• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মা গংগাৰ আশীৰ্বাদ পাই শান্তি আৰু সন্তুষ্টি পালোঁ – মহাকুম্ভত স্নানৰ পিছত প্ৰধানমন্ত্ৰী মোদী

মা গংগাৰ আশীৰ্বাদ পাই শান্তি আৰু সন্তুষ্টি পালোঁ – মহাকুম্ভত স্নানৰ পিছত প্ৰধানমন্ত্ৰী মোদী

2 years ago
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

19 minutes ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

56 minutes ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

2 hours ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

2 hours ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

3 hours ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

3 hours ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

4 hours ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

5 hours ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

5 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

6 hours ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

7 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মা গংগাৰ আশীৰ্বাদ পাই শান্তি আৰু সন্তুষ্টি পালোঁ – মহাকুম্ভত স্নানৰ পিছত প্ৰধানমন্ত্ৰী মোদী

editor by editor
February 5, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
মা গংগাৰ আশীৰ্বাদ পাই শান্তি আৰু সন্তুষ্টি পালোঁ – মহাকুম্ভত স্নানৰ পিছত প্ৰধানমন্ত্ৰী মোদী
0
SHARES
93
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মা গংগাৰ আশীৰ্বাদ পাই শান্তি আৰু সন্তুষ্টি পালোঁ – মহাকুম্ভত স্নানৰ পিছত প্ৰধানমন্ত্ৰী মোদী

আজি ৫ ফেব্ৰুৱাৰী বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিবেণী সংগমত পূণ্যস্নান কৰে। স্নান কৰি তেখেতে কয় যে “মা গংগাৰ আশীৰ্বাদ লাভ কৰি অপৰিসীম শান্তি আৰু সন্তুষ্টি অনুভৱ কৰিছো”। লগতে ৰুদ্ৰাক্ষৰ মালাৰে জপ কৰে। স্নানৰ সময়ত মোদীয়ে ৰুদ্ৰাক্ষৰ মালাও পৰিধান কৰি আছিল।

স্নানৰ পূৰ্বে মোদীয়ে গংগাক গাখীৰেৰে অভিষেক কৰি ফুল চাকিৰে পূজা আগবঢ়াই আৰতি কৰে। ইয়াৰ পিছত পূজাৰীসকলে প্ৰধানমন্ত্ৰীৰ কপালত চন্দনৰ তিলক লগায়। সংগমত স্নান কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে সম্পূৰ্ণ ৰীতি-নীতিৰে পূজা-অৰ্চনা কৰে।

পাছত ক’লা জেকেট, কেশৰীয়া ৰঙৰ শ্বল আৰু হিমাচলী টুপী পৰিধান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বৈদিক মন্ত্ৰ আৰু শ্লোক উচ্চাৰণৰ মাজতে ত্ৰিবেণী সংগমত শস্য, প্ৰসাদ, ফুল, ফল আৰু ৰঙা চুন্নী আগবঢ়ায়। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে তিনিখন নদীৰ সংগমস্থলীত আৰতি কৰে।

এক্স হেণ্ডেলত মোদীয়ে পোষ্ট শ্বেয়াৰ কৰি লিখিছে- “আজি প্ৰয়াগৰাজ মহাকুম্ভত পবিত্ৰ সংগমত স্নান কৰাৰ লগতে প্ৰাৰ্থনা কৰাৰ মহৎ সৌভাগ্য হ’ল।” মা গংগাৰ আশীৰ্বাদ লাভ কৰি মনটোৱে অপৰিসীম শান্তি আৰু সন্তুষ্টি লাভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: MahakumbhMahakumbh 2025PM Modipm narendra modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ
জীৱনশৈলী

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

August 31, 2026
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা
বিশ্ব

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

August 31, 2026
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে
বিনোদন

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

August 31, 2026
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’
ভাৰত

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

August 31, 2026
Next Post
আমেৰিকাৰ পৰা বিতাৰিত ১০৪ ভাৰতীয়ৰ অধিকাংশ হাৰিয়ানা-গুজৰাটৰ, তেন্তে বিমান অমৃতসৰত কিয় নামিল

আমেৰিকাৰ পৰা বিতাৰিত ১০৪ ভাৰতীয়ৰ অধিকাংশ হাৰিয়ানা-গুজৰাটৰ, তেন্তে বিমান অমৃতসৰত কিয় নামিল

দিল্লীত এইবাৰ হ্ৰাস পাব নেকি ভোটদানৰ সংখ্যা, ৫ বজালৈ কেৱল ৫৭.৭০ শতাংশ

দিল্লীত এইবাৰ হ্ৰাস পাব নেকি ভোটদানৰ সংখ্যা, ৫ বজালৈ কেৱল ৫৭.৭০ শতাংশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.