• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

1 month ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

27 minutes ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

51 minutes ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

1 hour ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

2 hours ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

3 hours ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

4 hours ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

4 hours ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

6 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

7 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

8 hours ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

22 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

আধাৰ কাৰ্ডক লৈ ইউআইডিএআইৰ ডাঙৰ আপডেট।

editor by editor
August 22, 2026
in বাণিজ্য, বিবিধ, লেখা
0
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা
0
SHARES
319
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আধাৰ কাৰ্ডৰ নতুন আপডেট। যদি আপোনাৰ ঘৰত সৰু ল’ৰা-ছোৱালী আছে আৰু তেওঁলোকৰ বাবে আধাৰ কাৰ্ড বনাইছে, তেন্তে আপোনাৰ বাবে এইটো গুৰুত্বপূৰ্ণ খবৰ। আধাৰৰ নিয়ন্ত্ৰক সংস্থা ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটি (ইউআইডিএআই)য়ে শিশুৰ বায়’মেট্ৰিক আপডেট সন্দৰ্ভত ডাঙৰ নিৰ্দেশনা দিছে।

ইউআইডিএআইয়ে জনোৱা মতে, পাঁচ বছৰ বয়স সম্পূৰ্ণ কৰাৰ পিছত শিশুৱে বায়’মেট্ৰিক আপডেট কৰিব লাগিব। তাৰ পিছত আকৌ এবাৰ ১৫ বছৰ বয়সত তেওঁলোকৰ বায়’মেট্ৰিক আপডেট কৰাটো বাধ্যতামূলক হ’ব। বায়’মেট্ৰিক আপডেটৰ সময়ত আধাৰ কাৰ্ডত শিশুটিৰ ফটো, আঙুলিৰ ছাপ আৰু আইৰিছ তথ্য সংগ্ৰহ কৰা হ’ব।

বিনামূলীয়া আপডেটৰ সুযোগ-

ইউআইডিএআইয়ে জনোৱা মতে, ৫ৰ পৰা ৭ বছৰ বয়সৰ শিশু আৰু ১৫ৰ পৰা ১৭ বছৰ বয়সৰ কিশোৰ-কিশোৰীক বায়’মেট্ৰিক আপডেট সম্পূৰ্ণ বিনামূলীয়াকৈ কৰাৰ সুযোগ দিয়া হৈছে। ৭ৰ পৰা ১৫ বছৰ বয়সৰ সকলেও আধাৰ কাৰ্ডত বিনামূলীয়াকৈ বায়’মেট্ৰিক আপডেট কৰিব পাৰিব। অৱশ্যে এই সুযোগ সীমিত সময়ৰ বাবে। এই আপডেট ৩০ ছেপ্টেম্বৰলৈকে বিনামূলীয়াকৈ কৰিব পাৰিব। তাৰ পিছত যদি আপডেট কৰিব বিচাৰে তেন্তে মাচুল লোৱা হ’ব।

যদি আপোনাৰ সন্তানৰ বায়’মেট্ৰিক্স এতিয়াও তেওঁলোকৰ আধাৰ কাৰ্ডত আপডেট কৰা হোৱা নাই তেন্তে এই এমাহৰ ভিতৰত আপডেট কৰিব পাৰিব।

কিয় ৫ বছৰ আৰু ১৫ বছৰৰ পিছত আধাৰ কাৰ্ড আপডেট কৰাটো প্ৰয়োজন?

শৈশৱত যেতিয়া আধাৰ কাৰ্ড প্ৰথম প্ৰদান কৰা হয় তেতিয়া শিশুটিৰ ফটো আৰু অন্যান্য সবিশেষ কাৰ্ডত লিপিবদ্ধ কৰা হয়। সেই সময়ত বায়’মেট্ৰিক তথ্য সংগ্ৰহ কৰা নহয়। যেতিয়া শিশুটিয়ে ৫ বছৰ সম্পূৰ্ণ কৰে তেতিয়া বায়’মেট্ৰিক তথ্য যেনে আঙুলিৰ ছাপ, আইৰিছ স্কেন আৰু এখন নতুন ফটো ৰেকৰ্ড কৰা হয়। তাৰ পিছত ১৫ বছৰ বয়সত পুনৰ আপডেট কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aadhaar Cardasom live 24UIDAI
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ
বিনোদন

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

October 4, 2026
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

October 4, 2026
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ
অসম

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

October 4, 2026
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?
বিনোদন

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

October 4, 2026
Next Post
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ'ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.