• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজকে শেষ কৰাৰ চেষ্টা যুৱকৰ! ফেচবুক এলাৰ্টে ৰক্ষা কৰিলে NEET প্ৰাৰ্থীৰ জীৱন

নিজকে শেষ কৰাৰ চেষ্টা যুৱকৰ! ফেচবুক এলাৰ্টে ৰক্ষা কৰিলে NEET প্ৰাৰ্থীৰ জীৱন

4 years ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

36 minutes ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

1 hour ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

2 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

3 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

3 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

4 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

4 hours ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

16 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

17 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

18 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

18 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নিজকে শেষ কৰাৰ চেষ্টা যুৱকৰ! ফেচবুক এলাৰ্টে ৰক্ষা কৰিলে NEET প্ৰাৰ্থীৰ জীৱন

editor by editor
September 9, 2022
in অপৰাধ, ভাৰত
0
নিজকে শেষ কৰাৰ চেষ্টা যুৱকৰ! ফেচবুক এলাৰ্টে ৰক্ষা কৰিলে NEET প্ৰাৰ্থীৰ জীৱন
0
SHARES
6.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰযুক্তিৰ বিকাশ আৰু ইন্টাৰনেটৰ প্ৰসাৰ মানৱ সমাজৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হৈছে। ইয়াৰ অন্য এক উদাহৰণ দেখিবলৈ পোৱা গ’ল উত্ৰ প্ৰদেশত৷ উত্তৰ প্ৰদেশত বিহ পান কৰি আত্মহত্যাৰ চেষ্টা কৰা এগৰাকী NEET পৰীক্ষাৰ্থীৰ জীৱন ফেচবুকৰ সহায়তে ৰক্ষা পৰিল।

ঘটনাটো উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ৷ ঘটনাৰ বিৱৰণীৰ মতে NEETৰ এগৰাকী পৰীক্ষাৰ্থীয়ে ফলাফল উলোৱাৰ পাছতে ফেচবুকত আত্মহত্যা কৰাৰ এক পোষ্ট দিয়ে৷ সেই পোষ্ট দিয়াৰ পাছতে পৰীক্ষাৰ্থীগৰাকীয়ে বিহ পান কৰি আত্মহত্যাৰ চেষ্টা কৰে৷

পৰীক্ষাৰ্থীগৰাকীয়ে ফেচবুকত এই পোষ্টটো দিয়াৰ লগে লগে ফেচবুকে লক্ষ্ণৌৰ ডিজিপিৰ মুখ্য কাৰ্যালয়ত থকা চ’ছিয়েল মিডিয়াৰ চেণ্টাৰলৈ এছ অ’ এছ প্ৰেৰণ কৰে৷ তাত লক্ষ্ণৌৰ এগৰাকী NEETৰ পৰীক্ষাৰ্থীয়ে আত্মহত্যাৰ চেষ্টা কৰাৰ বিষয়ে উল্লেখ আছিল৷

লগতে পঢ়ক ৮ হাজাৰ টকীয়া চাকৰি এৰি ইউটিউবৰ পৰা মাহে ৫ লাখ টকা উপাৰ্জন বজালীৰ এক দম্পতীৰ

এই তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তৎপৰতাৰে NEETৰ পৰীক্ষাৰ্থীগৰাকীৰ প্ৰাণ ৰক্ষা কৰে৷

উল্লেখ্য যে উত্তৰ প্ৰদেশ আৰক্ষী আৰু ছ’চিয়েল নেটৱৰ্কিং চাইটটোৰ মাজত আত্মহত্যাৰ উদ্দেশ্যে ছ’চিয়েল মিডিয়াত যিকোনো ব্যক্তিয়ে পোষ্ট কৰিলে সংশ্লিষ্ট ছাইটটোৱে আৰক্ষী কণ্ট্ৰ’ল ৰুমলৈ এলাৰ্ট জাৰি কৰি তৎক্ষণাত সহায় কৰাৰ চুক্তিসম্পন্ন কৰা আছে। যেতিয়াই কোনোবাই আত্মহত্যাৰ বিষয়ে পোষ্ট কৰে তেতিয়াই ফেচবুকে ইউ পি আৰক্ষীলৈ সতৰ্কতাবাণী প্ৰেৰণ কৰে।

উক্ত চুক্তিৰ অধীনতে ফেচবুকে উত্তৰ প্ৰদেশ আৰক্ষীৰ লক্ষ্ণৌস্থিত ডিজিপিৰ মুখ্য কাৰ্যালয়ত থকা চ’ছিয়েল মিডিয়াৰ চেণ্টাৰলৈ এই তথ্য প্ৰেৰণ কৰিছিল৷

লগতে পঢ়ক এফালে দানৱতা আনফালে মানৱতা! গাঁতত পুতি থোৱা অৱস্থাত নৱজাতক কন্যাক পথাৰত উদ্ধাৰ

শীর্ষ আৰক্ষী প্ৰশান্ত কুমাৰে জনোৱা মতে, ফেচবুকে এই সতৰ্কতা বাণী লক্ষ্ণৌ আৰক্ষী আয়ুক্তলৈ প্ৰেৰণ কৰাৰ পাছতে ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি পৰীক্ষাৰ্থীগৰাকীৰ জীৱন ৰক্ষা কৰা হয়।

ঘটনাৰ তথ্য পোৱাৰ লগে লগে অতিৰিক্ত চি পি (পশ্চিম) চিৰঞ্জীৱ নাথ সিনহাই লগে লগে গৈ ২৯ বছৰীয়া NEETৰ পৰীক্ষাৰ্থীগৰাকীৰ ঘৰত উপস্থিত হয়। জীৱন ৰক্ষা পৰাৰ পাছতে আৰক্ষীৰ আগত পৰীক্ষাৰ্থীগৰাকীয়ে তেওঁ নিজৰ ভুল স্বীকাৰ কৰি ভৱিষ্যতে কেতিয়াও এনে কাণ্ড সংঘটিত নকৰে বুলি প্ৰকাশ কৰিছে।

পৰীক্ষাৰ্থীগৰাকীৰ জীৱন ৰক্ষা পৰাৰ পাছতে আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰে কয় যে আমি সকলো আৰক্ষীক নিৰ্দেশ দিছো যে আত্মহত্যাৰ সৈতে জড়িত ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা পোষ্টবোৰ তৎকালীনভাৱে সঁহাৰি জনাওক আৰু এনে বাৰ্তা আৰক্ষীলৈ প্ৰেৰণ কৰি তেনে লোকৰ জীৱন ৰক্ষা কৰক।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamfacebookFacebook alertUP police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ
ভাৰত

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

March 21, 2026
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ
ভাৰত

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

March 20, 2026
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

March 20, 2026
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?
জীৱনশৈলী

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

March 20, 2026
Next Post
মাত্ৰ ১ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল কন্যা! ২০ বছৰৰ পাছত বন্ধনৰ পৰা মুক্ত যুৱতী

মাত্ৰ ১ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল কন্যা! ২০ বছৰৰ পাছত বন্ধনৰ পৰা মুক্ত যুৱতী

গাৰ্হস্থ্য হিংসা, যৌন নিৰ্যাতনৰ বলি! এইবাৰ কণ্ঠশিল্পী হানি সিঙেৰে বিবাহ বিচ্ছেদ পত্নীৰ

গাৰ্হস্থ্য হিংসা, যৌন নিৰ্যাতনৰ বলি! এইবাৰ কণ্ঠশিল্পী হানি সিঙেৰে বিবাহ বিচ্ছেদ পত্নীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.