• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধৰ্ষণৰ চেষ্টা কৰি ব্যৰ্থ হোৱা আত্মীয় যুৱকৰ কিশোৰীলৈ এছিড নিক্ষেপ! ছুৰীৰে ডিঙিটো কৰিলে আঘাত 

ধৰ্ষণৰ চেষ্টা কৰি ব্যৰ্থ হোৱা আত্মীয় যুৱকৰ কিশোৰীলৈ এছিড নিক্ষেপ! ছুৰীৰে ডিঙিটো কৰিলে আঘাত 

4 years ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

7 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

7 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

8 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

8 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

8 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

9 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

10 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

10 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

11 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

12 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

13 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ধৰ্ষণৰ চেষ্টা কৰি ব্যৰ্থ হোৱা আত্মীয় যুৱকৰ কিশোৰীলৈ এছিড নিক্ষেপ! ছুৰীৰে ডিঙিটো কৰিলে আঘাত 

editor by editor
September 8, 2022
in অপৰাধ, ভাৰত
0
ধৰ্ষণৰ চেষ্টা কৰি ব্যৰ্থ হোৱা আত্মীয় যুৱকৰ কিশোৰীলৈ এছিড নিক্ষেপ! ছুৰীৰে ডিঙিটো কৰিলে আঘাত 
0
SHARES
5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰে নিশা অন্ধ্ৰ প্ৰদেশৰ এছপিএছ নেল্লোৰ জিলাৰ এখন গাঁৱত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।

সোমবাৰে নিশা নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ১৪ বছৰীয়া কিশোৰী ঘৰত অকলশৰে থকাৰ সুযোগ গ্ৰহণ কৰি এজন যুৱকে ঘৰত প্ৰৱেশ কৰি জোৰ-জবৰদস্তি যৌন আতিশয্য চলাবলৈ চেষ্টা কৰে।

যুৱকজনৰ পৰা পৰা নিজকে ৰক্ষা কৰিবলৈ কিশোৰীগৰাকীয়ে শৌচালয়ত সোমাই ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি দিয়ে৷ কিন্তু যুৱকজনে শৌচালয়ৰ দুৱাৰ ভাঙি কিশোৰীগৰাকীক পুনৰ  ধৰ্ষণৰ চেষ্টা কৰে।

লগতে পঢ়ক এইবাৰ শেনৰ এজাত মন্ত্ৰী পীয়ুষ হাজৰিকা, কাৰ্যবাহী অভিযন্তাসহ ৬ বিষয়া-কৰ্মচাৰীক নিলম্বন

কিশোৰীগৰাকীয়ে যুৱকজনৰ এই কাণ্ডক প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰাত যুৱকজনে কিশোৰীগৰাকীৰ শৰীৰলৈ এছিড নিক্ষেপ কৰে৷ প্ৰকাশিত খবৰ মতে যুৱকজনে কিশোৰীগৰাকীৰ মুখত এচিড ঢালি দিয়ে।

মুখত এছিড পৰাৰ লগে লগে কিশোৰীগৰাকীয়ে চিঞৰিবলৈ ধৰে আৰু যুৱকজনে তেতিয়াই কিশোৰীগৰাকীৰ ডিঙিত কটাৰীৰে আক্ৰমণ কৰি সেই স্থানৰ পৰা পলায়ন কৰে।

কিশোৰীগৰাকীৰ চিঞৰ শুনি ওচৰ-চুবুৰীয়াই তেওঁলোকৰ ঘৰলৈ আহি তেজেৰে তুমৰলি হৈ পৰি থকা কিশোৰীগৰাকীক দেখা পায় তেওঁৰ পৰিয়ালৰ লোকক খবৰ দিয়ে৷ জানিব পৰা মতে বিশেষ কাৰণত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকসকল ঘৰৰ পৰা বাহিৰলৈ উলায় গৈছিল৷

লগতে পঢ়ক শিক্ষক-শিক্ষয়িত্ৰীসকল সাৱাধান হওক! ছাত্ৰ-ছাত্ৰীক বেত্ৰাঘাত কৰি গ্ৰেপ্তাৰ হ’ল শিক্ষক

ইয়াৰ পাছতে কিশোৰীগৰাকীক উদ্ধাৰ কৰি ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি, আৰক্ষীয়ে আক্ৰমণকাৰী যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। আক্ৰমণকাৰী যুৱকজনৰ নাম নাগাৰাজু আৰু তেওঁ ভুক্তভোগীৰ কিশোৰীগৰাকীৰ আত্মীয় বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে আক্ৰমণকাৰী যুৱকজনৰ আন আন ঘনিষ্ঠকো আক্ৰমণত সহায় কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। ইফালে স্থানীয় ৰাইজ এই ঘটনাত ক্ষুব্ধ হৈ দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে।

ৰাজ্যিক কৃষি মন্ত্ৰী কাকণি গোবৰ্ধন ৰেড্ডীও চিকিৎসালয়ত উপস্থিত হৈ ভুক্তভোগীগৰাকীৰ লগতে পৰিয়ালৰ লোকক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়৷ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে ধৰ্ষণ আৰু হত্যাৰ চেষ্টা কৰাৰ অপৰাধত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ
অপৰাধ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

October 17, 2026
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!
জীৱনশৈলী

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

October 17, 2026
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’
ভাৰত

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

October 17, 2026
Next Post
এফালে দানৱতা আনফালে মানৱতা! গাঁতত পুতি থোৱা অৱস্থাত নৱজাতক কন্যাক পথাৰত উদ্ধাৰ

এফালে দানৱতা আনফালে মানৱতা! গাঁতত পুতি থোৱা অৱস্থাত নৱজাতক কন্যাক পথাৰত উদ্ধাৰ

৮ হাজাৰ টকীয়া চাকৰি এৰি ইউটিউবৰ পৰা মাহে ৫ লাখ টকা উপাৰ্জন বজালীৰ এক দম্পতীৰ

৮ হাজাৰ টকীয়া চাকৰি এৰি ইউটিউবৰ পৰা মাহে ৫ লাখ টকা উপাৰ্জন বজালীৰ এক দম্পতীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.