• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ অভিষেক শৰ্মাৰ ৰেকৰ্ড, টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অবিশ্বাস্য ৰেংকিং

পুনৰ অভিষেক শৰ্মাৰ ৰেকৰ্ড, টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অবিশ্বাস্য ৰেংকিং

2 years ago
Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

1 hour ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

ভাগ্যৰ চকা ঘূৰিব, কাইলৈ ৫ ৰাশিয়ে পাব নতুন দায়িত্ব!

2 hours ago
PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

2 hours ago
PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

3 hours ago
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

3 hours ago
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

4 hours ago
যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

5 hours ago
শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

5 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

5 hours ago
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

6 hours ago
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

7 hours ago
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পুনৰ অভিষেক শৰ্মাৰ ৰেকৰ্ড, টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অবিশ্বাস্য ৰেংকিং

editor by editor
February 5, 2025
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
পুনৰ অভিষেক শৰ্মাৰ ৰেকৰ্ড, টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অবিশ্বাস্য ৰেংকিং
0
SHARES
664
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ অভিষেক শৰ্মাৰ ৰেকৰ্ড, টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অবিশ্বাস্য ৰেংকিং

ইংলেণ্ডৰ বিৰুদ্ধে যোৱা টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত অভিষেক শৰ্মাৰ বেটৰ পৰা আহে ৰানৰ পাহাৰ। যুৱ খেলুৱৈ গৰাকীৰ প্ৰদৰ্শন ইমানেই ভাল আছিল যে, একেখন খেলতে গঢ়িছিল কেইবাটাও ৰেকৰ্ড। সেই অভিষেক শৰ্মাই এইবাৰ গঢ়িছে আন এক ৰেকৰ্ড।

ইণ্টাৰনেশ্যনেল ক্ৰিকেট সন্থা (আইচিচিয়ে) প্ৰকাশ কৰা নতুন টি-২০ ৰেংকিঙত এইবাৰ আন এক অভিলেখ ৰচিছে অভিষেক শৰ্মাই। পূৰ্বতকৈ বহু কেইটা স্থান আগুৱাই একেবাৰতে উন্নীত হৈছে দ্বিতীয় স্থানলৈ।

এইবাৰ আইচিচিয়ে প্ৰকাশ কৰা নতুন টি-২০ ৰেংকিঙত বৃহৎ আৰোহণ অভিষেক শৰ্মাৰ। অভিষেকে ৩৮টা স্থান আগুৱাই দ্বিতীয় নম্বৰ স্থান লাভ কৰিছে। এয়া অভিষেক শৰ্মাৰ সৰ্বকালৰ উচ্চ ৰেংকিং।

দৰাচলতে তেওঁ প্ৰথমবাৰৰ বাবে শীৰ্ষ দহৰ ভিতৰত প্ৰৱেশ কৰাৰ লগতে অভিষেকে একেবাৰে দ্বিতীয় স্থানো লাভ কৰিছে। অৱশ্যে ট্ৰেভিছ হেডে এতিয়াও শীৰ্ষস্থান দখল কৰি আছে। বৰ্তমান হেডৰ ৰেটিং হৈছে ৮৫৫। তাৰ বিপৰীতে অভিষেক শৰ্মা ৮২৯ ৰেটিঙেৰে দ্বিতীয় স্থানত উপনীত হৈছে।

বৰ্তমান আইচিচি টি-২০ ৰেংকিঙত ভাৰতৰ তিলক ভাৰ্মাই এটা স্থান হেৰুৱাই ৩ নম্বৰ স্থানলৈ অৱনমিত হৈছে। তিলকৰ ৰেটিং হৈছে ৮০৩। শীৰ্ষ৫ ৰ ভিতৰত থকা আন এগৰাকী ভাৰতীয় হৈছে সূৰ্য্যকুমাৰ যাদৱ। পূৰ্ৱতকৈ এটা স্থান পিছুৱাই ৭৩৮ ৰেটিঙেৰে ৫ নম্বৰত আছে। বৰ্তমানে মুঠ ৩ গৰাকী খেলুৱৈ আছে শীৰ্ষ ৫ৰ ভিতৰত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Abhishek SarmacricketIndian Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!
বাণিজ্য

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

September 17, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

ভাগ্যৰ চকা ঘূৰিব, কাইলৈ ৫ ৰাশিয়ে পাব নতুন দায়িত্ব!

September 17, 2026
PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!
বাণিজ্য

PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

September 17, 2026
PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?
বাণিজ্য

PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

September 17, 2026
Next Post
এইবাৰৰ হোলী অতিকে বিশেষ, হোলীত হ’ব বছৰৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণ

এইবাৰৰ হোলী অতিকে বিশেষ, হোলীত হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণ

বুধ-শনি-সূৰ্য্যৰ সংযোগৰ লগে লগে আৰম্ভ হ’ব ৫ ৰাশিৰ সোণালী সময়

বুধ-শনি-সূৰ্য্যৰ সংযোগৰ লগে লগে আৰম্ভ হ'ব ৫ ৰাশিৰ সোণালী সময়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.