• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যমজ সন্তান জন্ম ১৯ বৰ্ষীয় যুৱতীৰ! যমজ সন্তানৰ পিতৃ দুজন যুৱক! ই কেনেকৈ সম্ভৱ?

যমজ সন্তান জন্ম ১৯ বৰ্ষীয় যুৱতীৰ! যমজ সন্তানৰ পিতৃ দুজন যুৱক! ই কেনেকৈ সম্ভৱ?

4 years ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সৌভাগ্যই টোকৰ মাৰিব আপোনাৰ জীৱনত! জানক ৰাশিফল

2 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

3 hours ago
মন্দিৰৰ পৰা ওভতাৰ সময়ত নবজাব ঘণ্টা! বিফল হ’ব পাৰে প্ৰাৰ্থনা!

মন্দিৰৰ পৰা ওভতাৰ সময়ত নবজাব ঘণ্টা! বিফল হ’ব পাৰে প্ৰাৰ্থনা!

3 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘জ্ঞানেশ কুমাৰে জে’ললৈ যাব লাগিব’, কঠোৰ সকীয়নি ৰাহুল গান্ধীৰ

3 hours ago
ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

4 hours ago
নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

5 hours ago
ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

5 hours ago
বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

6 hours ago
নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

8 hours ago
ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

8 hours ago
সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

8 hours ago
কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

যমজ সন্তান জন্ম ১৯ বৰ্ষীয় যুৱতীৰ! যমজ সন্তানৰ পিতৃ দুজন যুৱক! ই কেনেকৈ সম্ভৱ?

editor by editor
September 8, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
যমজ সন্তান জন্ম ১৯ বৰ্ষীয় যুৱতীৰ! যমজ সন্তানৰ পিতৃ দুজন যুৱক! ই কেনেকৈ সম্ভৱ?
0
SHARES
615
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লেটিন আমেৰিকান দেশ ব্ৰাজিলত এগৰাকী ১৯ বছৰীয়া যুৱতীয়ে এহাল যমজ সন্তান জন্ম দিছে। যুৱতীগৰাকীয়ে এহাল যমজ সন্তান জন্ম দিয়াটো নিশ্চয়কৈ একো বিশেষ তাৎপৰ্যপূৰ্ণ ঘটনা নহয়৷ কিন্তু এই ঘটনাৰ অতি আশ্চৰ্যজনক কথাটো হ’ল দুয়োটা সন্তানৰে পিতৃ হৈছে দুজন পৃথক পুৰুষ৷

যুৱতীগৰাকীৰ যমজ সন্তানৰ পিতৃ দুজন পৃথক পুৰুষ বুলি প্ৰকাশ পোৱাৰ পাছতেই চিকিৎসা বিজ্ঞানত এনে ঘটনাক যথেষ্ট বিৰল বুলি গণ্য হৈছে৷

যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে পূৰ্বেই জানিছিল যে যমজ সন্তানহালৰ পিতৃ একেজন ব্যক্তিহে। কিন্তু, দুই শিশুৰ বয়স ৮ মাহ অতিক্ৰম কৰাৰ পাছতে কৰা শিশু দুটিৰ ডিএনএ পৰীক্ষাই প্ৰকৃত সত্য উন্মোচন কৰিলে।

 

লগতে পঢ়ক OMG! তিহাৰ জে’লৰ কয়দীয়ে পেটৰ ভিতৰত নিছিল দুটাকৈ মোবাইল৷ তাৰ পিছত ঘটিল এই ঘটনা…

পৰীক্ষাত দেখা গ’ল যে ইয়াৰে এটি শিশুৰ ডিএনএ তেওঁৰ পিতৃৰ ডিএনএৰ সাদৃশ্য আছে যদিও অন্য এটি শিশুৰ ডিএনএ পিতৃৰ ডিএনএৰ সৈতে সাদৃশ্য নাই৷ অৱশ্যে দেখাত দুয়োটা সন্তানৰ মাজত বহু সাদৃশ্য আছে।

ডিএনএৰ পৰীক্ষাৰ ফলাফল ৰাজহুৱা হোৱাৰ পিছতে যমজ সন্তানহালৰ মাতৃয়ে প্ৰকাশ কৰিছে যে দুয়োটা সন্তানৰ পিতৃ একেজন পুৰুষ নহয়৷ ব্ৰাজিলৰ স্থানীয় সংবাদ মাধ্যমত নাম তথা পৰিচয় গোপনে ৰখা দুই যমজ সন্তানৰ মাতৃগৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁ একেদিনাই দুজন পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল৷

ব্ৰাজিলৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এই ঘটনাটো গ’য়াছ প্ৰভিন্সৰ সৰু চহৰ মিনেইৰ’ছৰ। যমজ সন্তানৰ মাতৃয়ে প্ৰকাশ কৰা মতে কেইঘণ্টামানৰ ব্যৱধানত তেওঁ দুজন পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। আৰু সেয়ে তেওঁ যমজ সন্তান হালৰ ডিএনএ টেষ্ট কৰাৰ সিদ্ধান্ত লয়।

 

লগতে পঢ়ক এক ফুল দু প্ৰেমী! একেগৰাকী মহিলা আৰক্ষীৰে প্ৰেমত পৰি দুই আৰক্ষীৰ তয়াময়া ৰণ!

