• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমীক্ষাত প্ৰকাশ! ২০৪০ লৈ লিভাৰৰ কৰ্কটত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৫ শতাংশলৈ বাঢ়িব। কেনেকৈ নিয়ন্ত্ৰণ কৰিব জানিবলৈ চাওক…

সমীক্ষাত প্ৰকাশ! ২০৪০ লৈ লিভাৰৰ কৰ্কটত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৫ শতাংশলৈ বাঢ়িব। কেনেকৈ নিয়ন্ত্ৰণ কৰিব জানিবলৈ চাওক…

4 years ago
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

2 minutes ago
ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

40 minutes ago
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

2 hours ago
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

2 hours ago
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

2 hours ago
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

3 hours ago
৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

3 hours ago
২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

4 hours ago
দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

4 hours ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

18 hours ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

19 hours ago
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

সমীক্ষাত প্ৰকাশ! ২০৪০ লৈ লিভাৰৰ কৰ্কটত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৫ শতাংশলৈ বাঢ়িব। কেনেকৈ নিয়ন্ত্ৰণ কৰিব জানিবলৈ চাওক…

editor by editor
October 9, 2022
in খাদ্য, জীৱনশৈলী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
সমীক্ষাত প্ৰকাশ! ২০৪০ লৈ লিভাৰৰ কৰ্কটত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৫ শতাংশলৈ বাঢ়িব। কেনেকৈ নিয়ন্ত্ৰণ কৰিব জানিবলৈ চাওক…
0
SHARES
504
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আগন্তুক ২০ বছৰত লিভাৰৰ কৰ্কটত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৫ শতাংশলৈ বৃদ্ধি হ’ব। চিকিৎসকে প্ৰকাশ কৰা সমীক্ষাত মতে বিশ্বত প্ৰতি বছৰে লিভাৰৰ কৰ্কটত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। মদ্যপান, অনিয়মীত খাদ্যভাষ, লিভাৰৰ কৰ্কটত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে বিশ্বত।

২০২০ বৰ্ষত ৪৬ খন দেশত অত্যাধিক হাৰত বৃদ্ধি হৈছে লিভাৰৰ কৰ্কটত আক্ৰান্ত ৰোগীৰ সংখ্যা। আক্ৰান্ত হোৱাই নহয় লিভাৰৰ কৰ্কটত মৃত্যুও ঘটিছে বহুলোকৰ। ২০৪০ চনত লিভাৰৰ কৰ্কটত আক্ৰান্ত হৈ মৃ্ত্যু হোৱা লোকৰ সংখ্যা ৫৫ শতাংশলৈ বৃদ্ধি পোৱাৰ শংকা ব্যক্ত কৰিছে চিকিৎসকে। ‘জাৰ্নেল অৱ হেপাটোলজি’ নামৰ চিকিৎসা বিজ্ঞানৰ এখন পত্ৰিকাত প্ৰকাশ হৈছে এই তথ্য। প্ৰত্যেকবছৰেই পৃথিৱীত বাঢ়িছে কৰ্কট আক্ৰান্তৰ সংখ্যা। ২০২০ বৰ্ষত সমগ্ৰ বিশ্বৰ ৮ লাখ লোক লিভাৰৰ কৰ্কটত আক্ৰান্ত হৈছে। পূব এছিয়া, উত্তৰ আফ্ৰিকাত লিভাৰৰ কৰ্কটত আক্ৰান্ত লোকৰ সংখ্যা সৰ্বাধিক।

কি কি কাৰণত বৃদ্ধি হৈছে লিভাৰৰ কৰ্কটত আক্ৰান্ত লোকৰ সংখ্যা সেই কথাৰো বাখ্যা দাঙি ধৰিছে চিকিৎসকে। চিকিৎসকে প্ৰকাশ কৰা মতে অতিৰিক্ত মদ্যপান, শৰীৰৰ ওজন বৃদ্ধি, ডায়াবেটিছ, আস্বাস্থ্যকৰ জীৱন-যাপন, অত্যাধিক কম পৰিমানে খাদ্য পৰিৱেশন, নিদ্ৰাহীনতা, কামৰ অত্যাধিক চাপ আদিয়ে লিভাৰৰ ওপৰত প্ৰভাৱ পেলাই। বেছিভাগ সময়ে বাহিৰত খাদ্যগ্ৰহণ কৰা লোকৰো লিভাৰৰ কৰ্কট হোৱাৰ আশংকা বৃদ্ধি পায়। ওজন নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে লিভাৰ ভালে ৰখা অসম্ভৱ। তেল-মছলাজাতীয় খাদ্য, অতিৰিক্ত মিঠা খোৱাৰ অভ্যাসেও লিভাৰৰ ক্ষতি কৰে।

উল্লেখ্য যে, লিভাৰ সুস্থ ৰাখিবলৈ হ’লে নিয়মিত খাদ্য সেৱন, মদ্যপানৰ অভ্যাস বাদ দিয়া, বাহিৰত খাদ্য গ্ৰহণৰ অভ্যাস এৰা, বেছি পৰিমানে পানী খোৱা আদি অভ্যাস গঢ়ি তোলাৰ লগতে সময়ে সময়ে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?
জীৱনশৈলী

ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

May 14, 2026
ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?
জীৱনশৈলী

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

May 14, 2026
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?
জীৱনশৈলী

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

May 14, 2026
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?
জীৱনশৈলী

NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

May 14, 2026
Next Post
অবৈধভাৱে ভাৰতত প্ৰৱেশৰ সময়তে BSF-ৰ গুলীত নিহত এজন বাংলাদেশী লোক

অবৈধভাৱে ভাৰতত প্ৰৱেশৰ সময়তে BSF-ৰ গুলীত নিহত এজন বাংলাদেশী লোক

‘টেক্স অলপ বাঢ়িবই’, কৰ বৃদ্ধিক লৈ জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া

'টেক্স অলপ বাঢ়িবই’, কৰ বৃদ্ধিক লৈ জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.