AGP বনাম যদি AJP, আনফালে BJP বনাম বাঙালী যুৱ-ছাত্ৰৰ BGP। মুঠতে ৰাজ্যত এতিয়া চুবুৰিয়ে-চুবুৰিয়ে জন্ম পাবলৈ ধৰিছে ৰাজনৈতিক দলে।