• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিশোৰৰ যৌনাংগত সোমাল ইউএছবি কেবল, চিকিৎসকে অস্ত্ৰোপচাৰেৰে আনিলে উলিয়াই

কিশোৰৰ যৌনাংগত সোমাল ইউএছবি কেবল, চিকিৎসকে অস্ত্ৰোপচাৰেৰে আনিলে উলিয়াই

4 years ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

5 minutes ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

44 minutes ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

1 hour ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

2 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

2 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

3 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

4 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

5 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

6 hours ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

8 hours ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কিশোৰৰ যৌনাংগত সোমাল ইউএছবি কেবল, চিকিৎসকে অস্ত্ৰোপচাৰেৰে আনিলে উলিয়াই

editor by editor
September 9, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব, স্বাস্থ্য
0
কিশোৰৰ যৌনাংগত সোমাল ইউএছবি কেবল, চিকিৎসকে অস্ত্ৰোপচাৰেৰে আনিলে উলিয়াই
0
SHARES
45.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা আজৱ ঘটনা পোহৰলৈ আহিছে৷ এজন কিশোৰৰ যৌনাংগৰ ভিতৰৰ পৰা এডাল ইউএছবি কেবল চিকিৎসকে অস্ত্ৰোপচাৰ কৰি উলিওৱাই আনে৷

ঘটনাটো গ্ৰেট ব্ৰিটেইনৰ৷ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে ব্ৰিটেইনৰ এগৰাকী ১৫ কিশোৰৰ যৌনাংগত এডাল ইউ এছ বি কেবল সোমাই গৈছিল৷ আচলতে কিশোৰজনে লিংগত এডাল ইউ এছ বি কেবল সুমুৱাই যৌন পৰীক্ষা কৰিবলৈ চেষ্টা কৰিছিল আৰু কেবলডাল যৌনাংগৰ ভিতৰতে সোমাই থাকিল৷

ইয়াৰ পাছত কিশোৰীগৰাকীয়ে তীব্ৰ বিষত আক্ৰান্ত হয়৷ আনকি কিশোৰীগৰাকীয়ে প্ৰস্ৰাৱৰো সমস্যাত ভোগে৷ প্ৰস্ৰাৱ কৰোতে তেজ উলাবলৈ ধৰে৷ ইয়াৰ পাছতে কিশোৰগৰাকীয়ে চিকিৎসকৰ কাষ চাপে৷ ঘটনাটো ২০২১ বৰ্ষৰ নৱেম্বৰ মাহৰ৷

লগতে পঢ়ক মাত্ৰ ১ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল কন্যা! ২০ বছৰৰ পাছত বন্ধনৰ পৰা মুক্ত যুৱতী

চিকিৎসকসকলে লিখা চাইন্স ডাইৰেক্টৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ইউএছবি তাঁৰৰ দুটা ডিষ্টেল প’ৰ্ট বাহ্যিক ইউৰেথ্ৰাৰ পৰা ওলাই থকাৰ বিপৰীতে জটিল তাঁৰৰ মাজৰ অংশটো যৌনাংগৰ ভিতৰতে ৰৈ গৈছিল।

চিকিৎসকসকলে প্ৰথমে ধাতুৰ ৰ’ডৰ সহায়ত গাঁঠি থকা তাঁৰডাল আঁতৰাবলৈ চেষ্টা কৰিছিল যদিও তাঁৰত গঠিত গাঁঠিয়ে আৰু অধিক জটিলতাৰ সৃষ্টি কৰাত সেয়া কৰিব পৰা নাছিল। তাৰ পিছতে কিশোৰগৰাকীৰ অস্ত্ৰোপচাৰ কৰি তাঁৰডাল আঁতৰোৱাৰ সিদ্ধান্ত লোৱা হয়।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে যুৱকজনক কিছু দীঘলীয়াকৈ পৰ্যবেক্ষণত থাকিব লাগিব, কাৰণ ‘মূত্ৰনলীত ইনফেকচন হোৱাৰ ফলত প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ হ’ব পাৰে, প্ৰস্ৰাৱত তেজ ওলাব পাৰে৷’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamUK TeenagerUSB Cable \
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?
বিনোদন

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

September 19, 2026
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা
অসম

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

September 19, 2026
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ
বাণিজ্য

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

September 19, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
Next Post
চৰকাৰী নথিত মৃত, বন্ধ কৰিলে বৃদ্ধ পেন্সন; দৰাৰ বেশত প্ৰতিবাদ ১০২ বছৰীয়া বৃদ্ধৰ

চৰকাৰী নথিত মৃত, বন্ধ কৰিলে বৃদ্ধ পেন্সন; দৰাৰ বেশত প্ৰতিবাদ ১০২ বছৰীয়া বৃদ্ধৰ

‘গাৰ্গী’- পুৰুষৰ অহমিকা আৰু নাৰীৰ যন্ত্ৰণাৰ সুস্পষ্ট প্ৰকাশ!

‘গাৰ্গী’- পুৰুষৰ অহমিকা আৰু নাৰীৰ যন্ত্ৰণাৰ সুস্পষ্ট প্ৰকাশ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.