• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীত এইবাৰ হ্ৰাস পাব নেকি ভোটদানৰ সংখ্যা, ৫ বজালৈ কেৱল ৫৭.৭০ শতাংশ

দিল্লীত এইবাৰ হ্ৰাস পাব নেকি ভোটদানৰ সংখ্যা, ৫ বজালৈ কেৱল ৫৭.৭০ শতাংশ

2 years ago
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

16 minutes ago
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

58 minutes ago
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

1 hour ago
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

3 hours ago
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

4 hours ago
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

4 hours ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

5 hours ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

6 hours ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

6 hours ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

15 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

17 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দিল্লীত এইবাৰ হ্ৰাস পাব নেকি ভোটদানৰ সংখ্যা, ৫ বজালৈ কেৱল ৫৭.৭০ শতাংশ

editor by editor
February 5, 2025
in ভাৰত, ৰাজনীতি
0
দিল্লীত এইবাৰ হ্ৰাস পাব নেকি ভোটদানৰ সংখ্যা, ৫ বজালৈ কেৱল ৫৭.৭০ শতাংশ
0
SHARES
76
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীত এইবাৰ হ্ৰাস পাব নেকি ভোটদানৰ সংখ্যা, ৫ বজালৈ কেৱল ৫৭.৭০ শতাংশ

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কটকটীয়া নিৰাপত্তাৰ মাজত ভোটদান চলি আছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদানত সন্ধিয়া ৫ বজালৈ ৫৭.৭০ শতাংশতকৈ অধিক ভোটদানৰ বাতৰি পোৱা গৈছে।

এই নিৰ্বাচনত ১.৫৬ কোটিৰো অধিক ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে তালিকা প্ৰকাশ পাইছিল। দিল্লীৰ ৭০টা বিধানসভা সমষ্টিৰ ১৩,৭৬৬টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হৈছে। য’ত সকলো দলৰে মুঠ ৬৯৯ গৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী ভাগ্য নিৰ্ণয় হব।

পুৱা সাত বজাৰ পৰা আৰম্ভ হোৱা ভোটদান আৰু সন্ধিয়া ছয় বজালৈকে চলিব। পাছে ৫ বজাৰ প্ৰকাশিত তত্য অনুসৰি বিগত বৰ্ষৰ তুলনাত এইবাৰ আৰু অধিক হ্ৰাস পাব নেকি ভোটদানৰ সংখ্যা।

২০২০ চনৰ বিধানসভা নিৰ্বাচনত দিল্লীত মুঠ ৬২.৮২ শতাংশ ভোটদান সম্পন্ন হৈছিল, পাছে এইবাৰ ৫ বজালৈ মাথো ৫৭ .৭০ শতাংশ । অৱশ্যে এতিয়াও ভোটকেন্দ্ৰত ভোটাৰৰ দীঘল লাইন দেখা পোৱা গৈছে, যাৰ বাবে ভোটদানৰ সংখ্যা কিছু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। কিন্তু সমিক্ষাত প্ৰকাশ কৰা অনুসৰি এইবাৰ ২০২০ চনৰ তুলনাত ভোটদানৰ সংখ্যা বৃদ্ধি পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Delhi Assembly ElectionDelhi Election
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়
বিনোদন

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

September 17, 2026
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক
অপৰাধ

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

September 17, 2026
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?
ভাৰত

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

September 17, 2026
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?
জীৱনশৈলী

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

September 17, 2026
Next Post
মঙলৰ নক্ষত্ৰত সূৰ্যৰ প্ৰৱেশ, আশীৰ্বাদ স্বৰূপ হৈ পৰিব ৩ ৰাশিৰ বাবে

মঙলৰ নক্ষত্ৰত সূৰ্যৰ প্ৰৱেশ, আশীৰ্বাদ স্বৰূপ হৈ পৰিব ৩ ৰাশিৰ বাবে

আজিহে পোহৰলৈ, প্ৰেমিকাক সৰস্বতী পূজা দেখুৱাম বুলি গুৱাহাটীলৈ আনি নেকিবুৰৰ…

আজিহে পোহৰলৈ, প্ৰেমিকাক সৰস্বতী পূজা দেখুৱাম বুলি গুৱাহাটীলৈ আনি নেকিবুৰৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.