• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হৃদক্ৰিয়া বন্ধ হৈ বিদ্যালয়তে ঢলি পৰিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী, ভিডিঅ’ দেখি শোকস্তব্ধ বহু

হৃদক্ৰিয়া বন্ধ হৈ বিদ্যালয়তে ঢলি পৰিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী, ভিডিঅ’ দেখি শোকস্তব্ধ বহু

2 years ago
বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি

বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি

6 minutes ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ গুৰুত্বপূৰ্ণ কাম!

44 minutes ago
ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

1 hour ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

খাদ্য খোৱাৰ পিছত পেট বিষ? সজাগ হওক, অৱহেলা নকৰিব এনে লক্ষণক

2 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

3 hours ago
আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!

আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!

3 hours ago
হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?

হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?

5 hours ago
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

5 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

পুনৰ হ্ৰাস পালে নেকি সোণৰ মূল্য? ক্ৰয় কৰাৰ পূৰ্বে জানি লওক মূল্য

7 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

20 hours ago
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

21 hours ago
বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হৃদক্ৰিয়া বন্ধ হৈ বিদ্যালয়তে ঢলি পৰিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী, ভিডিঅ’ দেখি শোকস্তব্ধ বহু

editor by editor
January 10, 2025
in ভাৰত
0
হৃদক্ৰিয়া বন্ধ হৈ বিদ্যালয়তে ঢলি পৰিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী, ভিডিঅ’ দেখি শোকস্তব্ধ বহু
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হৃদক্ৰিয়া বন্ধ হৈ বিদ্যালয়তে ঢলি পৰিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী, ভিডিঅ’ দেখি শোকস্তব্ধ বহু

আহমেদাবাদৰ পৰা পোহৰলৈ আহিছে এক হৃদয় বিদাৰক ঘটনা। তৃতীয় শ্ৰেণীত পঢ়ি থকা এগৰাকী ছাত্ৰীৰ হৃদযন্ত্ৰ বন্ধ হৈ বিদ্যালয়তে মৃত্যু হয়। বিদ্যালয়ৰ চিচিটিভিত আৱদ্ধ হৈছে সকলো।

ঘটনাৰ সময়ত ছাত্ৰীগৰাকীয়ে বেগ আৰু টিফিন লৈ বিদ্যালয়ৰ কৰিডৰত থিয় হৈ আছিল। হঠাতে কিছু অসুবিধা অনুভৱ কৰি ওচৰতে ৰখা চকী এখনত বহি পৰে যদিও কেইছেকেণ্ডমানৰ ভিতৰতে তাতেই ঢলি পৰে।

https://x.com/Krishna760046/status/1877635111681663254

লগে লগে ওচৰতে উপস্থিত থকা এগৰাকী মহিলা কৰ্মচাৰীয়ে ছাত্ৰীগৰাকীক বচাবলৈ চেষ্টা কৰে, চি পি আৰো দিয়ে, কিন্তু তথাপি ছোৱালীজনীৰ মৃত্যু হয়।

এই ঘটনা সংঘটিত হৈছে আহমেদাবাদৰ থালটেজ অঞ্চলত অৱস্থিত জবৰ স্কুল ফৰ চিলড্ৰেনত। এই বিদ্যালয়ৰে তৃতীয় শ্ৰেণীৰ ছাত্ৰী আছিল নিহত হোৱা ছাত্ৰীগৰাকী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!
প্ৰযুক্তি

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

July 18, 2026
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ
অপৰাধ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

July 18, 2026
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি
অপৰাধ

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

July 18, 2026
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!
বিনোদন

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

July 18, 2026
Next Post
উৰুকাৰ দিনা মাছ খাবলৈ সাজুনে! কিন্তু বেপাৰীক নিদিব এটকাও বেছিকৈ, এতিয়াই পঢ়ক নিৰ্ধাৰিত দাম

উৰুকাৰ দিনা মাছ খাবলৈ সাজুনে! কিন্তু বেপাৰীক নিদিব এটকাও বেছিকৈ, এতিয়াই পঢ়ক নিৰ্ধাৰিত দাম

বিহুৰ পৰা ৫ ৰাশিৰ সমস্যা বৃদ্ধি, সাৱধানে থকাটো প্ৰয়োজন

বিহুৰ পৰা ৫ ৰাশিৰ সমস্যা বৃদ্ধি, সাৱধানে থকাটো প্ৰয়োজন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.