• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অষ্ট্ৰেলিয়াৰ অহংকাৰ দৰ্পচূৰ্ণ কৰি অষ্ট্ৰেলিয়াৰ মাটিতে ১-০ৰ অগ্ৰগতি ভাৰতৰ

অষ্ট্ৰেলিয়াৰ অহংকাৰ দৰ্পচূৰ্ণ কৰি অষ্ট্ৰেলিয়াৰ মাটিতে ১-০ৰ অগ্ৰগতি ভাৰতৰ

2 years ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

10 hours ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

11 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

12 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

12 hours ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

13 hours ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

14 hours ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

15 hours ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

15 hours ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

16 hours ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

16 hours ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

16 hours ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অষ্ট্ৰেলিয়াৰ অহংকাৰ দৰ্পচূৰ্ণ কৰি অষ্ট্ৰেলিয়াৰ মাটিতে ১-০ৰ অগ্ৰগতি ভাৰতৰ

editor by editor
November 25, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
অষ্ট্ৰেলিয়াৰ অহংকাৰ দৰ্পচূৰ্ণ কৰি অষ্ট্ৰেলিয়াৰ মাটিতে ১-০ৰ অগ্ৰগতি ভাৰতৰ
0
SHARES
84
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অষ্ট্ৰেলিয়াৰ অহংকাৰ দৰ্পচূৰ্ণ কৰি অষ্ট্ৰেলিয়াৰ মাটিতে ১-০ৰ অগ্ৰগতি ভাৰতৰ

অষ্ট্ৰেলিয়াৰ মাটিতে অষ্ট্ৰেলিয়াৰ দৰ্পচূৰ্ণ। ভাৰতীয় খেলুৱৈৰ হাতত আত্মসমৰ্পন কেংগাৰু দলৰ।

পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে অষ্ট্ৰেলিয়াক ২৯৫ ৰানৰ ব্যৱধানত পৰাস্ত কৰে।

প্ৰথম ইনিংছত ভাৰতীয় দলৰ হৈ সৰ্বাধিক নিতিশ কুমাৰ ৰেড্ডীয়ে ৪১ ৰান আৰু ঋষভ পণ্টে ৩৭ ৰান কৰিছিল। আনহাতে জশপ্ৰীত বুমৰাহে ৫ টা উইকেট আৰু হৰ্ষীত ৰাণাই ৩ টা উইকেট দখম কৰিছিল।

বিপৰীতে অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক ৰান কৰিছিল- মিছেল ষ্টাৰ্ক ২৬ ৰান আৰু এলেক্স কেৰী ২১ ৰান। উইকেটৰ ক্ষেত্ৰত জ’থ হেজলউডে ৪ টা আৰু মিছেল মাৰ্চে ২ উইকেট দখল কৰিছিল।

দ্বিতীয় ইনিংছত ভাৰতীয় দলৰ হৈ সৰ্বাধিক ৰান কৰিছিল যশস্বী জযশৱাল ১৬১ , বিৰাট কোহলী ১০০ ৰান। উইকেৰ ক্ষেত্ৰত বুমৰাহ আৰু মহম্মদ চিৰাজে ৩ টা কৈ উইকেট দখল কৰে।

অষ্ট্ৰেলিয়াৰ হৈ দ্বিতীয় ইনিংছত ট্ৰেভিছ হেডে ৮৯ ৰান আৰু মিছেল মাৰ্চে ৪৭ ৰান কৰে। আনহাতে নাথন লেয়নে ২ টা আৰু জোছ হেজলউডে ১ টা উইকেট দখল কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndia Vs AustraliaIndian Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি
ৰাজনীতি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

October 29, 2026
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?
বিনোদন

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

October 29, 2026
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া
ৰাজনীতি

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

October 29, 2026
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’
ৰাজনীতি

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

October 29, 2026
Next Post
কাইলৈ ওলোটাকৈ গতি কৰিব বুধ গ্ৰহই, বিশেষ প্ৰভাৱ পৰিব কেৰিয়াৰ,ব্যৱসায় আৰু সম্পৰ্কৰ ওপৰত

কাইলৈ ওলোটাকৈ গতি কৰিব বুধ গ্ৰহই, বিশেষ প্ৰভাৱ পৰিব কেৰিয়াৰ,ব্যৱসায় আৰু সম্পৰ্কৰ ওপৰত

এজন-দুজন নহয় ২৫০০ লোকৰ বিৰুদ্ধে মুঠ ৭ টা গোচৰ ৰুজু, আজিয়ো দেশজুৰি চৰ্চিত সেই ঘটনা

এজন-দুজন নহয় ২৫০০ লোকৰ বিৰুদ্ধে মুঠ ৭ টা গোচৰ ৰুজু, আজিয়ো দেশজুৰি চৰ্চিত সেই ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.