• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ পৃথক বড়োলেণ্ড নহয়, পৃথক দুৱাৰঞ্চল ৰাজ্য দাবী বড়ো সংগঠনৰ, কোন  বড়ো সংগঠনে কৰিলে এই দাবী?

এইবাৰ পৃথক বড়োলেণ্ড নহয়, পৃথক দুৱাৰঞ্চল ৰাজ্য দাবী বড়ো সংগঠনৰ, কোন  বড়ো সংগঠনে কৰিলে এই দাবী?

4 years ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

8 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

8 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

9 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

10 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

10 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

12 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

12 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

13 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

14 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

14 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

14 hours ago
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

এইবাৰ পৃথক বড়োলেণ্ড নহয়, পৃথক দুৱাৰঞ্চল ৰাজ্য দাবী বড়ো সংগঠনৰ, কোন  বড়ো সংগঠনে কৰিলে এই দাবী?

editor by editor
September 8, 2022
in অসম, ৰাজনীতি
0
এইবাৰ পৃথক বড়োলেণ্ড নহয়, পৃথক দুৱাৰঞ্চল ৰাজ্য দাবী বড়ো সংগঠনৰ, কোন  বড়ো সংগঠনে কৰিলে এই দাবী?
0
SHARES
266
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নব্বৈ দশকত অসম বিভক্ত কৰি পৃথক ৰাজ্য দাবীৰে বড়ো জনগোষ্ঠীয়ে কেৱল অসমৰ ৰাজনীতিতে নহয় দেশৰ ৰাজনীতিটো তুমুল ধুমুহাৰ সৃষ্টি কৰিছিল৷ প্ৰথমাৱস্থাত অসমক বিভক্ত কৰি উদয়াচল গঠনৰ দাবীয়ে বড়োসকলে ৰাজ্যৰ লগতে দেশৰ ৰাজনীতি উত্তাল কৰি ৰাখিছিল৷

নতুন বড়ো ৰাজ্যৰ উদয়াচলৰ দাবীক একাষৰীয়া কৰি পাছলৈ দক্ষিণ অসম আৰু উত্তৰ অসমত উলম্বভাৱে বিভক্ত কৰি পৃথক ৰাজ্য বড়োলেণ্ড গঠনৰ দাবী উত্থাপন কৰে বড়োসকলে৷ বড়োসকলে পৃথক বড়োলেণ্ড লাভ নকৰালৈকে ক্ষান্ত নহয় বুলি দিল্লীক জনাই দিছিল৷

পৃথক বড়োলেণ্ড দাবীৰে প্ৰেম সিং ব্ৰহ্ম আৰু হাগ্ৰামা মহিলাৰী আদিৰ নেতৃত্বত গঠন হৈছিল বড়োলেণ্ড লিৰ্বাৰেচন টাইগাৰ্ছ ফ’ৰ্ছ, যাক চমুকৈ বিএলটি বুলি কোৱা হৈছিল৷ সংগঠনটোৱে ডিভাইড আছাম ৫০-৫০ দাবীৰে সশস্ত্ৰ পন্থাৰে পৃথক বড়োলেণ্ড গঠনৰ বাবে সংগ্ৰাম কৰিলেও এটা সময়ত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত গঠন কৰি সেই দাবী পৰিহাৰ কৰে৷

লগতে পঢ়ক শিক্ষক-শিক্ষয়িত্ৰীসকল সাৱাধান হওক! ছাত্ৰ-ছাত্ৰীক বেত্ৰাঘাত কৰি গ্ৰেপ্তাৰ হ’ল শিক্ষক

ইয়াৰ পাছতো ছেগা-চোৰোকাকৈ পৃথক বড়োলেণ্ডৰ দাবী উত্থাপন হ’লেও ব্যাপক ৰূপত আন্দোলন আদি হোৱা নাছিল৷ তথাপিও একাংশ বড়ো নেতাই এতিয়াও পৃথক বড়োলেণ্ডৰ সপক্ষে মাজে মধ্যে মাত মাতি আহিছে৷