এটা সন্তানৰ ডিএনএ তেওঁৰ প্ৰেমিকৰ ডিএনএৰ সৈতে সাদৃশ্য থকাত তেওঁ আচৰতি হৈ পৰিছে৷ তেওঁ প্ৰকাশ কৰা মতে দেখাত প্ৰায় অবিকল যমজ সন্তানহালৰ ডিএনএ যে পৃথক হ’ব সেয়া তেওঁৰ বাবে অবিশ্বাস্য আছিল৷

‘‘দুয়োটা সন্তান দেখাত ইমান সাদৃশ্য থকাৰ পিছতো দুয়োৰে ডিএনএ পৃথক হ’ব বুলি মই ভাবিবই পৰা নাছিলো৷ দুয়োটা সন্তানৰ পিতৃৰ নাম এতিয়াও এজন লোকৰ নামতে পঞ্জীভুক্ত হৈ আছে৷ এতিয়া  ডিএনএ পৰীক্ষাৰ ভিত্তিত তেওঁলোকৰ প্ৰকৃত পিতৃৰ নাম লিপিৱদ্ধ কৰাৰ প্ৰয়াস কৰা হ’ব৷’’ ব্ৰাজিলৰ স্থানীয় সংবাদ মাধ্যমত এইদৰে কয় যমজ সন্তানহালৰ মাতৃয়ে৷

ইফালে মাতৃগৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁৰ যমজ সন্তানহালৰ দায়িত্ব তেওঁৰ প্ৰেমিকে লৈ আহিছে৷ আনকি যুৱতীগৰাকীৰ প্ৰেমিকে এটি সন্তানৰ পিতৃ নহয় বুলি জনাৰ পিছতো দুয়োটা সন্তানৰে দায়িত্ব সঠিকভাৱে পালন কৰি আছে৷ তেওঁ কোনো অসন্তুষ্টি প্ৰকাশ কৰা নাই বুলিও সদৰী কৰিছে মাতৃগৰাকীয়ে৷

 

লগতে পঢ়ক শাহুৱেকে কৰিলে টিভি বন্ধ, বোৱাৰীয়েকে কামুৰিলে শাহুৱেকৰ আঙুলি, স্বামীৰ গালতো প্ৰচণ্ড চৰ

‘‘এতিয়াও দুয়োটা সন্তানকে সি চোৱা-চিতা কৰে। তেওঁ মোক বহুত সহায় কৰে। মোক যি লাগে, তেওঁ সেই সকলোবোৰ পূৰণ কৰে।’’ মাতৃগৰাকীয়ে দ্বিতীয় সন্তানৰ পিতৃৰ বিষয়ে কোনো তথ্য প্ৰকাশ নকৰি প্ৰেমিকৰ বিষয়ে এইদৰে কয়৷

এই ঘটনা পোহৰলৈ  অহাৰ পাছতে অস্বাভাৱিক গৰ্ভাৱস্থাৰ আৰ্হি অধ্যয়ন কৰা চিকিৎসক ডাঃ টুলিঅ’ জৰ্জ ফ্ৰাংকোৱে কয় যে এনে এটা পৰিঘটনাক চিকিৎসা বিজ্ঞানৰ ভাষাত হেটেৰ’পেৰেণ্টেল ছুপাৰফেকণ্ডেচন বুলি কোৱা হয়। তেওঁ লগতে কয় যে সমগ্ৰ বিশ্বতে এতিয়ালৈকে মাত্ৰ ২০ টা হেটেৰ’পেৰেণ্টেল ছুপাৰফেকাণ্ডেচনৰ বিষয়ে জনা গৈছে।

যমজ সন্তান হালৰ বিষয়ে তেওঁ আৰু কয় যে কোনো ধৰণৰ জটিলতা নোহোৱাকৈ অতি স্বাভাৱিকভাৱে গৰ্ভধাৰণ হৈছিল। দুয়োটি শিশুৱে জন্মতে সুস্থই আছিল আৰু জন্মৰ পিছতো কেতিয়াও কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হোৱা নাছিল। ই অত্যন্ত বিৰল ঘটনা।

‘‘মই কেতিয়াও ভবা নাছিলো যে মই মোৰ জীৱনত এনেকুৱা এটা কেচ দেখিম’’ বুলি কৈ চিকিৎসকগৰাকীয়ে লগতে কয় যে এনে ঘটনা লাখত মাত্ৰ এটাহে ঘটে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamheteroparental superfecundationpaternity testtwins
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ সৌভাগ্যই টোকৰ মাৰিব আপোনাৰ জীৱনত! জানক ৰাশিফল

November 1, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

November 1, 2026
মন্দিৰৰ পৰা ওভতাৰ সময়ত নবজাব ঘণ্টা! বিফল হ’ব পাৰে প্ৰাৰ্থনা!
জীৱনশৈলী

মন্দিৰৰ পৰা ওভতাৰ সময়ত নবজাব ঘণ্টা! বিফল হ’ব পাৰে প্ৰাৰ্থনা!

November 1, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ভাৰত

‘জ্ঞানেশ কুমাৰে জে’ললৈ যাব লাগিব’, কঠোৰ সকীয়নি ৰাহুল গান্ধীৰ

November 1, 2026
Next Post
বীৰ ছহিদক অপমান! ছহিদলৈ কুৰিয়াৰে ‘শৌৰ্য চক্ৰ’ প্ৰেৰণ, ছহিদৰ পৰিয়ালে দিলে ওভতাই

বীৰ ছহিদক অপমান! ছহিদলৈ কুৰিয়াৰে ‘শৌৰ্য চক্ৰ’ প্ৰেৰণ, ছহিদৰ পৰিয়ালে দিলে ওভতাই

শিক্ষক-শিক্ষয়িত্ৰীসকল সাৱাধান হওক! ছাত্ৰ-ছাত্ৰীক বেত্ৰাঘাত কৰি গ্ৰেপ্তাৰ হ’ল শিক্ষক

শিক্ষক-শিক্ষয়িত্ৰীসকল সাৱাধান হওক! ছাত্ৰ-ছাত্ৰীক বেত্ৰাঘাত কৰি গ্ৰেপ্তাৰ হ’ল শিক্ষক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.