• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বীৰ ছহিদক অপমান! ছহিদলৈ কুৰিয়াৰে ‘শৌৰ্য চক্ৰ’ প্ৰেৰণ, ছহিদৰ পৰিয়ালে দিলে ওভতাই

বীৰ ছহিদক অপমান! ছহিদলৈ কুৰিয়াৰে ‘শৌৰ্য চক্ৰ’ প্ৰেৰণ, ছহিদৰ পৰিয়ালে দিলে ওভতাই

4 years ago
লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

19 minutes ago
মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

42 minutes ago
কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

2 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

2 hours ago
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

3 hours ago
কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

3 hours ago
ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

3 hours ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

20 hours ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

21 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

21 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

22 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বীৰ ছহিদক অপমান! ছহিদলৈ কুৰিয়াৰে ‘শৌৰ্য চক্ৰ’ প্ৰেৰণ, ছহিদৰ পৰিয়ালে দিলে ওভতাই

editor by editor
September 8, 2022
in বিবিধ, ভাৰত
0
বীৰ ছহিদক অপমান! ছহিদলৈ কুৰিয়াৰে ‘শৌৰ্য চক্ৰ’ প্ৰেৰণ, ছহিদৰ পৰিয়ালে দিলে ওভতাই
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুজৰাটৰ আহমেদাবাদ নগৰৰ বাসিন্দা শ্বহীদ লেন্স নাইক গোপাল সিং ভদোৰিয়াৰ পিতৃ-মাতৃয়ে কুৰিয়াৰ যোগে ছহিদ পুত্ৰলৈ প্ৰেৰণ কৰা শৌৰ্য চক্ৰ  চৰকাৰলৈ ঘূৰাই দিছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি বীৰ ছহিদগৰাকীলৈ কুৰিয়া ছাৰ্ভিছ যোগে ‘শৌৰ্য চক্ৰ’ সন্মান প্ৰেৰণ কৰাটো বীৰ ছহিদগৰাকীৰ পৰিয়ালে সহজভাৱে গ্ৰহণ কৰিব পৰা নাই৷ এই কাণ্ডক বীৰ ছহিদগৰাকীৰ পৰিয়ালে এক অপমান বুলি গণ্য কৰি ওভতাই পঠিয়াইছে৷

কেৱল ইমানেই নহয়, সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছহিদ গোপাল সিং ভদোৰিয়াৰ পৰিয়ালে ৰাষ্ট্ৰপতি ভৱনলৈ গৈ বীৰ ছহিদগৰাকীক দেশৰ সন্মুখত সন্মান প্ৰদৰ্শন কৰি শৌৰ্য চক্ৰ প্ৰদান কৰাৰো দাবী জনাব৷

লগেত পঢ়ক পত্নীৰ চৰিত্ৰক লৈ সন্দেহ, সম্পত্তিৰ বিবাদ! পত্নীসহ পুত্ৰকো হত্যা পিতৃৰ! তাৰ পিছত পিতৃয়ে কৰিলে কি?

পৰিয়ালৰ লোকে কয় যে তেওঁলোকৰ পুত্ৰই দেশৰ বাবে প্ৰাণ সমৰ্পণ কৰিলে আৰু চৰকাৰে তেওঁৰ ছহিদীবৰণক এইদৰে অপমানহে কৰিছে। ‘‘মোৰ ল’ৰাই দেশৰ বাবে ত্যাগ কৰিছে, গতিকে দেশৰ সন্মুখতে তেওঁ সন্মান লাভ কৰা উচিত।’’ বীৰ ছহিদ সৈনিকগৰাকীৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কয়৷

উল্লেখ্য যে মুম্বাইত সংঘটিত ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণত গোপাল সিঙে প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে ‘বিশিষ্ট সেৱা পদক’ও লাভ কৰিছিল। ইয়াৰ পাছতে ২০১৭ চনত জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত ৰাষ্ট্ৰীয় ৰাইফলছৰ লেন্স নাইক গোপাল সিং ছহিদ হৈছিল।

