• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০৭ টা সন্তান, আকৌ পিতৃ হোৱাৰ মন! কোন এই ব্যক্তি জানিবলৈ চাওক…

১০৭ টা সন্তান, আকৌ পিতৃ হোৱাৰ মন! কোন এই ব্যক্তি জানিবলৈ চাওক…

3 years ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

3 minutes ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

55 minutes ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

2 hours ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

10 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

11 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

12 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

13 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

13 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

14 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

15 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

15 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০৭ টা সন্তান, আকৌ পিতৃ হোৱাৰ মন! কোন এই ব্যক্তি জানিবলৈ চাওক…

editor by editor
September 30, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
১০৭ টা সন্তান, আকৌ পিতৃ হোৱাৰ মন! কোন এই ব্যক্তি জানিবলৈ চাওক…
0
SHARES
11.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সন্তানৰ সংখ্যাৰে বিচাৰ কৰিলে ধৃতৰাষ্টকো টক্কৰ দিব পাৰিব। বিয়া কৰাইছে ১৫ গৰাকীকৈ পত্নী। ১৫ পত্নীৰে সন্তানৰ সংখ্যা ১০০-ৰো অধিক। সকলোকে সামৰি এখন আটোমটোকাৰি ঘৰ তৰিছে ব্যক্তিগৰাকীয়ে।

মহাভাৰতত বৰ্ণনা কৰা ধৃতৰাষ্ট্ৰকো চেৰ পেলাইছে ব্যক্তিগৰাকীয়ে। ধৃতৰাষ্ট্ৰৰ ১০০ পুত্ৰৰ বিপৰীতে ডেভিড চাকায়া নামৰ আফ্ৰিকাৰ এই ব্যক্তিৰগৰাকীৰ বৰ্তমানলৈ সন্তানৰ সংখ্যা ১০৭টা। ইফালে পত্নীৰ সংখ্যা যদি চোৱা হয় তেন্তে তেওঁৰ পত্নীৰ সংখ্যাইয়ো ধৃতৰাষ্ট্ৰক চেৰ পেলাই। ব্যক্তিগৰাকীৰ সৰ্বমুঠ পত্নীৰ সংখ্যা বৰ্তমানলৈ ১৫ গৰাকী। ১৫ গৰাকী পত্নীৰ সৈতে একেলগে থাকে যদিও তেওঁৰ পৰিয়ালত কোনো ধৰণৰ সংঘাত নাই। বৰঞ্চ, এই আফ্ৰিকান ব্যক্তিজনে নিজকে পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি বুলি বিভিন্ন সময়ত উল্লেখ কৰি আহিছে।

কিন্তু ইমান কেইগৰাকী নাৰীক কিয় বিয়া কৰাইছে ব্যক্তিগৰাকীয়ে? এই সম্পৰ্কে ব্যক্তিগৰাকীয়ে নিজেই স্পষ্টিকৰণো দিছে। ব্যক্তিগৰাকীয়ে উদাহৰণেৰে সৈতে প্ৰকাশ কৰি কয় যে, বাইবেলত চলমন নামৰ এজন ৰজাৰ কথা উল্লেখ আছে। চলমন ৰজাই প্ৰায় ৭০০ গৰাকী মহিলাক বিয়া কৰাইছিল। একে সময়তে, তেওঁৰ কাষত প্ৰায় ৩০০ গৰাকী ৰক্ষিতাও আছিল। ডেভিড চাকায়াই চলমন ৰজাক তেওঁৰ অনুপ্ৰেৰণা হিচাপে গণ্য কৰে।

ডেভিডৰ বয়স এতিয়া ৬১ বছৰ। তেওঁ অনাগত দিনবোৰত পুনৰ বিয়া কৰাবলৈ ইচ্ছুক। চলমন ৰজাক অনুপ্ৰেৰণা হিচাপে লৈয়েই কেৱল বিয়া কৰাব এনে নহয়। বহু পত্নীৰে সংসাৰ কৰাৰ আগত আছে অন্য এক উদ্দেশ্যও। তেওঁ অনুভৱ কৰে যে তেওঁৰ বুদ্ধিমত্তা সাধাৰণ মানুহৰ তুলনাত বহুত বেছি। মাত্ৰ এগৰাকী মহিলাৰ সৈতে সেই বুদ্ধিমত্তাৰে প্ৰতিযোগিতা কৰাটো সম্ভৱ নহয়। সেয়েহে তেওঁ ১৫ গৰাকীকৈ পত্নী কাষত ৰাখিবলগীয়া হৈছে।

উল্লেখ্য যে ডেভিডৰ ১৫ পত্নী একেলগেই বাস কৰে। ইমান কেইগৰাকী পত্নী থকাৰ পিছতো কোনো বিবাদ বৰ্তমানলৈ হোৱা নাই ডেভিডৰ গৃহত। ডেভিডেই কেৱল এইকথা প্ৰকাশ কৰিছে এনে নহয়। তেওঁৰ ১৫ গৰাকী পত্নীয়েও আফ্ৰিকাৰ এটা সংবাদ প্ৰতিষ্ঠানৰ আগত তেওঁলোকৰ মাজত কোনো বিবাদ নাই বুলি উল্লেখ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!
স্বাস্থ্য

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

March 19, 2026
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!
জীৱনশৈলী

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

March 19, 2026
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক
জীৱনশৈলী

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

March 19, 2026
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
Next Post
মাত্ৰ ৮ মিনিটতেই ধৰা পৰিব হৃদৰোগ! নতুন প্ৰযুক্তিত অইন কি কি সুবিধা আছে?

মাত্ৰ ৮ মিনিটতেই ধৰা পৰিব হৃদৰোগ! নতুন প্ৰযুক্তিত অইন কি কি সুবিধা আছে?

শাৰদীয় দূৰ্গোৎসৱ উপলক্ষ্যে মহানগৰীত যান-বাহন চলাচলত কি কি নতুন নিয়ম?

শাৰদীয় দূৰ্গোৎসৱ উপলক্ষ্যে মহানগৰীত যান-বাহন চলাচলত কি কি নতুন নিয়ম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.