• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গাৰ্হস্থ্য হিংসা, যৌন নিৰ্যাতনৰ বলি! এইবাৰ কণ্ঠশিল্পী হানি সিঙেৰে বিবাহ বিচ্ছেদ পত্নীৰ

গাৰ্হস্থ্য হিংসা, যৌন নিৰ্যাতনৰ বলি! এইবাৰ কণ্ঠশিল্পী হানি সিঙেৰে বিবাহ বিচ্ছেদ পত্নীৰ

4 years ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

7 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

8 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

8 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

10 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

13 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

13 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

14 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

15 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

15 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

16 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

1 day ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

গাৰ্হস্থ্য হিংসা, যৌন নিৰ্যাতনৰ বলি! এইবাৰ কণ্ঠশিল্পী হানি সিঙেৰে বিবাহ বিচ্ছেদ পত্নীৰ

editor by editor
September 9, 2022
in জীৱনশৈলী, ভাৰত, সংগীত
0
গাৰ্হস্থ্য হিংসা, যৌন নিৰ্যাতনৰ বলি! এইবাৰ কণ্ঠশিল্পী হানি সিঙেৰে বিবাহ বিচ্ছেদ পত্নীৰ
0
SHARES
4.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

য়ু য়ু হানি সিং নামেৰে বিখ্যাত হোৱা পঞ্জাবী গায়ক হানি সিঙ আৰু পত্নী শালিনী তালৱাৰৰ আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হৈছে। ইতিমধ্যে পাৰিবাৰিক আদালতে দুয়োৰে বিবাহ বিচ্ছেদৰ গোচৰ নিষ্পত্তি কৰিছে৷

বিবাহ বিচ্ছেদৰ বাবে কণ্ঠশিল্পী হানি সিঙে সদ্য প্ৰাক্তন পত্নী শালিনী তালৱাৰক ১ কোটি টকা খৰপোচ দিবলৈ বাধ্য হৈছে৷ ৮ ছেপ্টেম্বৰ বৃহস্পতিবাৰে দিল্লীৰ সাকেট আদালতত হানি সিঙে শালিনী তালৱাৰৰ জীৱিকা আৰু ভৰণ-পোষণৰ বাবদ ধন দিয়াৰো এক চুক্তি পত্ৰত স্বাক্ষৰ কৰে।

উল্লেখ্য যে ২০২১ চনত শিল্পী হানি সিঙৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰিছিল শালিনীয়ে।

লগতে পঢ়ক নিজকে শেষ কৰাৰ চেষ্টা যুৱকৰ! ফেচবুক এলাৰ্টে ৰক্ষা কৰিলে NEET প্ৰাৰ্থীৰ জীৱন

শুনানিৰ সময়তে ন্যায়াধীশ বিনোদ কুমাৰৰ উপস্থিতিত হানি সিঙে শালিনী তলৱাৰক এটা বন্ধ খামত ভৰণ পোষণৰ বাবদ হিচাপে ১ কোটি টকাৰ এখন চেক প্ৰদান কৰে।

হানি সিং আৰু শালিনী তালৱাৰৰ মাজৰ অভিযোগ প্ৰতি অভিযোগ বিচাৰ কৰাৰ পাছতে বিষয়টো ন্যায়ালয়ত নিষ্পত্তি হয় যদিও এতিয়া ৰায় প্ৰদান কৰা হোৱা নাই৷ অহা বৰ্ষৰ ২০ মাৰ্চত গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে হানি সিঙৰ বিৰুদ্ধে পত্নী শালিনী তালৱাৰে যৌন হিংসা, মানসিক নিৰ্যাতন, প্ৰতাৰণা আৰু আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam llive 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamshalini talwaryo yo honey singh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা
জীৱনশৈলী

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

July 14, 2026
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?
জীৱনশৈলী

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

July 14, 2026
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
Next Post
কিশোৰৰ যৌনাংগত সোমাল ইউএছবি কেবল, চিকিৎসকে অস্ত্ৰোপচাৰেৰে আনিলে উলিয়াই

কিশোৰৰ যৌনাংগত সোমাল ইউএছবি কেবল, চিকিৎসকে অস্ত্ৰোপচাৰেৰে আনিলে উলিয়াই

চৰকাৰী নথিত মৃত, বন্ধ কৰিলে বৃদ্ধ পেন্সন; দৰাৰ বেশত প্ৰতিবাদ ১০২ বছৰীয়া বৃদ্ধৰ

চৰকাৰী নথিত মৃত, বন্ধ কৰিলে বৃদ্ধ পেন্সন; দৰাৰ বেশত প্ৰতিবাদ ১০২ বছৰীয়া বৃদ্ধৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.