• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

2 months ago
প্ৰেমৰ বতাহত মাতাল হৈ কঁহুৱা হালিছে, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ কঁহুৱা হালিছে, কবিৰ হৃদয়ত বাজিছে বীণা!

4 minutes ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

1 hour ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

2 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

2 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

11 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

12 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

12 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

12 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

13 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

13 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

14 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

সম্প্ৰতি নৱজাতক আৰু মাতৃৰ স্বাস্থ্য কেনে?

editor by editor
July 22, 2026
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই
0
SHARES
100
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানত এগৰাকী মহিলাই একেলগে পাঁচটাকৈ সন্তান জন্ম দিছে। চিকিৎসা বিশেষজ্ঞসকলে ইয়াক এক অতি দুৰ্লভ ঘটনা বুলি অভিহিত কৰিছে। বেলুচিস্তান প্ৰদেশৰ ৰাজধানী কুৱেটাৰ এখন চিকিৎসালয়ত এই বিৰল ঘটনাটো সংঘটিত হৈছে। চিকিৎসালয়ৰ কৰ্তৃপক্ষই মঙলবাৰে এই তথ্য প্ৰকাশ কৰে। চিকিৎসকসকলে সদৰী কৰা অনুসৰি, মাতৃ আৰু নবজাতকসকলক চিকিৎসালয়ত বিশেষ পৰ্যবেক্ষণত ৰখা হৈছে।
কুৱেটাৰ চিকিৎসালয় কৰ্তৃপক্ষৰ প্ৰকাশ কৰা বিবৃতি অনুসৰি, গৰ্ভৱতী মহিলাগৰাকীক চিকিৎসালয়লৈ অনাৰ পিছত তেওঁ একেলগে পাঁচটা সন্তান জন্ম দিয়ে। ইয়াৰ ভিতৰত তিনিটা কন্যা আৰু দুটা পুত্ৰ সন্তান। চিকিৎসকসকলে জনায় যে, প্ৰসৱ প্ৰক্ৰিয়াটো জটিল আছিল যদিও সফলতাৰে সম্পন্ন কৰা হৈছে। বৰ্তমান মাতৃ আৰু পাঁচোটা নবজাতকেই সুস্থ আৰু স্থিৰ অৱস্থাত আছে।

চিকিৎসা বিষয়াসকলে জনোৱা মতে, মাতৃ আৰু নৱজাতকক Special Care Unitলৈ স্থানান্তৰ কৰা হৈছে। সাৱধানতামূলক ব্যৱস্থা হিচাপে তেওঁলোকৰ নিয়মীয়া চিকিৎসা আৰু নিবিড় পৰ্যবেক্ষণ অব্যাহত আছে।
পূৰ্বৰে তিনিটা সন্তানৰ মাতৃ আছিল মহিলাগৰাকী। নতুনকৈ জন্ম দিয়া ৫টি নৱজাতৰ সৈতে এতিয়া তেওঁৰ মুঠ সন্তানৰ সংখ্যা আঠটা হ’ল। আত্মীয়-স্বজন আৰু শুভাকাংক্ষীসকলে নিৰাপদ প্ৰসৱত আনন্দ প্ৰকাশ কৰাৰ লগতে মাতৃ আৰু নৱজাতকসকলৰ সুস্বাস্থ্য কামনা কৰিছে। পৰিয়ালটোৱে ইয়াক সৃষ্টিকৰ্তাৰ আশীৰ্বাদ বুলি উল্লেখ কৰি কয় যে, সকলো সন্তানক ভালদৰে ডাঙৰ-দীঘল কৰাৰ দায়িত্ব পালন কৰিব।

চিকিৎসালয় কৰ্তৃপক্ষই একেলগে পাঁচটা সন্তান জন্ম হোৱাটো এক অসাধাৰণ চিকিৎসাবিজ্ঞান-সংক্রান্ত ঘটনা বুলি উল্লেখ কৰিছে। চিকিৎসালয়ৰ তথ্য অনুসৰি, স্ত্ৰীৰোগ বিশেষজ্ঞ, শিশুৰোগ বিশেষজ্ঞ, নাৰ্ছ আৰু সহায়ক কৰ্মচাৰীৰ এটা দক্ষ দলে এই জটিল প্ৰসৱ সফলতাৰে সম্পন্ন কৰে। বৰ্তমান মাতৃ আৰু পাঁচোটা নবজাতকৰ স্বাস্থ্যৰ ওপৰত নিবিড়ভাৱে নজৰ ৰখা হৈছে। চিকিৎসকসকলে জনোৱা মতে, মাতৃ আৰু শিশুসকল এতিয়া বিপদমুক্ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24pregnancy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমৰ বতাহত মাতাল হৈ কঁহুৱা হালিছে, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ কঁহুৱা হালিছে, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?
বাণিজ্য

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

September 22, 2026
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!
জীৱনশৈলী

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

September 22, 2026
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

September 22, 2026
Next Post
আজি আপোনাৰ দিনটো কেনে যাব?

আজি আপোনাৰ দিনটো কেনে যাব?

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

দিল্লীৰ প্ৰতিবাদক লৈ কি ক'লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.