• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
OMG! তিহাৰ জে’লৰ কয়দীয়ে পেটৰ ভিতৰত নিছিল দুটাকৈ মোবাইল৷  তাৰ পিছত ঘটিল এই ঘটনা…

OMG! তিহাৰ জে’লৰ কয়দীয়ে পেটৰ ভিতৰত নিছিল দুটাকৈ মোবাইল৷ তাৰ পিছত ঘটিল এই ঘটনা…

4 years ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

4 minutes ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

8 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

9 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

9 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

10 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

11 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

12 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

13 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

13 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

14 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

14 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

OMG! তিহাৰ জে’লৰ কয়দীয়ে পেটৰ ভিতৰত নিছিল দুটাকৈ মোবাইল৷ তাৰ পিছত ঘটিল এই ঘটনা…

editor by editor
September 8, 2022
in অপৰাধ
0
OMG! তিহাৰ জে’লৰ কয়দীয়ে পেটৰ ভিতৰত নিছিল দুটাকৈ মোবাইল৷  তাৰ পিছত ঘটিল এই ঘটনা…
0
SHARES
15.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ জে’লৰ ভিতৰত কয়দীয়ে মোবাইল ফোন ৰখা অভিযোগ নতুন নহয়৷ সময়ে সময়ে দেশৰ বহু জে’লৰ কয়দীৰ পৰা অবৈধভাৱে ৰখা মোবাইল জব্দ কৰি আহিছে৷ কিন্তু শেহতীয়াভাৱে দিল্লীৰ তিহাৰ জেলত পোহৰলৈ আহিছে এটা অদ্ভুত ঘটনা৷ জে’লৰখনৰ এজন কয়দীৰ পেটৰ পৰা চিকিৎসকে উলিয়াইছে দুটাকৈ মোবাইল৷ কয়দীজনৰ পেটত এতিয়াও দুবিধ অন্য বস্তু আছে, যিটোৰ বিষয়ে চিকিৎসকে পৰীক্ষা কৰি আছে আৰু শীঘ্ৰে সেয়াও বাহিৰ কৰিব৷

দৰাচলতে আগষ্ট মাহত তিহাৰ কাৰাগাৰত মোবাইল বিক্ৰীৰ সন্দৰ্ভত জে’ল কৰ্তৃপক্ষই গোপন তথ্য লাভ কৰিছিল। ইয়াৰ পিছতে তিহাৰত নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰা হয়। প্ৰতিজন কয়দীক সূক্ষ্মভাৱে পৰীক্ষা কৰা হৈছিল৷ সেই সময়তে ১ নম্বৰ জেলত বন্দী হৈ থকা এজন কাৰাবন্দীয়ে তেওঁৰ পেটত মোবাইল থকাৰ কথা বিষয়াসকলক জনায়।

তাৰ পাছতে কাৰাগাৰ প্ৰশাসনে কয়দীজনক জিম্মাত লৈ তেওঁৰ চিকিৎসা পৰীক্ষা কৰোৱায়৷ পৰীক্ষাত কয়দীজনৰ পেটত মোবাইল থকাৰ তথ্য জানিব পাৰে৷ ইয়াৰ পিছতে কয়দীজনক জিবি পন্ত হাস্পতালত ভৰ্তি কৰোৱা হয়। য’ত বুধবাৰে বন্দীজনৰ পেটৰ পৰা দুটা মোবাইল উলিওৱা হয়৷

কাৰাগাৰ প্ৰশাসনৰ মতে, কয়দীজনক হত্যা-ডকাইতিৰ গোচৰত অভিযুক্ত আছিল৷ কিছুদিন পূৰ্বে তেওঁ আদালতৰ তাৰিখত জে’লৰ পৰা ওলাই গৈছিল। এই সময়তে অন্য কাৰাবন্দীক যোগান ধৰাৰ উদ্দেশ্যৰে মোবাইলটো গিলি জে’ললৈ আহে। কিন্তু ভিতৰলৈ অহাৰ পিছত তেওঁ ফোনটো উলিয়াব নোৱৰাত তীব্ৰ পেটৰ বিষত ভুগিবলৈ ধৰে৷ অৱশেষত উপায়হীন কয়দীজনে নিজেই বিষয়াসকলক এই বিষয়ে অৱগত কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’
অপৰাধ

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

July 15, 2026
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 
অপৰাধ

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

July 11, 2026
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি
অপৰাধ

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

July 8, 2026
Next Post
পত্নীৰ চৰিত্ৰক লৈ সন্দেহ, সম্পত্তিৰ বিবাদ! পত্নীসহ পুত্ৰকো হত্যা পিতৃৰ! তাৰ পিছত পিতৃয়ে কৰিলে কি?

পত্নীৰ চৰিত্ৰক লৈ সন্দেহ, সম্পত্তিৰ বিবাদ! পত্নীসহ পুত্ৰকো হত্যা পিতৃৰ! তাৰ পিছত পিতৃয়ে কৰিলে কি?

যমজ সন্তান জন্ম ১৯ বৰ্ষীয় যুৱতীৰ! যমজ সন্তানৰ পিতৃ দুজন যুৱক! ই কেনেকৈ সম্ভৱ?

যমজ সন্তান জন্ম ১৯ বৰ্ষীয় যুৱতীৰ! যমজ সন্তানৰ পিতৃ দুজন যুৱক! ই কেনেকৈ সম্ভৱ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.