• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

3 weeks ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

35 minutes ago
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

1 hour ago
ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

2 hours ago
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

3 hours ago
ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

11 hours ago
এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

11 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

11 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

11 hours ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

৫ ৰাশিৰ জীৱনত আহিব শুভ পৰিৱৰ্তন, কিন্তু বাকীবোৰৰ বাবে হ’ব চিন্তনীয়!

12 hours ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

13 hours ago
গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

13 hours ago
iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

ভুলতো আওকাণ নকৰিব মাইগ্ৰেণৰ এইবোৰ লক্ষণ

editor by editor
August 22, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা
0
SHARES
309
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মূৰৰ বিষ এটা সাধাৰণ সমস্যা যিটো প্ৰায় সকলোৱেই এটা সময়ত অনুভৱ কৰে। মাইগ্ৰেণো এক প্ৰকাৰৰ মূৰৰ বিষ যদিও সাধাৰণ মূৰৰ বিষতকৈ ই সম্পূৰ্ণ পৃথক। এই অৱস্থাৰ ফলত হোৱা মূৰৰ বিষ যথেষ্ট কষ্টদায়ক। এনে লাগে যেন কোনোবাই মূৰৰত হাতুৰীৰে কোবাইছে। মাইগ্ৰেইণ হৈছে স্নায়ুৰ গুৰুতৰ সমস্যা যিয়ে দুয়োফালে বা মূৰৰ আধা অংশত আক্ৰান্ত হ’ব পাৰে। কিছুমানৰ বাবে মাইগ্ৰেইণৰ সমস্যা মাত্ৰ কেইঘণ্টামানহে হয়, কিন্তু আন কিছুমানৰ বাবে ই কেইবাদিনো ধৰি হ’ব পাৰে। কিছুমান কাৰণত এজন ব্যক্তিয়ে মাইগ্ৰেইণ এটেকৰ সন্মুখীন হ’ব পাৰে। ইয়াৰ লক্ষণসমূহৰ বিষয়ে জানো আহক।

সঘনাই মেজাজৰ পৰিৱৰ্তন

কিছুমান লোকৰ মাইগ্ৰেইণৰ ফলত মেজাজৰ পৰিৱৰ্তন হয়। দুখ বা খিংখিঙীয়া অনুভৱো কৰিব পাৰে। অৱশ্যে কিছুমানৰ বাবে অত্যন্ত সুখী বা উত্তেজনা অনুভৱ কৰে।

কম বেছি পৰিমাণে টোপনি

কিছুমান লোকে মাইগ্ৰেইণ এটেকৰ পূৰ্বে ভাগৰুৱা অনুভৱ কৰে, যাৰ ফলত কম বেছি পৰিমাণে টোপনি আহিব পাৰে। মাইগ্ৰেইণ ৰোগীয়ে এই লক্ষণসমূহ চিনাক্ত কৰিব লাগিব আৰু আক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হ’ব পাৰে।

পাচনতন্ত্ৰ প্ৰভাৱিত হয়

মাইগ্ৰেইণৰ এটেকৰ আগতে আপোনাৰ পাচনতন্ত্ৰ প্ৰভাৱিত হ’ব পাৰে, অৰ্থাৎ আপুনি কোষ্ঠকাঠিন্য বা ডায়েৰিয়া অনুভৱ কৰিব পাৰে। মাইগ্ৰেইন ৰোগীয়ে এই লক্ষণটোৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজন।

দৃষ্টিশক্তি অস্পষ্ট

মাইগ্ৰেইণৰ এটেক ওচৰ চাপি অহাৰ লগে লগে বহু লোকৰ দৃষ্টিশক্তি ম্লান হৈ পৰে। তদুপৰি উজ্জ্বল পোহৰেও চকুত প্ৰভাৱ পেলাব পাৰে। মাইগ্ৰেইণ ৰোগীয়ে এই লক্ষণসমূহ চিনি পাব লাগে, যিয়ে তেওঁলোকক আক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24health carehealthy lifestyle
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক
ভাৰত

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

September 12, 2026
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…
ভাৰত

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

September 12, 2026
ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল
অসম

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

September 12, 2026
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?
জীৱনশৈলী

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

September 12, 2026
Next Post
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ'ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ'ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.