• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এজন-দুজন নহয় ২৫০০ লোকৰ বিৰুদ্ধে মুঠ ৭ টা গোচৰ ৰুজু, আজিয়ো দেশজুৰি চৰ্চিত সেই ঘটনা

এজন-দুজন নহয় ২৫০০ লোকৰ বিৰুদ্ধে মুঠ ৭ টা গোচৰ ৰুজু, আজিয়ো দেশজুৰি চৰ্চিত সেই ঘটনা

1 year ago
শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

8 hours ago
ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

8 hours ago
নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

8 hours ago
বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

9 hours ago
কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

10 hours ago
সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

11 hours ago
মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

12 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

13 hours ago
২০২৬ৰ দ্বিতীয় মাহত সূৰ্যৰ-চন্দ্ৰৰ বিশেষ যোগ, ধনসুখ আহিব এই ৫ৰাশিৰ জীৱনত

২০২৬ৰ দ্বিতীয় মাহত সূৰ্যৰ-চন্দ্ৰৰ বিশেষ যোগ, ধনসুখ আহিব এই ৫ৰাশিৰ জীৱনত

13 hours ago
২৮ জানুৱাৰীৰ পৰা খুলিব ৩ৰাশিৰ ভাগ্য, শুক্ৰ-শনিৰ অৰ্ধকেন্দ্ৰ যোগে দূৰ কৰিব অৰ্থকষ্ট

২৮ জানুৱাৰীৰ পৰা খুলিব ৩ৰাশিৰ ভাগ্য, শুক্ৰ-শনিৰ অৰ্ধকেন্দ্ৰ যোগে দূৰ কৰিব অৰ্থকষ্ট

14 hours ago
কাইলৈৰ ৰাশিফলঃ শুক্লা চতুৰ্থীত ৪গ্ৰহৰ কামাল, বৰিয়ান যোগত বিপুল লাভ কন্যাসহ আৰু কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ শুক্লা চতুৰ্থীত ৪গ্ৰহৰ কামাল, বৰিয়ান যোগত বিপুল লাভ কন্যাসহ আৰু কাৰ কাৰ?

1 day ago
মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে… সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ

মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে… সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এজন-দুজন নহয় ২৫০০ লোকৰ বিৰুদ্ধে মুঠ ৭ টা গোচৰ ৰুজু, আজিয়ো দেশজুৰি চৰ্চিত সেই ঘটনা

editor by editor
November 25, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
এজন-দুজন নহয় ২৫০০ লোকৰ বিৰুদ্ধে মুঠ ৭ টা গোচৰ ৰুজু, আজিয়ো দেশজুৰি চৰ্চিত সেই ঘটনা
0
SHARES
129
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এজন-দুজন নহয় ২৫০০ লোকৰ বিৰুদ্ধে মুঠ ৭ টা গোচৰ ৰুজু, আজিয়ো দেশজুৰি চৰ্চিত সেই ঘটনা

কালি ২৪ নৱেম্বৰ তাৰিখ দেওবাৰে দেশজুৰি চৰ্চিত হোৱা চম্বলৰ ঘটনাৰ পাছত আজি বহু লোকৰ বিৰুদ্ধে গোচৰ ৰুজু। এজন দুজন নহয়, মুঠ ২৫০০ গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু। তাকো মুঠ ৭ টাকৈ গোচৰ ৰুজু ২৫০০ গৰাকী লোকৰ বিৰুদ্ধে।

উল্লেখ্য যে, কালি দেওবাৰে চম্বলৰ জামা মছজিদ জৰীপৰ বাবে যাওতে এক হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয়। আদালতলৈ গৈছে সম্বলৰ জামা মছজিদৰ গোচৰ। হিন্দু পক্ষই সেই স্থানত হৰিহৰ মন্দিৰ ভাঙি জামা মছজিদ নিৰ্মাণ কৰা বুলি দাবী কৰিছিল। যাৰ পিছতে আদালতে জামা মছজিদৰ জৰীপৰ বাবে নিৰ্দেশ দিছিল। এই নিৰ্দেশতে ডি এম-এছ পিকে ধৰি এটা দলে পুৱাই ৬ বজাত জামা মছজিদত উপস্থিত হৈছিল।

