• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এফালে দানৱতা আনফালে মানৱতা! গাঁতত পুতি থোৱা অৱস্থাত নৱজাতক কন্যাক পথাৰত উদ্ধাৰ

এফালে দানৱতা আনফালে মানৱতা! গাঁতত পুতি থোৱা অৱস্থাত নৱজাতক কন্যাক পথাৰত উদ্ধাৰ

4 years ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

8 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

8 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

9 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

10 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

10 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

12 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

12 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

13 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

14 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

14 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

14 hours ago
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এফালে দানৱতা আনফালে মানৱতা! গাঁতত পুতি থোৱা অৱস্থাত নৱজাতক কন্যাক পথাৰত উদ্ধাৰ

editor by editor
September 8, 2022
in অপৰাধ, বিবিধ, ভাৰত
0
এফালে দানৱতা আনফালে মানৱতা! গাঁতত পুতি থোৱা অৱস্থাত নৱজাতক কন্যাক পথাৰত উদ্ধাৰ
0
SHARES
5.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এফালে দানৱতা আনফালে মানৱতা৷ এই দানৱতা আৰু মানৱতাৰ যুঁজত অৱশেষত জয়ী হ’ল মানৱতাৰেই৷

ঘটনাটো উত্তৰ প্ৰদেশৰ বদাউনৰ৷ জিলাখনৰ কাদাৰচৌক আৰক্ষী থানাৰ অন্তৰ্গত খিতৌলিয়া গাঁৱৰ এক ঘটনা পোহৰলৈ আহিছে৷ ঘটনাৰ বিৱৰণীৰ মতে গাঁওখনৰ পথাৰত জীৱন্ত অৱস্থাত গাঁতত পুতি থোৱা এগৰাকী নৱজাতিকা কন্যাক উদ্ধাৰ কৰা হৈছে৷

বৃহস্পতিবাৰে পুৱাই পথাৰত প্ৰাতঃকৰ্ম কৰিবলৈ যোৱা সুখদেৱী নামৰ মহিলাগৰাকীয়ে পথাৰত এটি নৱজাতকৰ কন্দোন শুনিবলৈ পায়৷ কান্দোনৰ উৎস বিচাৰি গৈ মহিলাগৰাকীয়ে দেখে যে জীৱন্ত অৱস্থাতে এটি নৱজাতিকা কন্যা শিশুক গাঁতত পুতি থোৱা আছে৷

লগতে পঢ়ক এইবাৰ পৃথক বড়োলেণ্ড নহয়, পৃথক দুৱাৰঞ্চল ৰাজ্য দাবী বড়ো সংগঠনৰ, কোন  বড়ো সংগঠনে কৰিলে এই দাবী?

সুখদেৱীয়ে মানৱতাৰ উকৃষ্ট প্ৰমাণ দি নৱজাতিকা কন্যা শিশুটিক উদ্ধাৰ কৰি বুকুত সোমোৱাই নিজৰ ঘৰলৈ লৈ আহে৷ ইয়াৰ পাছতে সুখদেৱীয়ে ছাইল্ড লাইনৰ দলৰ সৈতে যোগাযোগ কৰে৷ দলটোৱে শিশুটিক উদ্ধাৰ কৰি জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱায়৷ চিকিৎসকে কন্যা শিশুটিক আই চি ইউত ভৰ্তি কৰি চিকিৎসা কৰে৷ জানিব পৰা মতে বৰ্তমান শিশুটি সংকটমুক্ত৷

ঘটনা সন্দৰ্ভত আৰক্ষীকো খবৰ দিয়া হয়৷ খবৰ লাভ কৰা মাত্ৰকে আৰক্ষীয়ে গৈ উক্ত স্থানত উপস্থিত হয়৷ আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰা বুলি প্ৰকাশ কৰিছে৷

ইফালে ঘটনাটো সমগ্ৰ অঞ্চলজুৰি বনজুইৰ দৰে বিয়পি পৰে৷ খবৰটো অঞ্চলজুৰি ৰাষ্ট্ৰ হৈ পৰাৰ পাছতে সুখদেৱীৰ ঘৰত নৱজাতিকাটিক দৰ্শন কৰিবলৈ মানুহৰ সোঁত ববলৈ ধৰে৷ সমবেত লোকসকলে সুখদেৱীৰ মানৱতাক ভূয়সী প্ৰশংসা কৰিলেও কন্যা শিশুটিৰ দানৱী মাতৃৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি
জীৱনশৈলী

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

July 15, 2026
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী
জীৱনশৈলী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

July 15, 2026
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব
জীৱনশৈলী

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

July 15, 2026
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ
বিনোদন

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

July 15, 2026
Next Post
৮ হাজাৰ টকীয়া চাকৰি এৰি ইউটিউবৰ পৰা মাহে ৫ লাখ টকা উপাৰ্জন বজালীৰ এক দম্পতীৰ

৮ হাজাৰ টকীয়া চাকৰি এৰি ইউটিউবৰ পৰা মাহে ৫ লাখ টকা উপাৰ্জন বজালীৰ এক দম্পতীৰ

৯৬ বছৰ বয়সত ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যু : কি কি অভিলেখ গঢ়ি গ’ল ৰাণীয়ে?

৯৬ বছৰ বয়সত ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যু : কি কি অভিলেখ গঢ়ি গ’ল ৰাণীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.