• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেচবুকত ‘হাহা’ emoji ৰ ব্যৱহাৰৰ বিৰুদ্ধে ফটোৱা জাৰি ইছলামীয় ধৰ্মগুৰুৰ

ফেচবুকত ‘হাহা’ emoji ৰ ব্যৱহাৰৰ বিৰুদ্ধে ফটোৱা জাৰি ইছলামীয় ধৰ্মগুৰুৰ

5 years ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

31 minutes ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

1 hour ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

1 hour ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

2 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

2 hours ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

3 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

3 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

14 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

14 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

14 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

14 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ফেচবুকত ‘হাহা’ emoji ৰ ব্যৱহাৰৰ বিৰুদ্ধে ফটোৱা জাৰি ইছলামীয় ধৰ্মগুৰুৰ

editor by editor
June 25, 2021
in গুৱাহাটী, জীৱনশৈলী, বিবিধ
0
ফেচবুকত ‘হাহা’ emoji ৰ ব্যৱহাৰৰ বিৰুদ্ধে ফটোৱা জাৰি ইছলামীয় ধৰ্মগুৰুৰ
0
SHARES
86
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ফেচবুকত ‘হাহা’ emoji ৰ ব্যৱহাৰৰ বিৰুদ্ধে ফটোৱা জাৰি ইছলামীয় ধৰ্মগুৰুৰ। সম্প্ৰতি ছ’চিয়েল মিডিয়াত চৰ্চিত ধৰ্মগুৰুৰ এই ফেচবুক পোষ্ট। ফটোৱা জাৰি কৰিছে বাংলাদেশৰ ধৰ্মগুৰু আহমাদুল্লাহে।  তেওঁৰ মতে, আনক বিদ্ৰুপ কৰাটো ইছলাম ধৰ্মৰ বিৰোধী। গতিকে এই ‘ৰিয়েক্ট’ ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় আহমাদুল্লাহে। বাংলাদেশত অতি জনপ্ৰিয় ধৰ্মগুৰু আহমাদুল্লাহ। ফেচবুক পোষ্টযোগে আহমাদুল্লাহে কয়, ‘আনক লৈ বিদ্ৰোপ কৰা বা ব্যংগ কৰা সম্পূৰ্ণ ইছলামবিৰোধী, এই কাম কৰা পাপ’। ‘হাহা’ emoji সন্দৰ্ভত তেওঁ কয়, ‘কোনোৱে যদি হাস্যৰসিক পোষ্ট দিয়ে তেতিয়া ‘হাহা’ ৰিয়েক্ট দিলে কোনো কথা নাই। অন্যথা মুছলমানৰ প্ৰতি বিদ্ৰুপ বা ব্যংগ কৰা ইছলামীয় দৃষ্টিত এক অপৰাধ’। সেয়েহে ‘হাহা’ ৰিয়েক্ট দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ধৰ্মগুৰু আহমাদুল্লাহে। এই সন্দৰ্ভত এক ফটোৱা জাৰি কৰে আহমাদুল্লাহে। তেওঁৰ ফেচবুকত পোষ্টত বহুজনে সহাঁৰি জনোৱাৰ লগতে বিভিন্ন মন্তব্য আগবঢ়াইছে। ইয়াৰ বিপৰীতে, হাহা ৰিয়েক্টৰ জৰিয়তে এই ফটোৱাৰ বিৰোধিতাও কৰিছে বহুজনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ahmadullahasom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!
জীৱনশৈলী

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

August 19, 2026
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!
জীৱনশৈলী

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

August 19, 2026
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক
বাণিজ্য

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

August 19, 2026
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…
বিনোদন

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

August 19, 2026
Next Post
ছ’চিয়েল মিডিয়াৰ ‘mini khabib’ হাজবুল্লাহ মেগমেডভ কোন?

ছ’চিয়েল মিডিয়াৰ ‘mini khabib’ হাজবুল্লাহ মেগমেডভ কোন?

বিধি উলংঘাৰ অভিযোগত টুইটাৰে বন্ধ ৰাখিলে ৰবিশংকৰ প্ৰসাদৰ একাউণ্ট

বিধি উলংঘাৰ অভিযোগত টুইটাৰে বন্ধ ৰাখিলে ৰবিশংকৰ প্ৰসাদৰ একাউণ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.