ইয়াৰ মাজতে এতিয়া হঠাতে এক নৱগঠিত বড়ো সংগঠনে পৃথক বড়োলেণ্ডৰ বিপৰীতে অসম আৰু পশ্চিমবংগক বিভাজন কৰি নতুন এখন ৰাজ্য গঠনৰ দাবী উত্থাপন কৰিছে৷

মংগলবাৰে বড়োলেণ্ডৰ মুখ্য সদৰ কোকৰঝাৰত ‘দুৱাৰঞ্চল জন পৰিসংঘম’ চুমকৈ ‘ডিজেপি’ নামৰ এটা সংগঠন ভূমিষ্ঠ হৈ পশ্চিমবংগৰ টিষ্টাৰ পৰা অসমৰ শদিয়ালৈকে মুঠ ১৮ টা ‘দুৱাৰ অঞ্চল’ক সাঙুৰি ‘দুৱাৰঞ্চল ৰাজ্য’ গঠনৰ দাবী উত্থাপন কৰিছে৷

পাৰ্মিনাচ্ নাৰ্জাৰীৰ নেতৃত্বত জন্মলাভ কৰা নতুন সংগঠনে দাবী কৰা পৃথক ৰাজ্যত অন্তৰ্ভুক্ত হ’ব পশ্চিম বংগৰ কিছু অংশ আৰু বৰ্তমানৰ বিটিআৰৰ সম্পুৰ্ণ অঞ্চল।

লগতে পঢ়ক বীৰ ছহিদক অপমান! ছহিদলৈ কুৰিয়াৰে ‘শৌৰ্য চক্ৰ’ প্ৰেৰণ, ছহিদৰ পৰিয়ালে দিলে ওভতাই

সংগঠনটোৱে দাবী কৰিছে যে জংগী আন্দোলনেৰে নহয় গান্ধীবাদী নীতিৰে গণতান্ত্ৰিক আন্দোলন কৰি পৃথক দুৱাৰঞ্চল ৰাজ্য দাবী কৰি যাব। বিটিআৰ শান্তি চুক্তি স্বাক্ষৰ কৰা পিছতো এনেধৰণৰ নতুনকৈ সংগঠন জন্মলাভ কৰাটো বড়োলেণ্ডত‌ পুনৰ চৰ্চাৰ বিষয় হৈ পৰিছে ।

ভাৰত দেশত কোনো জাতিকলৈ পৃথক ৰাজ্য গঠন কৰা অসম্ভৱ বুলিও প্ৰকাশ কৰি বড়োলেণ্ড ৰাজ্য দাবী যুক্তিহীন বুলি মন্তব্য কৰে পাৰ্মিনাচ নাৰ্জাৰীয়ে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamBodoland
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ
ৰাজনীতি

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

July 15, 2026
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ
বিশ্ব

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

July 15, 2026
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!
ভাৰত

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

July 14, 2026
Next Post
ধৰ্ষণৰ চেষ্টা কৰি ব্যৰ্থ হোৱা আত্মীয় যুৱকৰ কিশোৰীলৈ এছিড নিক্ষেপ! ছুৰীৰে ডিঙিটো কৰিলে আঘাত 

ধৰ্ষণৰ চেষ্টা কৰি ব্যৰ্থ হোৱা আত্মীয় যুৱকৰ কিশোৰীলৈ এছিড নিক্ষেপ! ছুৰীৰে ডিঙিটো কৰিলে আঘাত 

এফালে দানৱতা আনফালে মানৱতা! গাঁতত পুতি থোৱা অৱস্থাত নৱজাতক কন্যাক পথাৰত উদ্ধাৰ

এফালে দানৱতা আনফালে মানৱতা! গাঁতত পুতি থোৱা অৱস্থাত নৱজাতক কন্যাক পথাৰত উদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.