আচলতে ২০০৭ চনত লেন্স নায়ক গোপাল সিঙৰ বিবাহ সম্পন্ন হৈছিল যদিও কিছু মতানৈক্যৰ বাবে ২০১১ চনত তেওঁ পত্নীৰ পৰা পৃথকে থাকিবলৈ লৈছিল। দুয়োৰে ব্যস্ততাৰ বাবে ২০১৩ চনত আদালতে বিবাহ ভংগ কৰাৰ আবেদনো নাকচ কৰা হৈছিল।

লগতে পঢ়ক OMG! তিহাৰ জে’লৰ কয়দীয়ে পেটৰ ভিতৰত নিছিল দুটাকৈ মোবাইল৷ তাৰ পিছত ঘটিল এই ঘটনা…

আবেদনখনত উল্লেখ কৰা হৈছে যে জোৱানজনৰ পিতৃ-মাতৃ আৰু তেওঁৰ পত্নীৰ মাজত বহু বছৰ ধৰি কোনো ধৰণৰ যোগাযোগ নাছিল। ভদোৰিয়াই পত্নীক কোনো ধৰণৰ আৰ্থিক সহায় আগনবঢ়োৱাৰ বাবে আপত্তি কৰি পত্নীয়ে এখন দেৱানী আদালতৰ কাষ চাপিছিল।

কিন্তু ২০১৭ চনত ছহিদ হোৱাৰ পাছতে ২০১৮ চনত গোপাল সিঙক মৰণোত্তৰভাৱে শৌৰ্য চক্ৰৰ বাবে নিৰ্বাচিত হৈছিল। তাৰ পিছত ২০১৮ চনৰ পিছত দুয়োটা পৰিয়ালৰ মাজত পুনৰ মিলনৰ প্ৰচেষ্টা চলোৱা হৈছিল যদিও ২০২০ চনলৈকে বিষয়টো মীমাংসা কৰিব পৰা হোৱা নাছিল।

ইয়াৰ পাছত ২০২১ চনত আদালতৰ জৰিয়তে ছহিদগৰাকীৰ পত্নী আৰু পিতৃ-মাতৃৰ মাজত বিবাদ নিষ্পত্তি কৰা হয়। আদালতে ছহিদ গোপাল সিঙক মৰণোত্তৰভাৱে এই বীৰত্ব বঁটা প্ৰদান কৰাৰ লগতে এই বঁটাৰ লগত জড়িত সকলো সুবিধা অভিভাৱকসকলক প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

ইফালে পেঞ্চন, এক্স-গ্ৰেচিয়া পেমেণ্ট আৰু কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ বা সেনাৰ পৰা লাভ কৰা আৰ্থিক সাহায্যকে ধৰি আন সকলো সুবিধা দুয়ো পক্ষৰ মাজত সম পৰিমাণে ভাগ কৰিব লাগিব বুলিও আদালতে ৰায় দিয়ে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?
জীৱনশৈলী

মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

April 16, 2026
কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?
অপৰাধ

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

April 16, 2026
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব
জীৱনশৈলী

আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

April 16, 2026
কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব
চিনেমা

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

April 16, 2026
Next Post
শিক্ষক-শিক্ষয়িত্ৰীসকল সাৱাধান হওক! ছাত্ৰ-ছাত্ৰীক বেত্ৰাঘাত কৰি গ্ৰেপ্তাৰ হ’ল শিক্ষক

শিক্ষক-শিক্ষয়িত্ৰীসকল সাৱাধান হওক! ছাত্ৰ-ছাত্ৰীক বেত্ৰাঘাত কৰি গ্ৰেপ্তাৰ হ’ল শিক্ষক

এইবাৰ শেনৰ এজাত মন্ত্ৰী পীয়ুষ হাজৰিকা, কাৰ্যবাহী অভিযন্তাসহ ৬ বিষয়া-কৰ্মচাৰীক নিলম্বন

এইবাৰ শেনৰ এজাত মন্ত্ৰী পীয়ুষ হাজৰিকা, কাৰ্যবাহী অভিযন্তাসহ ৬ বিষয়া-কৰ্মচাৰীক নিলম্বন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.