৬ মান বজাত ডি এম-এছ পিৰ সৈতে এটা দল জামা মছজিদৰ জৰীপ কৰিবলৈ আহিছিল। পুৱাই দলটো দেখি ওচৰৰ মুছলমান সমাজে আপত্তি দৰ্শাই আৰপ ছুটীৰ দিনত ইমান পুৱা কিয় এই সমীক্ষা চলোৱা হৈছে বুলি প্ৰশ্ন কৰে। কিন্তু জৰীপৰ বাবে যোৱা দলটোই এই জৰীপ হোৱাৰ কথা প্ৰকাশ কৰাৰ লগে লগে ক্ষোভিত হৈ পৰে মুছলমান সমাজ।

কিন্তু মছজিদৰ ভিতৰলৈ জৰীপৰ বাবে যোৱাত বাধা দি আছিল ভিৰে। আৰক্ষীয়ে ৰখাবলৈ চেষ্টা কৰাত একাংশ লোকে আৰক্ষীলৈ বুলি শিলগুটি নিক্ষেপ কৰে। হঠাতে শিলগুটি নিক্ষেপ কৰাত পলায়ন কৰিবলগীয়া হয় আৰক্ষী। পাছলৈ অধিক ভয়ংকৰ হৈ পৰে পৰিস্থিতি।

চাৰিওফালে অগ্নিসংযোগো কৰে প্ৰতিবাদকাৰীয়ে। যাৰ ফলত কন্দুৱা গেছৰ লগতে লাঠি চাৰ্জ কৰিবলৈ বাধ্য হয় আৰক্ষী। এই হিংসাত্মক ঘটনাত ৩ গৰাকী লোকে প্ৰাণ হেৰুৱাৰ লগতে বহু লোক আহত হৈছিল, ২৪ গৰাকী আৰক্ষী বিষয়াও আহত হৈছিল।

সেই ঘটনাৰেই আজি ২৫০০ গৰাকী লোকৰ বিৰুদ্ধে ৭ টা কৈ গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, চিচি টিভ কেমেৰা আৰু দ্ৰোণৰ জৰিয়তে আটক কৰিব এই ২৫০০ গৰাকীলোকক।

বৰ্তমানে অঞ্চলটোৰ সুৰক্ষাৰ বাবে অহা ৩০ নৱেম্বৰ তাৰিখলৈ বহিৰাগত লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা। ইয়াৰ উপৰিও কোনো দলৰ নেতা বা সামাজিক সংগঠনৰ লোকৰ ক্ষেত্ৰতো আনিছে নিয়ম। চম্বলত প্ৰৱেশৰ বাবে অনুমতি লব লাগিব প্ৰশাসনৰ ফালৰ পৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: firSambhalSambhal CaseSambhal PoliceSambhal Violenceuttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ
জীৱনশৈলী

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

January 22, 2026
মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?
জীৱনশৈলী

মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

January 22, 2026
এমাহ পাছত উদয় হ’ব শুক্ৰ, ৰোমান্স বাঢ়িব, অৰ্থবৃষ্টি হ’ব এই ৪ৰাশিৰ জাতকৰ ওপৰত
জীৱনশৈলী

এমাহ পাছত উদয় হ’ব শুক্ৰ, ৰোমান্স বাঢ়িব, অৰ্থবৃষ্টি হ’ব এই ৪ৰাশিৰ জাতকৰ ওপৰত

January 21, 2026
ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?
ক্ৰীড়া

ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?

January 20, 2026
Next Post
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা

২০২৫ চন জয়জয় ময়ময় ৫ ৰাশিৰ বাবে, শনি গ্ৰহই উজলাই তুলিব ভাগ্য

২০২৫ চন জয়জয় ময়ময় ৫ ৰাশিৰ বাবে, শনি গ্ৰহই উজলাই তুলিব ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.