• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘(a+b)²=কিমান?’ আৰক্ষীয়ে সোধা প্ৰশ্নক লৈ ৰাজ্যজুৰি চৰ্চা

‘(a+b)²=কিমান?’ আৰক্ষীয়ে সোধা প্ৰশ্নক লৈ ৰাজ্যজুৰি চৰ্চা

3 years ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

7 hours ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

7 hours ago
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

8 hours ago
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

8 hours ago
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

10 hours ago
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

11 hours ago
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

12 hours ago
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

13 hours ago
দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

14 hours ago
আজি আপোনাৰ দিনটো কেনে যাব?

আজি আপোনাৰ দিনটো কেনে যাব?

15 hours ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

1 day ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘(a+b)²=কিমান?’ আৰক্ষীয়ে সোধা প্ৰশ্নক লৈ ৰাজ্যজুৰি চৰ্চা

editor by editor
March 18, 2023
in অসম, শিক্ষা
0
‘(a+b)²=কিমান?’ আৰক্ষীয়ে সোধা প্ৰশ্নক লৈ ৰাজ্যজুৰি চৰ্চা
0
SHARES
7.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ পাছতেই ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ৷ আছুকে ধৰি বহুকেইটা দল-সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী৷ একাংশই ছেবাক ধিক্কাৰ দিয়াৰ লগতে স্বাস্থ্যমন্ত্ৰীক পদত্যাগ কৰিবলৈকো দাবী উত্থাপন কৰিছে৷ এই সকলোবোৰৰ মাজতেই ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে লখিমপুৰৰ নাৰায়নপুৰৰ এটা ভিডিঅ’ই৷ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক অংকৰ ফৰ্মূলা সুধি লাজ দিছে এজন আৰক্ষী জোৱানে৷

প্ৰতিবাদস্থলীত উপস্থিত হৈ ছাত্ৰ–ছাত্ৰীক আৰক্ষীয়ে সুধিলে (a+b)2=কিমান? ছাত্ৰ-ছাত্ৰীসকলে উত্তৰ দিব নোৱাৰাত কয়, ‘‘পঢ়াত জিৰ’, প্ৰটেষ্ট কৰিব আহিছা। ভালকৈ পঢ়িবা, পৰীক্ষা ৰিছিডিউল হ’ব নহয়। ষ্টুডেণ্টে প্ৰটেষ্ট কৰে নেকি? প্ৰটেষ্ট কৰিবলৈ পাব্লিক আছে, সংগঠন আছে। লাজ নালাগে প্ৰটেষ্ট কৰিবলৈ। পঢ়াত ধ্যান দে, সূত্ৰ এটা নাজান উল্টা–পুল্টা বকিবলৈ আহিছ। পঢ়িবি, পঢ়াৰ পিছত জ্ঞান থকা মানুহে ইয়াত প্ৰটেষ্ট নকৰে।’’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!
অসম

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

July 22, 2026
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম
জীৱনশৈলী

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

July 20, 2026
ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি
অসম

ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

July 20, 2026
NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া
শিক্ষা

NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

July 18, 2026
Next Post
শৰীৰত কোনো দুৰাৰোগ্য ৰোগে বাহৰ পাতিছে নেকি? প্ৰস্ৰাৱৰ ৰং দেখিয়েই কেনেকৈ বুজিব?

শৰীৰত কোনো দুৰাৰোগ্য ৰোগে বাহৰ পাতিছে নেকি? প্ৰস্ৰাৱৰ ৰং দেখিয়েই কেনেকৈ বুজিব?

‘ভাৰতীয় বাবেই ইমান বাধা পাইছো! হলিউডতো বৈষম্যতা…’ সৰৱ প্ৰিয়ংকা চোপ্ৰা

'ভাৰতীয় বাবেই ইমান বাধা পাইছো! হলিউডতো বৈষম্যতা...’ সৰৱ প্ৰিয়ংকা চোপ্ৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.