• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰৰ হোলী অতিকে বিশেষ, হোলীত হ’ব বছৰৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণ

এইবাৰৰ হোলী অতিকে বিশেষ, হোলীত হ’ব বছৰৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণ

2 years ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

7 seconds ago
‘হত শৈশৱ’

‘হত শৈশৱ’

2 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

3 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

4 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

6 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

6 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

7 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

7 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

7 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইবাৰৰ হোলী অতিকে বিশেষ, হোলীত হ’ব বছৰৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণ

editor by editor
February 5, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
এইবাৰৰ হোলী অতিকে বিশেষ, হোলীত হ’ব বছৰৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণ
0
SHARES
231
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰৰ হোলী অতিকে বিশেষ, হোলীত হ’ব বছৰৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণ

প্ৰতি বছৰে ফাগুন মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমা তিথিত ৰঙৰ উৎসৱ হোলী উদযাপন কৰা হয়। এইবাৰ ১৪ মাৰ্চত পৰিছে হোলী উৎসৱ। কিন্তু এইবাৰ হোলীৰ ওপৰত চন্দ্ৰগ্ৰহণৰ ছাঁ পৰিছে। এইটো হ’ব বছৰৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণ।

ভাৰতীয় সময় অনুসৰি পুৱা ৯:২৭ বজাৰ পৰা আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ। পুৱা ১০:৩৯ বজাৰ ভিতৰত ই আংশিক হৈ পৰিব আৰু ১১:৫৬ বজাৰ ভিতৰত পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ হিচাপে শেষ হ’ব।

পাছে বছৰৰ এই প্ৰথমটো চন্দ্ৰ গ্ৰহণ ভাৰতৰ পৰা দেখা নাযায়ব, যাৰ বাবে সুতক যুগ বৈধ নহ’ব আৰু জ্যোতিষ শাস্ত্ৰ মতে সহজে ৰঙৰ উৎসৱ উদযাপন কৰিব পাৰিব।

বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ দেখা যাব- দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকা, প্ৰশান্ত মহাসাগৰ, এছিয়াৰ কিছু অংশ, দক্ষিণ উত্তৰ মেৰু, অষ্ট্ৰেলিয়া, আটলাণ্টিক মহাসাগৰ আৰু ইউৰোপত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: HoliHoli 2025Moon Eclipse
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…
বিনোদন

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

September 27, 2026
‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
দ্য  ইনভিজিবল  মেন
সমীক্ষণ (আলোচনী)

দ্য ইনভিজিবল মেন

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
Next Post
বুধ-শনি-সূৰ্য্যৰ সংযোগৰ লগে লগে আৰম্ভ হ’ব ৫ ৰাশিৰ সোণালী সময়

বুধ-শনি-সূৰ্য্যৰ সংযোগৰ লগে লগে আৰম্ভ হ'ব ৫ ৰাশিৰ সোণালী সময়

মা গংগাৰ আশীৰ্বাদ পাই শান্তি আৰু সন্তুষ্টি পালোঁ – মহাকুম্ভত স্নানৰ পিছত প্ৰধানমন্ত্ৰী মোদী

মা গংগাৰ আশীৰ্বাদ পাই শান্তি আৰু সন্তুষ্টি পালোঁ - মহাকুম্ভত স্নানৰ পিছত প্ৰধানমন্ত্ৰী মোদী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.