয়ালৰ দায়িত্ব। তেনেদৰেই এটি শিশুৰ জীৱনটো ঘটিছিল একেই ঘটনা। পিতৃৰ অকাল মৃত্যুৰ পাছত মাথো ৯ বছৰ বয়সতে সম্ভালি লৈছিল পৰিয়ালৰ দায়িত্ব। এই দায়িত্বৰ বাবে বিদ্যালয়ো ত্যাগ কৰিবলৈ বাধ্য হৈছিল সেই শিশুটি। পাছে আজিৰ তাৰিখত বিশ্বৰ ভিতৰতে এগৰাকী লেখত লবলগীয়া লোক হৈ পৰে।

এসময়ত টকা উপাৰ্জন কৰি ঘৰ চলোৱা সেই শিশুটি এতিয়া সমগ্ৰ বিশ্বতে প্ৰখ্যাত নাম হৈ পৰিছে। আজি সমগ্ৰ বিশ্বই এই শিশুটিৰ প্ৰতিভাক প্ৰণাম জনাইছে আৰু ডাঙৰ ডাঙৰ শিল্পীসকলেও তেওঁৰ দৰে হ’বলৈ সপোন ৰচিছে।

পিতৃ নোহোৱাৰ পাছট এটা এটা টকাৰ বাবে হাহাকাৰ কৰা সেই শিশুৱে বৰ্তমান সময়ত একোটা সংগীতৰ অনুষ্ঠানৰ বাবদ লয় কোটিৰ ঘৰত টকা। তেঁও যি গীততেই সংগীত কৰে সেই গীত হিট গ্যাৰাণ্টী। অস্কাৰ বঁটাৰলগতে, সংগীতৰ নোবেল বঁটা খ্যাত গ্ৰেমী বঁটাও লাভ কৰিছে তেখেতে।

হয়, ঠিকেই ধৰিছে , সেই লোকগৰাকী অন্য কোনো নহয়, ভাৰতীয় সংগীত জগতৰ তাৰকা আল্লা ৰাকখা ৰহমান তথা এ আৰ ৰহমান।

এ আৰ ৰহমানে শৈশৱৰ পৰাই পিতৃৰ পৰা পিয়ানো বজাবলৈ শিকিবলৈ আৰম্ভ কৰিছিল। মাত্ৰ চাৰি বছৰ বয়সৰ পৰাই ৰহমান পিয়ানোত সিদ্ধহস্ত গৈ পৰিছিল। পিতৃয়ে ৰহমানৰ প্ৰতিভাক চিনি পাই তেওঁক নিজৰ সহায়ক কৰি লৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: A R RahmanA R Rahman ChildhoodIndianIndian MovieIndian MusicianRahman
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?
বিনোদন

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

July 21, 2026
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ
বিনোদন

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

July 21, 2026
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
Next Post
পুৱাই বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে পিতৃ-কন্যাই, ক্ষোভিত জনতাই জ্বলাই দিলে বাছ

পুৱাই বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে পিতৃ-কন্যাই, ক্ষোভিত জনতাই জ্বলাই দিলে বাছ

বিবাহ বিচ্ছেদৰ পিছতে এ আৰ ৰহমানৰ ফালৰ পৰা সুখবৰ, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে পোষ্ট

বিবাহ বিচ্ছেদৰ পিছতে এ আৰ ৰহমানৰ ফালৰ পৰা সুখবৰ, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে পোষ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.