• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাসত ৰাধা হ’বলৈ গৈ বিপদত অমৃতা গগৈ, ফেচবুক লাইভ যোগে সদৰি কৰিলে ভয়ংকৰ পৰিস্থিতি

ৰাসত ৰাধা হ’বলৈ গৈ বিপদত অমৃতা গগৈ, ফেচবুক লাইভ যোগে সদৰি কৰিলে ভয়ংকৰ পৰিস্থিতি

2 years ago
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

5 hours ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

6 hours ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

6 hours ago
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

7 hours ago
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

7 hours ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

8 hours ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

10 hours ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

10 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

10 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

11 hours ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

12 hours ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাসত ৰাধা হ’বলৈ গৈ বিপদত অমৃতা গগৈ, ফেচবুক লাইভ যোগে সদৰি কৰিলে ভয়ংকৰ পৰিস্থিতি

editor by editor
November 25, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
ৰাসত ৰাধা হ’বলৈ গৈ বিপদত অমৃতা গগৈ, ফেচবুক লাইভ যোগে সদৰি কৰিলে ভয়ংকৰ পৰিস্থিতি
0
SHARES
829
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাসত ৰাধা হ’বলৈ গৈ বিপদত অমৃতা গগৈ, ফেচবুক লাইভ যোগে সদৰি কৰিলে ভয়ংকৰ পৰিস্থিতি

অভিনেত্ৰী অমৃতা গগৈৰ এটা ফেচবুক লাইভে লগাইছে তোলপাৰ। মহা বিপদৰ পৰা কথমপি ৰক্ষা পৰে অভিনেত্ৰীগৰাকীয়ে। সামাজিক মাধ্যম ফেচবুকত লাইভ আহি নিজৰ লগত সংঘটিত হোৱা এটা ঘটনা সদৰি কৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে।

অমৃতাই সদৰি কৰা অনুসৰি ৰাসত ৰাধা হবলৈ গৈছিল অভিনেত্ৰীগৰাকী। তাতেই অমৃতাৰ লগতে তাইৰ এগৰাকী বান্ধীৱৰ সৈতে সংঘটিত হয় এক ঘটনা।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি নগাঁও জিলাত এক ৰাসত ৰাধাৰ চৰিত্ৰ কৰিবলৈ গৈছিল অমৃতা। লগত সহযোগী হিচাপে গৈছিল এগৰাকী বান্ধৱী। ঘটনা ২২ নৱেম্বৰৰ। সকলো ঠিকে ঠাকে হৈ যায়।

https://www.facebook.com/share/v/19Z6izELcd/

ৰাসত ৰাধা হৈ সকলো সামৰি নিশা ২ বজাত ৰাস কমিটিয়ে নগাঁও বাইপাছ অভিনেত্ৰীগৰাকীক থকাৰ ব্যৱস্থা কৰি দিয়া হোটেলখনলৈ আহি থৈ যায়। কমিটীৰ মানুহে নগাঁও বাইপাছৰ ‘চানযুক্তি’ নামৰ হোটেলখনত থৈ যোৱাৰ পাছত নিশা ৩ বজাত আহাৰ গ্ৰহণ কৰি দুয়ো বান্ধৱী ৩০৪ নম্বৰ কোঠালৈ শোৱাৰ বাবে যায়।

তেতিয়ালৈ সকলো ঠিকে আছিল। কিন্তু পিছদিনা ২১ নৱেম্বৰ পুৱা ৫ মান বজাত হঠাতে কোনো শব্দ শুনি দুয়ো বান্ধৱী সাৰ পাই উঠে। দেখে বাহিৰৰ পৰা কোনোৱে দৰ্জাৰ লক খুলিবলৈ চেষ্টা কৰি আছে। লগে লগে দুয়ো জপিয়াই আহি দৰ্জা ভিতৰৰ পৰা ভালকৈ বন্ধ কৰি ৰাখে।

আৰু অমৃতাই ভিতৰৰ পৰা বাহিৰলৈ চাব পৰা আইহ’ল টোৰে বাহিৰলৈ চোৱাত দেখে মুখত কাপোৰ বন্ধা এজন যুৱকে বাহিৰৰ পৰা দৰ্জাখন খুলিবলৈ চেষ্টা কৰি আছে। লগে হোটেলৰ মালিকলৈ ফোন কৰে যদিও ৩ বাৰ কৈ কৰাৰ পাছলো কোনো সহাৰি লাভ নকৰে হোটেলৰ মালিকে।

যাৰ বাবে ৰাস কমিটিলৈ ফোন কৰি সমগ্ৰ ঘটনা বৰ্ণনা কৰে। আৰু দুয়ো নিজে কোঠাৰ ভিতৰতে চিঞৰিবলৈ ধৰে। যাৰ ফলত লগ লগে আঁতৰি যায় যুৱকজন। কিন্তু কিছুসময় পিছতে দেখে যে সেই একেজনেই যুৱক এইবাৰ মুখত কাপোৰ নমৰাকৈ আহি কোঠাৰ সন্মুখেৰে অহা যোৱা কৰি আছে।

কিছুসময় পিছতে হোটেলখনত ৰাস কমিটীৰ সম্পাদক উপস্থিত হোৱাত সৌভাগ্যক্ৰমে ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা পৰে অভিনেত্ৰীগৰাকী।

কিন্তু লাইভ ভিডিঅ’ যোগে অভিনেত্ৰীগৰাকীয়ে এই সমস্ত ঘটনাৰ হোটেলৰ মালিকৰ ওপৰত দিয়ে। তিনিবাৰকৈ ফোন কৰাৰ পাছতো কোনো সহাৰি নিদিয়া আৰু সকলো কথা জনোৱাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ হোটেলৰ মালিকৰ বিৰুদ্ধে।

ইয়াৰ উপৰিও আজিৰ দিনটো নগাঁও বাইপাছত থকা দামী হোটেলখনত নাছিল কোনো চিচি টিভিৰ ব্যৱস্থা। যাৰ বাবে অপৰাধীৰ বিষয়ে কতো কোনো শুংসূত্ৰ পোৱা নাযায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amrita gogoiAssamese ActressFacebook LiveRadhaRash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল
অসম

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

August 6, 2026
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি
অসম

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

August 6, 2026
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!
অসম

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

August 6, 2026
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা
ভাৰত

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

August 5, 2026
Next Post
অষ্ট্ৰেলিয়াৰ অহংকাৰ দৰ্পচূৰ্ণ কৰি অষ্ট্ৰেলিয়াৰ মাটিতে ১-০ৰ অগ্ৰগতি ভাৰতৰ

অষ্ট্ৰেলিয়াৰ অহংকাৰ দৰ্পচূৰ্ণ কৰি অষ্ট্ৰেলিয়াৰ মাটিতে ১-০ৰ অগ্ৰগতি ভাৰতৰ

কাইলৈ ওলোটাকৈ গতি কৰিব বুধ গ্ৰহই, বিশেষ প্ৰভাৱ পৰিব কেৰিয়াৰ,ব্যৱসায় আৰু সম্পৰ্কৰ ওপৰত

কাইলৈ ওলোটাকৈ গতি কৰিব বুধ গ্ৰহই, বিশেষ প্ৰভাৱ পৰিব কেৰিয়াৰ,ব্যৱসায় আৰু সম্পৰ্কৰ ওপৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.