• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কংগ্ৰেছৰ হিন্দুৰ ওপৰত আশ্বাস নাই…ৱায়নাডত প্ৰিয়ংকা প্ৰাৰ্থী হোৱাক লৈ বিশেষ মন্তব্য আচাৰ্য প্ৰমোদ কৃষ্ণমৰ

কংগ্ৰেছৰ হিন্দুৰ ওপৰত আশ্বাস নাই…ৱায়নাডত প্ৰিয়ংকা প্ৰাৰ্থী হোৱাক লৈ বিশেষ মন্তব্য আচাৰ্য প্ৰমোদ কৃষ্ণমৰ

2 years ago
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

1 hour ago
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

2 hours ago
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

2 hours ago
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

2 hours ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

3 hours ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

4 hours ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

5 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

6 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

6 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

7 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

7 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কংগ্ৰেছৰ হিন্দুৰ ওপৰত আশ্বাস নাই…ৱায়নাডত প্ৰিয়ংকা প্ৰাৰ্থী হোৱাক লৈ বিশেষ মন্তব্য আচাৰ্য প্ৰমোদ কৃষ্ণমৰ

কংগ্ৰেছৰ হিন্দুৰ ওপৰত আশ্বাস নাই...ৱায়নাডত প্ৰিয়ংকা প্ৰাৰ্থী হোৱাক লৈ বিশেষ মন্তব্য আচাৰ্য প্ৰমোদ কৃষ্ণমৰ

editor by editor
June 18, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
কংগ্ৰেছৰ হিন্দুৰ ওপৰত আশ্বাস নাই…ৱায়নাডত প্ৰিয়ংকা প্ৰাৰ্থী হোৱাক লৈ বিশেষ মন্তব্য আচাৰ্য প্ৰমোদ কৃষ্ণমৰ
0
SHARES
159
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লোকসভা নিৰ্বাচনত কেৰালাৰ ৱায়ানাড আৰু উত্তৰপ্ৰদেশৰ ৰায়বৰেলীৰ পৰা সাংসদ নিৰ্বাচিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ ৰাহুল গান্ধী ৰায়বৰেলীৰ সাংসদ হৈ থাকি কেৰালাৰ ৱায়ানাডৰ আসন খালী কৰি দিব। সেই আসনৰ পৰা তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী ইনিংছ আৰম্ভ কৰিব৷  উপ-নিৰ্বাচনেৰে নিৰ্বাচনী যুঁজত নামিব প্ৰিয়ংকা গান্ধী৷ কংগ্ৰেছে এই সিদ্ধান্ত ৰাজহুৱা কৰাৰ পাছতেই বিশেষ প্ৰশ্ন উত্থাপন কৰিছে এইবাৰ আচাৰ্য প্ৰমোদ কৃষ্ণমে। 

আচাৰ্য প্ৰমোদ কৃষ্ণমে কয়, প্ৰিয়ংকা গান্ধী কংগ্ৰেছৰ আটাইতকৈ জনপ্ৰিয় মুখ। উপ-নিৰ্বাচনত তেওঁক টিকট দি তেওঁৰ জনপ্ৰিয়তা হ্ৰাস কৰাৰ প্ৰয়াস কৰা হৈছে। প্ৰিয়ংকা গান্ধীক ৱায়ানাদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছৰ যে হিন্দুৰ ওপৰত বিশ্বাস নাই সেই কথা আকৌ এবাৰ প্ৰমাণ কৰিলে৷’

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনৱালাই প্ৰিয়ংকাই ৱাইনাডত টিকট লাভ কৰাক লৈ কয়, “ৰাহুল গান্ধীৰ ৱায়নাডৰ আসন এৰাৰ সিদ্ধান্ত আৰু তাৰ পৰাই তেওঁৰ ভগ্নীয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্তৰ পিছত আজি স্পষ্ট হৈ পৰিছে যে,  কংগ্ৰেছ কোনো ৰাজনৈতিক দল নহয় বৰঞ্চ পৰিয়াল কোম্পানীহে।” 

কংগ্ৰেছ দলে আনুষ্ঠানিকভাৱে প্ৰিয়ংকাই ৱাইনাডৰ প্ৰাৰ্থী বুলি ঘোষণা কৰাৰ পাছতেই প্ৰিয়ংকা গান্ধীয়ে ৱায়ানাডাবাসীক ৰাহুল গান্ধীক মিছ নকৰিবলৈ আশ্বাস দিয়ে। প্ৰিয়ংকাই কয়, “মই ৱায়ানাডক ৰাহুল গান্ধীক মিছ কৰিবলৈ নিদিওঁ। মই কঠোৰ পৰিশ্ৰম কৰিম, ৱায়ানাডৰ সকলোকে সন্তুষ্ট কৰিবলৈ মোৰ সাধ্য অনুসৰি চেষ্টা কৰিম, আৰু এগৰাকী ভাল প্ৰতিনিধি হ’ম বুলি কথা দিছো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ
নিয়োগ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

August 27, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!
অসম

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

August 27, 2026
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী
জীৱনশৈলী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

August 27, 2026
Next Post
ছুটী শেষ কৰি ট্ৰেইনত উঠিও কৰ্মস্থলী নাপালেগৈ! অভিশপ্ত কাঞ্চনজংঘাত শেষ হৈ গ’ল আৱকাৰী অফিচাৰৰ জীৱন

ছুটী শেষ কৰি ট্ৰেইনত উঠিও কৰ্মস্থলী নাপালেগৈ! অভিশপ্ত কাঞ্চনজংঘাত শেষ হৈ গ’ল আৱকাৰী অফিচাৰৰ জীৱন

বাৰাণসীত কিষাণ সন্মান সন্মিলনত প্ৰধানমন্ত্ৰী মোদী, কৃষকৰ বাবে আজিয়েই মুকলি ২০ হাজাৰ কোটি ধন

বাৰাণসীত কিষাণ সন্মান সন্মিলনত প্ৰধানমন্ত্ৰী মোদী, কৃষকৰ বাবে আজিয়েই মুকলি ২০ হাজাৰ কোটি ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.