• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উৰুকাৰ দিনা মাছ খাবলৈ সাজুনে! কিন্তু বেপাৰীক নিদিব এটকাও বেছিকৈ, এতিয়াই পঢ়ক নিৰ্ধাৰিত দাম

উৰুকাৰ দিনা মাছ খাবলৈ সাজুনে! কিন্তু বেপাৰীক নিদিব এটকাও বেছিকৈ, এতিয়াই পঢ়ক নিৰ্ধাৰিত দাম

2 years ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

11 minutes ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

3 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

4 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

5 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

6 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

6 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

15 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

16 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

16 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

16 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

17 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

উৰুকাৰ দিনা মাছ খাবলৈ সাজুনে! কিন্তু বেপাৰীক নিদিব এটকাও বেছিকৈ, এতিয়াই পঢ়ক নিৰ্ধাৰিত দাম

editor by editor
January 12, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী, জীৱনশৈলী
0
উৰুকাৰ দিনা মাছ খাবলৈ সাজুনে! কিন্তু বেপাৰীক নিদিব এটকাও বেছিকৈ, এতিয়াই পঢ়ক নিৰ্ধাৰিত দাম
0
SHARES
588
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উৰুকাৰ দিনা মাছ খাবলৈ সাজুনে! কিন্তু বেপাৰীক নিদিব এটকাও বেছিকৈ, এতিয়াই পঢ়ক নিৰ্ধাৰিত দাম

কাইলৈ উৰুকা। অসমীয়া লোকৰ আজিৰে পৰা উগুল থুগুল মন। কাইলৈ ১৩ জানুৱাৰী তাৰিখে মাঘ বিহুৰ উৰুকা। সকলোফালে সাজু হৈছে মাছ-মাংসৰ বেপাৰী।

লগে ভাগে এসাজ খাবলৈ প্ৰতিঘৰ অসমীয়াও সাজু হৈছে। বজাৰৰ পৰা ভালৰো ভাল মাছটো নিবলৈ কোন বজাৰত যাব তাক লৈয়ো চিন্তা চৰ্চা চলিছে। পাছে এনেহেন সময়তে অসম চৰকাৰে আনিছে কিছু নিয়ম।

বজাৰৰ মাছৰ বেপাৰীয়ে অসাধুতাৰে লব নোৱাৰিব মাছৰ অত্যাধিক দাম। সেয়ে সকলো প্ৰকাৰৰ মাছৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰি দিছে মূল্য।

নিৰ্ধাৰিত দামতকৈ এটকাও বেছিকৈ ল’লে জৰিমনা বিহিব প্ৰশাসনে। এই দামতহে ব্যৱসায়ীয়ে বিক্ৰী কৰিব পাৰিব মাছ।

মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হ’ল মাছৰ মূল্যৰ বিশেষ তালিকা-
১ কিলোৰ তলৰ ৰৌ, বাহু, মিৰিকা, মালী প্ৰতি কিলোত ১৯০ টকা
৩ কেজি ওপৰৰ ৰৌ, বাহু, মিৰিকা, মালী প্ৰতি কিলোত ৪৪০ টকা
১ কিলোৰ তলৰ গ্ৰাছ কাৰ্প, ছিলভাৰ কাৰ্প, কমন কাৰ্প প্ৰতি কিলোত ১৪০ টকা
৩ কিলোৰ ওপৰৰ গ্ৰাছ কাৰ্প, ছিলভাৰ কাৰ্প, কমন কাৰ্প প্ৰতি কিলোত ৩৪০ টকা
১ কিলোৰ তলৰ আৰি, বৰালি, চিতল ২৪০ টকা
৫ কিলোৰ ওপৰৰ আৰি, বৰালি, চিতল ৭৯০ টকা
১ কেজিৰ তলৰ শাল, শ’ল মাছ বিক্ৰী কৰিব পাৰিব ৩৩০ টকাত
১ কেজিৰ ওপৰৰ শাল, শ’ল মাছ বিক্ৰী কৰিব পাৰিব ৪৩০ টকাত
মাছৰ বজাৰত পাইকাৰী দামৰ মূল্যতকৈ ৩০ৰ পৰা ৪০ টকাৰ ভিতৰতহে অধিক মূল্যত বিক্ৰী কৰিব পাৰিব খুচুৰা ব্যৱসায়ীয়ে
নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই বিশেষ বিহুৰ বজাৰৰ মাছৰ মূল্যৰ তালিকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamesebihuFish MarketFish PriceMagh BihuNogaon Market Fish PriceUruka
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!
জীৱনশৈলী

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

September 22, 2026
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

September 22, 2026
Next Post
বিহুৰ পৰা ৫ ৰাশিৰ সমস্যা বৃদ্ধি, সাৱধানে থকাটো প্ৰয়োজন

বিহুৰ পৰা ৫ ৰাশিৰ সমস্যা বৃদ্ধি, সাৱধানে থকাটো প্ৰয়োজন

মহাৰেকৰ্ড গঢ়িবলৈ সাজু হাৰ্ডিক পাণ্ডিয়া, ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ত কৰিব এই কাম

মহাৰেকৰ্ড গঢ়িবলৈ সাজু হাৰ্ডিক পাণ্ডিয়া, ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ত কৰিব এই কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.