• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বয়সতকৈ আয় বেছিঃ মাত্ৰ ১১ বছৰতেই শ্বাহৰুখৰ সৰু পুত্ৰ আব্ৰাহমৰ ইনকাম জানিলে আচৰিত হ’ব আপুনি

বয়সতকৈ আয় বেছিঃ মাত্ৰ ১১ বছৰতেই শ্বাহৰুখৰ সৰু পুত্ৰ আব্ৰাহমৰ ইনকাম জানিলে আচৰিত হ’ব আপুনি

1 year ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

9 minutes ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

39 minutes ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

1 hour ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

16 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

17 hours ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

17 hours ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

19 hours ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

19 hours ago
সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

20 hours ago
৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

21 hours ago
প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

22 hours ago
শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বয়সতকৈ আয় বেছিঃ মাত্ৰ ১১ বছৰতেই শ্বাহৰুখৰ সৰু পুত্ৰ আব্ৰাহমৰ ইনকাম জানিলে আচৰিত হ’ব আপুনি

বয়সতকৈ আয় বেছিঃ মাত্ৰ ১১ বছৰতেই শ্বাহৰুখৰ সৰু পুত্ৰ আব্ৰাহমৰ ইনকাম জানিলে আচৰিত হ’ব আপুনি

editor by editor
December 9, 2024
in চিনেমা, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
বয়সতকৈ আয় বেছিঃ মাত্ৰ ১১ বছৰতেই শ্বাহৰুখৰ সৰু পুত্ৰ আব্ৰাহমৰ ইনকাম জানিলে আচৰিত হ’ব আপুনি
0
SHARES
470
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বাহৰুখ খানৰ তিনি সন্তানৰ ভিতৰত দুই সন্তানে ইতিমধ্যেই বলীউডত ভৰি দিছে৷ কেৰিয়াৰৰ আৰম্ভণি কৰিছে ছুহানা খান আৰু আৰিয়ান খানে৷ ছুহানা অভিনয় ক্ষেত্ৰত আৰু আৰিয়ানে পৰিচালনা জগতত ভৰি দিছে৷ শ্বাহৰুখৰ সৰু পুত্ৰ আব্ৰাহামো পিছ পৰি থকা নাই৷ মাত্ৰ ১১বছৰ বয়সতেই ডেবিউ কৰিছে আব্ৰামে৷ অভিনয় কিংবা অন্য ক্ষেত্ৰত নহয়, ভয়েছ অভাৰ আৰ্টিষ্ট হিচাপে এইবাৰ চিনেমাৰ ক্ৰেডিট লিষ্টত নাম উঠিছে আব্ৰামৰ৷

অভিনয় কিংবা অন্য ক্ষেত্ৰত নহয়, ভয়েছ অভাৰ আৰ্টিষ্ট হিচাপে এইবাৰ চিনেমাৰ ক্ৰেডিট লিষ্টত নাম উঠিছে আব্ৰামৰ৷ মুফাছাঃ দ্যা লায়ন কিং ছবিত শ্বাহৰুখৰ পৰিয়ালৰ তিনি সদস্যই কাম কৰিছে একেলগে৷ ছবিত মুফাছাৰ চৰিত্ৰত কণ্ঠ দিছে শ্বাহৰুখ খানে৷ ছিম্বাৰ চৰিত্ৰত কণ্ঠ দিছে আৰিয়ান খানে৷ আৰু মুফাছাৰ পুত্ৰ, বেবি মুফাছাৰ চৰিত্ৰত কণ্ঠ আব্ৰামে৷ আৰু তাতেই মোটা টকা উপাৰ্জন কৰিছে আব্ৰামে৷

শুনা গৈছে এই ডাবিঙৰ কামৰ বাবে আব্ৰাম খানে আয় কৰিছে মুঠ ১৫ লাখ টকা৷ দ্যা লায়ন কিঙত শ্বাহৰুখে প্ৰথমবাৰৰ বাবে পুত্ৰ আৰিয়ান খানৰ সৈতে একেলগে কাম কৰিছে৷ এইবাৰ দুই পুত্ৰৰ সৈতে একেলগে অভিনয় কৰা এই ছবিয়ে ২০ ডিচেম্বৰত মুক্তি লাভ কৰিব৷ ইতিমধ্যেই প্ৰকাশে আহিছে ছবিৰ ট্ৰেলাৰ৷ তাতেই আব্ৰামৰ কণ্ঠস্বৰে মন জয় কৰিছে সকলোৰে৷

উল্লেখ্য যে শ্বাহৰুখ খানে কেতিয়াও বিচৰা নাই যে তেওঁৰ সন্তানে পঢ়াশুনা এৰি অভিনয় ক্ষেত্ৰলৈ আহক৷ আৰিয়ান, ছুহানাকো শ্বাহৰুখে প্ৰথমে আনুষ্ঠানিক শিক্ষা শেষ কৰাইহে এই ক্ষেত্ৰলৈ আনিছে৷ কিন্তু আব্ৰামৰ ক্ষেত্ৰত কিছু পৃথক পন্থা ল’লে শ্বাহৰুখে৷ পঢ়াশুনাৰ সমান্তৰালকৈ আব্ৰামক ছবিৰ জগততো পৰিচয় কৰাইছে শ্বাহৰুখে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ
জীৱনশৈলী

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

February 5, 2026
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?
জীৱনশৈলী

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

February 5, 2026
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?
জীৱনশৈলী

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

February 4, 2026
Next Post
পাছৱৰ্ড পাহৰিছে? ৰেজিষ্টাৰ্ড মোবাইল বা ইমেইল অবিহনে কেনেকৈ ঘূৰাই পাব ফেছবুক একাউণ্ট?

পাছৱৰ্ড পাহৰিছে? ৰেজিষ্টাৰ্ড মোবাইল বা ইমেইল অবিহনে কেনেকৈ ঘূৰাই পাব ফেছবুক একাউণ্ট?

৩৬৫ দিন নহয় মাত্ৰ ২১ ঘণ্টাতেই এবছৰ হয়! NASAই সন্ধান পালে অদ্ভুত গ্ৰহৰ, অবাক বিজ্ঞানীও, এই গ্ৰহৰ বিশেষত্ব কি?

৩৬৫ দিন নহয় মাত্ৰ ২১ ঘণ্টাতেই এবছৰ হয়! NASAই সন্ধান পালে অদ্ভুত গ্ৰহৰ, অবাক বিজ্ঞানীও, এই গ্ৰহৰ বিশেষত্ব কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.