• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিহে পোহৰলৈ, প্ৰেমিকাক সৰস্বতী পূজা দেখুৱাম বুলি গুৱাহাটীলৈ আনি নেকিবুৰৰ…

আজিহে পোহৰলৈ, প্ৰেমিকাক সৰস্বতী পূজা দেখুৱাম বুলি গুৱাহাটীলৈ আনি নেকিবুৰৰ…

1 year ago
Image Credit source: PTI

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

16 minutes ago
গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

37 minutes ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

1 hour ago
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

2 hours ago
ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

2 hours ago
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

2 hours ago
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

3 hours ago
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

5 hours ago
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

5 hours ago
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

6 hours ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

7 hours ago
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজিহে পোহৰলৈ, প্ৰেমিকাক সৰস্বতী পূজা দেখুৱাম বুলি গুৱাহাটীলৈ আনি নেকিবুৰৰ…

editor by editor
February 5, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
আজিহে পোহৰলৈ, প্ৰেমিকাক সৰস্বতী পূজা দেখুৱাম বুলি গুৱাহাটীলৈ আনি নেকিবুৰৰ…
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিহে পোহৰলৈ, প্ৰেমিকাক সৰস্বতী পূজা দেখুৱাম বুলি গুৱাহাটীলৈ আনি নেকিবুৰৰ…

৩ ফেব্ৰুৱাৰীৰ ঘটনা। ৰাজ্যৰ সকলো ফালে সৰস্বতী পূজাৰ ব্যস্ততা। তাৰে মাজতে নলবাৰীৰ দুই প্ৰেমিক-প্ৰেমিকাৰ ঘটনাই তোলপাৰ লগাই দিয়ে। পাছে এইবাৰ পোহৰলৈ আহিছে আন এক ঘটনা। এইবাৰ স্থান গুৱাহাটী।

সৰস্বতী পূজা দেখুৱাম বুলি গুৱাহাটীলৈ প্ৰেমিকাক লৈ আনি হোটেলত ধৰ্ষণকাণ্ড সংঘটিত কৰে নেকিবুৰে। প্ৰেম কৰি সৰস্বতী পূজাৰ দিনা কাণ্ড কৰি বৰ্তমানে লক আপত সোমাল নেকিবুৰ পাঠানি।

পূজা দেখুৱাবলৈ আনি প্ৰেমিকাক ধৰ্ষণৰ অভিযোগ নেকিবুৰ পাঠানিৰ বিৰুদ্ধে। পূজাৰ দিনাই হোটেলৰ কোঠাত প্ৰেমিকাক ধৰ্ষণৰ অভিযোগ।

ভগদত্তপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নেকিবুৰ পাঠানিক। ভুক্তভোগী ছাত্ৰী গৰাকীৰ পৰিয়ালৰ অভিযোগত দক্ষিণগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে পাঠানিক।

বৰ্তমানে দিছপুৰ থানাত অভিযুক্ত পাঠানিক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamdispurdispur policeguwahatiGuwahati rape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অসম

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

May 20, 2026
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?
অসম

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

May 20, 2026
গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?
অসম

গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

May 19, 2026
ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?
অসম

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

May 13, 2026
Next Post
চেম্পিয়নছ ট্ৰফী- ভাৰতীয় দলৰ লগতে এইবাৰ এইগৰাকী আম্পায়াৰেও নাকচ কৰিলে পাকিস্তান যাত্ৰা

চেম্পিয়নছ ট্ৰফী- ভাৰতীয় দলৰ লগতে এইবাৰ এইগৰাকী আম্পায়াৰেও নাকচ কৰিলে পাকিস্তান যাত্ৰা

কাইলৈ শুক্ল নৱমীত গৌৰী যোগত ৩ ৰাশিৰ অসীম উপকাৰ হ’ব

কাইলৈ শুক্ল নৱমীত গৌৰী যোগত ৩ ৰাশিৰ অসীম উপকাৰ হ'ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.