• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অবৈধভাৱে ভাৰতত প্ৰৱেশৰ সময়তে BSF-ৰ গুলীত নিহত এজন বাংলাদেশী লোক

অবৈধভাৱে ভাৰতত প্ৰৱেশৰ সময়তে BSF-ৰ গুলীত নিহত এজন বাংলাদেশী লোক

4 years ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

22 minutes ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

52 minutes ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

2 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

2 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

3 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

4 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

16 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

18 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

18 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

18 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

19 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

অবৈধভাৱে ভাৰতত প্ৰৱেশৰ সময়তে BSF-ৰ গুলীত নিহত এজন বাংলাদেশী লোক

editor by editor
October 9, 2022
in অপৰাধ, ভাৰত
0
অবৈধভাৱে ভাৰতত প্ৰৱেশৰ সময়তে BSF-ৰ গুলীত নিহত এজন বাংলাদেশী লোক
0
SHARES
226
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অবৈধভাৱে সীমান্ত পাৰ হৈ ভাৰতত থকা আত্মীয়ৰ ঘৰলৈ অহাৰ পথতেই BSF-ৰ গুলীত নিহত হৈছে বাংলাদেশী যুৱক। দেওবাৰে সাতখিৰা সদৰ উপজিলাৰ খৈতলা সীমান্ত পাৰ হ’ব খোজোতেই এই ঘটনা। BSF-ৰ গুলীত নিহত হোৱা লোকজন বাংলাদেশৰ মহম্মদ হাছানু্জ্জামান ওৰফে মান্দুলী বুলি প্ৰকাশ। ২৫ বছৰীয়া মান্দুলীয়ে ভাৰতৰ কৈজুৰী সীমান্ত পাৰ হওঁতেই সেনাই গুলীচালনা কৰা বুলি সন্দেহ কৰা হৈছে যদিও সেনাই এই গুলীচালনাৰ কথা অস্বীকাৰ কৰিছে।

মৃত মান্দুলীৰ পিতৃয়ে উল্লেখ কৰা অনুযায়ী দেওবাৰে সাতখিৰা সদৰ উপজিলাৰ খৈতলা সীমান্তত ভাৰতৰ কৈজুৰি এলেকাত এই ঘটনা। ভাৰতীয় সেনাৰ গুলীত গুৰুতৰভাৱে আহত মন্দুলীক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

উল্লেখ্য যে ঘটনা সন্দৰ্ভত সাতখিৰা BGB-৩৩ বেটেলিয়ানৰ লেফ্টেনেণ্ট কৰ্নেল মহম্মদ আল-মাহমুদে প্ৰকাশ কৰা অনুসৰি BSF-য়ে প্ৰাথমিকভাৱে ঘটনাটো অস্বীকাৰ কৰিছে যদিও পতাকা বৈঠকৰ বাবে আহ্বান জনোৱা হৈছে। পতাকা বৈঠকৰ পিছতহে সকলো কথা স্পষ্ট হ’ব বুলি প্ৰকাশ কৰিছে লেফ্টেনেণ্ট কৰ্নেল মহম্মদ আল-মাহমুদে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা
অপৰাধ

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

October 3, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

October 3, 2026
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক
বিবিধ

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

October 3, 2026
Next Post
‘টেক্স অলপ বাঢ়িবই’, কৰ বৃদ্ধিক লৈ জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া

'টেক্স অলপ বাঢ়িবই’, কৰ বৃদ্ধিক লৈ জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া

বিশ্বৰ ১০০ কোটি মানুহেই মানসিক ৰোগী! দৈনন্দিন জীৱনত মানসিক স্বাস্থ্য ঠিকেই আছেনে জানিবলৈ কোনকেইটা লক্ষণলৈ লক্ষ্য ৰাখিব? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

বিশ্বৰ ১০০ কোটি মানুহেই মানসিক ৰোগী! দৈনন্দিন জীৱনত মানসিক স্বাস্থ্য ঠিকেই আছেনে জানিবলৈ কোনকেইটা লক্ষণলৈ লক্ষ্য ৰাখিব? সবিশেষ পঢ়িবলৈ ক্লিক কৰক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.