• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম মন্দিৰেই শেষ নহয়! নিৰ্মাণ হ’ব আৰু ১৩টাকৈ সুবিশাল মন্দিৰ

ৰাম মন্দিৰেই শেষ নহয়! নিৰ্মাণ হ’ব আৰু ১৩টাকৈ সুবিশাল মন্দিৰ

3 years ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

52 seconds ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

9 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

10 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

10 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

10 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

11 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

12 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

12 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

13 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

14 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

14 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাম মন্দিৰেই শেষ নহয়! নিৰ্মাণ হ’ব আৰু ১৩টাকৈ সুবিশাল মন্দিৰ

editor by editor
January 24, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ৰাম মন্দিৰেই শেষ নহয়! নিৰ্মাণ হ’ব আৰু ১৩টাকৈ সুবিশাল মন্দিৰ
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দুদিন পূৰ্বেই সুবিশাল ৰাম মন্দিৰ উদ্বোধন হৈছে। প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে ৰামলালাৰ। এইবাৰ নতুন পৰিকল্পনা আৰু কি কি? অযোধ্যাক বিশ্বৰ অন্যতম আকৰ্ষণীয় তীৰ্থক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে জোৰদাৰ প্ৰস্তুতি চলিছে। ভাইৰেল খবৰ অনুসৰি যোগী চৰকাৰে অযোধ্যা নগৰীত আৰু ১৩টা মন্দিৰ নিৰ্মাণ হ’ব।

কি কি নতুন মন্দিৰ নিৰ্মাণ হ’ব?
ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ কোষাধ্যক্ষ গুৰুদেৱ গিৰিজিয়ে জনোৱা অনুসৰি, ‘ৰাম মন্দিৰৰ ভিতৰত আৰু বাহিৰত মুঠ ৭টা মন্দিৰ তৈয়াৰ কৰা হৈছে। ইয়াৰোপৰি মূল মন্দিৰৰ কাম এতিয়াও বহু বাকী আছে। এই কামো আগন্তুক ২ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি জনাইছে ৰাম মন্দিৰ ট্ৰাষ্টে। মূল মন্দিৰ নিৰ্মাণ শেষ কৰাৰ লগে লগেই এই মন্দিৰসমূহৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব। আগন্তুক কেইটামান বছৰৰ পাছতেই আটাইকেইটা মন্দিৰ সম্পূৰ্ণ হৈ উঠিব।

কি কৈছে ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ কোষাধ্যক্ষ গুৰুদেৱ গিৰিজিয়ে?
তেওঁ এই সন্দৰ্ভত কয়, ‘প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ৰাম মন্দিৰত ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছে। বৰ্তমান মন্দিৰৰ প্ৰথম মহলাৰ কামহে সম্পূৰ্ণ হৈছে। এতিয়াও দ্বিতীয় মহলাৰ কাম আৰু মন্দিৰৰ চূড়া নিৰ্মাণৰ কাম বাকী আছে। এই কাম সম্পূৰ্ণ হৈ উঠিলেই ৰামৰ অইন ৫টা মন্দিৰৰ কাম আৰম্ভ হ’ব। যিহেতু ৰামক বিষ্ণুৰ অৱতাৰ বুলি ধৰা হয় সেয়ে গণেশ, শিৱ, সূৰ্য আৰু জগদম্বা মন্দিৰো থাকিব। মূল মন্দিৰৰ চাৰিও কোণত স্থাপিত হ’ব চাৰিটা মন্দিৰ।

ইয়াৰোপৰি ৰামভক্ত হনুমান মন্দিৰো থাকিব। এইকামো বহু পৰিমানে আগুৱাই গৈছে। বিগ্ৰহ স্থাপনৰ কামো চলিছে। মন্দিৰ চত্বৰৰ যি অংশত সীতাৰ ৰান্ধনীশাল থাকিব সেই স্থানতেই নিৰ্মাণ হ’ব অন্নপূৰ্ণাৰ মন্দিৰ। ইয়াৰোপৰি মূল মন্দিৰৰ বাহিৰৰ অংশত থাকিব ৭টাকৈ মন্দিৰ। ৰামায়ণৰ বিভিন্ন চৰিত্ৰৰ মন্দিৰ তাতেই গঢ়ি উঠিব। যেনে শবৰী, জটায়ু, বশিষ্ঠ মুনি, বিশ্বামিত্ৰৰ মন্দিৰ আদি। ৰামায়ণৰ ৰচক মহৰ্ষি বাল্মীকিৰ মন্দিৰো অযোধ্যাত গঢ়ি তোলা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন
জীৱনশৈলী

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

September 30, 2026
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী
বিনোদন

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

September 29, 2026
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
Next Post
১১টা কথা, ৰামৰ অৰ্চনাৰ ব্ৰতী হোৱা বহুতেই নাজানে ৰামৰ এইকেইটা তথ্য

১১টা কথা, ৰামৰ অৰ্চনাৰ ব্ৰতী হোৱা বহুতেই নাজানে ৰামৰ এইকেইটা তথ্য

আনে যোৱা বাটেৰে নোযোৱা ফুটপাথত ‘ফুচকা’ বেচা ছোৱালীজনী…

আনে যোৱা বাটেৰে নোযোৱা ফুটপাথত 'ফুচকা' বেচা ছোৱালীজনী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.