• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাহুৱেকে কৰিলে টিভি বন্ধ, বোৱাৰীয়েকে কামুৰিলে শাহুৱেকৰ আঙুলি, স্বামীৰ গালতো প্ৰচণ্ড চৰ

শাহুৱেকে কৰিলে টিভি বন্ধ, বোৱাৰীয়েকে কামুৰিলে শাহুৱেকৰ আঙুলি, স্বামীৰ গালতো প্ৰচণ্ড চৰ

4 years ago
কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

3 minutes ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

33 minutes ago
ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

2 hours ago
গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

2 hours ago
মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

3 hours ago
সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

3 hours ago
টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

3 hours ago
স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

4 hours ago
পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

6 hours ago
বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

6 hours ago
বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

7 hours ago
ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শাহুৱেকে কৰিলে টিভি বন্ধ, বোৱাৰীয়েকে কামুৰিলে শাহুৱেকৰ আঙুলি, স্বামীৰ গালতো প্ৰচণ্ড চৰ

editor by editor
September 7, 2022
in অপৰাধ, ভাৰত
0
শাহুৱেকে কৰিলে টিভি বন্ধ, বোৱাৰীয়েকে কামুৰিলে শাহুৱেকৰ আঙুলি, স্বামীৰ গালতো প্ৰচণ্ড চৰ
0
SHARES
15.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত শাহু-বোৱাৰী ৰণক এক পৰম্পৰাগত কাজিয়া বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷ শাহু-বোৱাৰীৰ ৰণে ভাৰতীয় সমাজ ব্যৱস্থাত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে৷

ইফালে ভাৰতীয় পৰিয়ালবোৰত টিভিৰ ধাৰাবাহিকৰো বিপুল চাহিদা আছে৷ টিভিৰ ধাৰাবাহিকে ভাৰতীয় একাংশ গৃহিণী অৰ্থাৎ বোৱাৰী আৰু শাহুৱেকৰ জীৱনকে আগুৰি থাকে বুলিব পাৰি৷ এই ধাৰাবাহিকবোৰে বহু শাহু-বোৱাৰীৰ কাজিয়াৰো উৎস হৈ আহিছে৷

ঠিক তেনেকৈ সৃষ্ট এক শাহু-বোৱাৰীৰ কাজিয়াই মাত্ৰা চৰি যোৱাত এইবাৰ সংবাদ মাধ্যমৰ বাতৰিৰ শিৰোণাম দখল কৰিছে৷ আনকি ঘটনাই আৰক্ষীৰ থানাতো পালেগৈ৷ ঘটনাটো মহাৰাষ্ট্ৰৰ থানে জিলাৰ অম্বেৰনাথৰ৷

প্ৰকাশিত বাতৰি অনুসৰি ৩২ বছৰীয়া এগৰাকী বোৱাৰীয়েকে টিভিটো বন্ধ কৰি দিয়াৰ বাবেই  শাহুৱেকৰ হাতৰ তিনিটা আঙুলিত কামুৰি দিয়ে৷ শাহুৱেকৰ হাতৰ আঙুলিত কামুৰি দিয়াই নহয় নিজৰ স্বামীকো পত্নীগৰাকীয়ে গালত প্ৰচণ্ড চৰ শোধায়৷

লগতে পঢ়ক সংবাদ শিৰোণাম দখলৰ বাবেই কৰিছিল ছিৰিয়েল কিলিং! স্মাৰকৰ বাবে সংগ্ৰহ কৰিছিল অন্তৰ্বাস

শিৱাজী নগৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ব্ৰুশালী কুলকৰ্ণী (৬০) নামৰ বৃদ্ধাগৰাকীয়ে ভজন গাই থকাৰ সময়ত বোৱাৰীয়েক টিভিটোৰ ছাউণ্ড কমাবলৈ কৈ আছিল যদিও বোৱাৰীয়েকে ছাউণ্ড কম নকৰাত শাহুৱেকে গৈ টিভিটোকে বন্ধ কৰি দিয়ে৷

শাহুৱেকৰ এই কাণ্ডত ক্ষুব্ধ হৈ বোৱাৰীয়েকে শাহুৱেকৰ হাতৰ আঙুলিতে কামুৰি দিয়ে৷ যাৰ ফলত শাহুৱেকে এখন হাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ ইফালে মাতৃ আৰু পত্নীৰ কাজিয়া নিয়ন্ত্ৰণ কৰিবলৈ যোৱা স্বামীৰো গালত প্ৰচণ্ড চৰ শোধাই পত্নীয়ে৷

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, ভুক্তভোগীৰ আঙুলি তিনিটা হাতৰ পৰা বিচ্ছিন্ন হোৱা নাই যদিও আঘাত অতি গুৰুতৰ৷ ইফালে আৰক্ষীয়ে অভিযুক্ত বোৱাৰীয়েকৰ বিৰুদ্ধে শাহুৱেকে আৰক্ষীৰ থানাত অভিযোগ দাখিল কৰাৰ পাছতে ব্যৱস্থা গ্ৰহণ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে
জীৱনশৈলী

বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

April 24, 2026
ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?
জীৱনশৈলী

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

April 24, 2026
SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?
জীৱনশৈলী

SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

April 24, 2026
হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা
জীৱনশৈলী

হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

April 24, 2026
Next Post
এক ফুল দু প্ৰেমী! একেগৰাকী মহিলা আৰক্ষীৰে প্ৰেমত পৰি দুই আৰক্ষীৰ তয়াময়া ৰণ!

এক ফুল দু প্ৰেমী! একেগৰাকী মহিলা আৰক্ষীৰে প্ৰেমত পৰি দুই আৰক্ষীৰ তয়াময়া ৰণ!

OMG! তিহাৰ জে’লৰ কয়দীয়ে পেটৰ ভিতৰত নিছিল দুটাকৈ মোবাইল৷  তাৰ পিছত ঘটিল এই ঘটনা…

OMG! তিহাৰ জে’লৰ কয়দীয়ে পেটৰ ভিতৰত নিছিল দুটাকৈ মোবাইল৷ তাৰ পিছত ঘটিল এই ঘটনা…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.