• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্ৰিকেট খেলিবলৈ আহি চিনেমাৰ জনপ্ৰিয় ভিলেইন হৈ পৰিছিল ৰবীনা টেণ্ডনৰ মামা

ক্ৰিকেট খেলিবলৈ আহি চিনেমাৰ জনপ্ৰিয় ভিলেইন হৈ পৰিছিল ৰবীনা টেণ্ডনৰ মামা

1 year ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

51 minutes ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

10 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

11 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

11 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

11 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

12 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

12 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

13 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

14 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

15 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

15 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ক্ৰিকেট খেলিবলৈ আহি চিনেমাৰ জনপ্ৰিয় ভিলেইন হৈ পৰিছিল ৰবীনা টেণ্ডনৰ মামা

editor by editor
April 1, 2025
in চিনেমা, বিবিধ, বিশ্ব, ভাৰত
0
ক্ৰিকেট খেলিবলৈ আহি চিনেমাৰ জনপ্ৰিয় ভিলেইন হৈ পৰিছিল ৰবীনা টেণ্ডনৰ মামা
0
SHARES
708
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্ৰিকেট খেলিবলৈ আহি চিনেমাৰ জনপ্ৰিয় ভিলেইন হৈ পৰিছিল ৰবীনা টেণ্ডনৰ মামা

ভাৰতীয় চিনেমাত কাম কৰাৰ হেঁপাহ কাৰ নো নাথাকে। পাছে তাৰে মাজতে এনে বহু আছে, যি মুম্বাইলৈ অন্য সপোন লৈ আহে, কিন্তু ভাগ্যই টানি নিয়ে অভিনয় জগতলৈ। তাৰেই মাজৰ এগৰাকী হৈছে ৰবীনা টেণ্ডনৰ মোমায়েক। যিয়ে ক্ৰিকেটাৰ হোৱাৰ সপোনেৰে লক্ষ্নৌৰ পৰা আহিছিল মুম্বাইলৈ।

কিন্তু ক্ৰিকেটাৰ হোৱাৰ সলনি হৈ পৰিছিল ভাৰতীয় ছবি জগতৰ এগৰাকী জনপ্ৰিয় ভিলেইন। যি পাছলৈ নিজৰ নামৰ সলনি এটা বিশেষ চৰিত্ৰৰ নামেৰেহে অধিক জনপ্ৰিয় হৈছিল।

সেই লোকগৰাকীয়ে হৈছে মেক মোহন। যাক বহু লোকেই শ্বোলেৰ ‘চাম্বা’ বুলি জানে। শ্বোলে ছবিত কৰা এটা সৰু চৰিত্ৰৰ জৰিয়তেই বলীউডত খোপনি পোতা মেক মোহনে তেখেতৰ জীৱন কালত ২০০ ৰো অধিক ছবিত কাম কৰিছে।

মুম্বাইলৈ ক্ৰিকেট খেলিবলৈ আহি মাজে মাজে থিয়েটাৰৰ কাম কৰিছিল খৰচ উলিয়াবৰ বাবে। কিন্তু সেই থিয়েটাৰতেই শ্বাবনা আজমীৰ মাতৃ শৌকত কেফীক মেক মোহনৰ অভিনয় ভাল লাগে। আৰু তেখেতেই মেক মোহনক অভিনয়ৰ ফালেই গৈ ভালকৈ কাম কৰিবলৈ কয়।

সেই মতেই অভিনয়ত সোমাই পৰে মেক মোহন। ১৯৬১ চনৰ পৰা ২০১০ লৈ অভিনয় কৰি যায় মেক। কিন্তু কেঞ্চাৰত আক্ৰান্ত হৈ ২০১০ চনত ৭২ বছৰ বয়সত মৃত্যু হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywood MovieMac MohanMovie Industry
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন
জীৱনশৈলী

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

September 30, 2026
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী
বিনোদন

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

September 29, 2026
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
Next Post
বিশ্বৰ সবাতোকৈ ধনাঢ্য মহিলা কোন, জানেনে ! ৮ লাখ কোটি টকাৰ মালিক

বিশ্বৰ সবাতোকৈ ধনাঢ্য মহিলা কোন, জানেনে ! ৮ লাখ কোটি টকাৰ মালিক

দুগুণ দাম দি অনন্ত আম্বানীয়ে পদযাত্ৰাৰ সময়তে ক্ৰয় কৰিলে শতাধিক কুকুৰা

দুগুণ দাম দি অনন্ত আম্বানীয়ে পদযাত্ৰাৰ সময়তে ক্ৰয় কৰিলে শতাধিক কুকুৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.