• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাৰাণসীত কিষাণ সন্মান সন্মিলনত প্ৰধানমন্ত্ৰী মোদী, কৃষকৰ বাবে আজিয়েই মুকলি ২০ হাজাৰ কোটি ধন

2 years ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

48 minutes ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

2 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

3 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

4 hours ago
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

5 hours ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

6 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

7 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

8 hours ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

9 hours ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাৰাণসীত কিষাণ সন্মান সন্মিলনত প্ৰধানমন্ত্ৰী মোদী, কৃষকৰ বাবে আজিয়েই মুকলি ২০ হাজাৰ কোটি ধন

বাৰাণসীত কিষাণ সন্মান সন্মিলনত প্ৰধানমন্ত্ৰী মোদী, কৃষকৰ বাবে আজিয়েই মুকলি ২০ হাজাৰ কোটি ধন

editor by editor
June 18, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বাৰাণসীত কিষাণ সন্মান সন্মিলনত প্ৰধানমন্ত্ৰী মোদী, কৃষকৰ বাবে আজিয়েই মুকলি ২০ হাজাৰ কোটি ধন
0
SHARES
210
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ প্ৰদেশৰ বাৰাণসীত সন্ধিয়া প্ৰায় ৫ বজাত প্ৰধানমন্ত্ৰীয়ে কিষাণ সন্মান সন্মিলনত অংশগ্ৰহণ কৰিব।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আত্মসহায়ক গোট (এছ এইচ জি) কৃষি সখীৰ ৩০ হাজাৰৰো অধিক মহিলাক প্ৰমাণ পত্ৰ প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ ১৭তম কিস্তিৰ মুকলিৰ অনুমোদন জনাই প্ৰথমখন ফাইলত স্বাক্ষৰ কৰিছিল, সেই ধন আজিয়েই একাউণ্টত সোমাব কৃষকৰ।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিছান)ৰ অধীনত প্ৰায় ৯.২৬ কোটি হিতাধিকাৰী কৃষকৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হ’ব ২০ হাজাৰ কোটিতকৈ অধিক ধন৷

পিএমঅ’ৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি বৰ্তমানলৈকে ১১ কোটিতকৈ অধিক যোগ্য কৃষক পৰিয়ালে পিএম-কিছানৰ অধীনত ৩.০৪ লাখ কোটিতকৈ অধিক টকাৰ সুবিধা লাভ কৰিছে।

আজি সন্ধিয়া প্ৰায় ৭ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে দশশ্বমেধ ঘাটত গংগা আৰতিত অংশ লৈ নিশা প্ৰায় ৮ বজাত কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা
বাণিজ্য

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

June 20, 2026
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট
বিনোদন

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

June 20, 2026
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!
বিশ্ব

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

June 20, 2026
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক
বিজ্ঞান

Next Post
অৱশেষত ছিকিমৰ ১২০০ যাত্ৰীক উদ্ধাৰৰ বাবে চলিছে অভিযান, ৫০ জনক উদ্ধাৰ, অন্য যাত্ৰীসকলক উদ্ধাৰ কৰিব পৰা যাবনে?

হজলৈ গৈ শেষ হৈ গ’ল ২২ টা জীৱন! কি হৈছে মক্কাত? ছৌদী চৰকাৰৰ কিবা গাফিলতি নে অইন কোনো ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন