• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনটো ব্লাড গ্ৰুপৰ ব্যক্তিৰ ষ্ট্ৰোকৰ আশংকা বেছি? আমেৰিকাৰ গৱেষক সংস্থাই প্ৰকাশ কৰিলে তথ্য

কোনটো ব্লাড গ্ৰুপৰ ব্যক্তিৰ ষ্ট্ৰোকৰ আশংকা বেছি? আমেৰিকাৰ গৱেষক সংস্থাই প্ৰকাশ কৰিলে তথ্য

4 years ago
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

1 hour ago
বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

1 hour ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

2 hours ago
বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

2 hours ago
সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

2 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

3 hours ago
ডিয়ৰনেছ ভাট্টা ৬৫%? আগষ্ট মাহৰ মুদ্ৰাস্ফীতিৰ তথ্যৰ পিছত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা পাব বৃদ্ধি!

ডিয়ৰনেছ ভাট্টা ৬৫%? আগষ্ট মাহৰ মুদ্ৰাস্ফীতিৰ তথ্যৰ পিছত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা পাব বৃদ্ধি!

4 hours ago
নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!

নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!

6 hours ago
কোনখন চৰকাৰী আঁচনিয়ে দিয়ে অধিক লাভ? PPF, সুকন্যা সমৃদ্ধি আঁচনি নে জ্যেষ্ঠ নাগৰিক আঁচনি

কোনখন চৰকাৰী আঁচনিয়ে দিয়ে অধিক লাভ? PPF, সুকন্যা সমৃদ্ধি আঁচনি নে জ্যেষ্ঠ নাগৰিক আঁচনি

6 hours ago
১ অক্টোবৰ ২০২৬: এই ৫ ৰাশিৰ ওপৰত থাকিব গ্ৰহ-নক্ষত্ৰৰ বিশেষ কৃপা!

১ অক্টোবৰ ২০২৬: এই ৫ ৰাশিৰ ওপৰত থাকিব গ্ৰহ-নক্ষত্ৰৰ বিশেষ কৃপা!

7 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

কোন ৰাশিৰ দিনটো হ’ব শুভ? জানক আপোনাৰ আজিৰ ভাগ্য

7 hours ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোনটো ব্লাড গ্ৰুপৰ ব্যক্তিৰ ষ্ট্ৰোকৰ আশংকা বেছি? আমেৰিকাৰ গৱেষক সংস্থাই প্ৰকাশ কৰিলে তথ্য

editor by editor
February 14, 2023
in জীৱনশৈলী, স্বাস্থ্য
0
কোনটো ব্লাড গ্ৰুপৰ ব্যক্তিৰ ষ্ট্ৰোকৰ আশংকা বেছি? আমেৰিকাৰ গৱেষক সংস্থাই প্ৰকাশ কৰিলে তথ্য
0
SHARES
75k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ষ্ট্ৰোক, শব্দটো শুনিলেই বহুতৰে গা কঁপি উঠে৷ হঠাতেই আততায়ীৰ দৰে একোজন মানুহক হত্যা কৰে ষ্ট্ৰোকে৷ কিন্তু কি ব্লাডগ্ৰুপৰ ব্যক্তিৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বেছি জানেনে? পিয়াৰ ৰিভিউ মেডিকেল জাৰ্ণেল নিউৰোলজিত প্ৰকাশ কৰা এক গৱেষণাত এই সম্পৰ্কে প্ৰকাশ কৰিছে একাংস বিজ্ঞানীয়ে৷ সেই গৱেষণা পত্ৰতেই আমেৰিকাৰ ইউনিভাৰ্চিটি অৱ মেৰিলেণ্ডৰ স্কুল অফ মেডিচিনৰ গৱেষকেও কৰিছে একেই দাবী৷

যিসকল লোকৰ ব্লাড গ্ৰুপ ‘A’ তেওঁলোকৰ ষ্ট্ৰোক হোৱাৰ আশংকা বেছি৷ ৬০ বছৰৰ তলৰ ব্যক্তিৰ ক্ষেত্ৰতেই এই সম্ভাৱনা বেছি৷ আনহাতে ‘O’ ব্লাডগ্ৰুপৰ ব্যক্তিৰ সকলোতকৈ ষ্ট্ৰোক হোৱাৰ আশংকা কম৷ গৱেষকসকলে ৪৮ টা বিভিন্ন জিনৰ পৰীক্ষা কৰি এই মন্তব্য দাঙি ধৰিছে৷ ১৭ হাজাৰ ৰোগীৰ ওপৰত পৰীক্ষা কৰি এই মন্তব্য প্ৰকাশ কৰিছে গৱেষক দলটোৱে৷ ৰোগীসকলৰ ভিতৰত বেছিভাগৰেই বয়স ১৮ পৰা ৫৯ বছৰৰ ভিতৰত৷ ৬০ বছৰৰ তলৰ ‘A’ ব্লাড গ্ৰুপৰ বেছিসংখ্যকৰেই বয়স ১৬ শতাংশ ষ্ট্ৰোক হোৱাৰ আশংকা আছে৷ আনহাতে ‘O’ ব্লাডগ্ৰুপৰ মাজত ষ্ট্ৰোকৰ আশংকা ১২ শতাংশতকৈ কম৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

October 1, 2026
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

October 1, 2026
নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!
জীৱনশৈলী

নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!

October 1, 2026
১ অক্টোবৰ ২০২৬: এই ৫ ৰাশিৰ ওপৰত থাকিব গ্ৰহ-নক্ষত্ৰৰ বিশেষ কৃপা!
জীৱনশৈলী

১ অক্টোবৰ ২০২৬: এই ৫ ৰাশিৰ ওপৰত থাকিব গ্ৰহ-নক্ষত্ৰৰ বিশেষ কৃপা!

October 1, 2026
Next Post
ভেলেণ্টাইন ডে’ৰ দিনাই ধাবাৰ ফ্ৰিজত ওলাল প্ৰেয়সীৰ খণ্ডিত দেহ! কিন্তু কিয় কৰিলে এই হত্যাকাণ্ড?

ভেলেণ্টাইন ডে’ৰ দিনাই ধাবাৰ ফ্ৰিজত ওলাল প্ৰেয়সীৰ খণ্ডিত দেহ! কিন্তু কিয় কৰিলে এই হত্যাকাণ্ড?

ভেলেণ্টাইন ডে’ শেষ হ’ল… আজিয়েই সাৱধান হওক এই ৩ ৰাশিৰ জাতকসকল

ভেলেণ্টাইন ডে’ শেষ হ’ল... আজিয়েই সাৱধান হওক এই ৩ ৰাশিৰ জাতকসকল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.