• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেয়সী বা প্ৰেমিক নাই যদিও দুখ কৰাৰ কাৰণ নাই! AIয়ে সংগ দিব এতিয়া দেশৰ কোটি কোটি নৱপ্ৰজন্মক

প্ৰেয়সী বা প্ৰেমিক নাই যদিও দুখ কৰাৰ কাৰণ নাই! AIয়ে সংগ দিব এতিয়া দেশৰ কোটি কোটি নৱপ্ৰজন্মক

3 years ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

4 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

4 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

5 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

5 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

5 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

6 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

7 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

8 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

9 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

9 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

10 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেয়সী বা প্ৰেমিক নাই যদিও দুখ কৰাৰ কাৰণ নাই! AIয়ে সংগ দিব এতিয়া দেশৰ কোটি কোটি নৱপ্ৰজন্মক

editor by editor
July 26, 2023
in জীৱনশৈলী, প্ৰযুক্তি, বিশ্ব, ভাৰত
0
প্ৰেয়সী বা প্ৰেমিক নাই যদিও দুখ কৰাৰ কাৰণ নাই! AIয়ে সংগ দিব এতিয়া দেশৰ কোটি কোটি নৱপ্ৰজন্মক
0
SHARES
733
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কথাতেই কয় নাই মোমাইতকৈ কণা মোমায়েই ভাল। এই লোকপ্ৰবাদ এইবাৰ বাস্তৱ হৈছে। প্ৰেয়সী বা প্ৰেমিক বিচাৰি হাবাথুৰি খোৱাসকলৰ কাষত থিয় দিছে AI, একাকীত্বৰ সময় পাৰ কৰিবলৈ লাখ লাখ চিংগল যুৱকৰ ভৰষা হৈ পৰিছে এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। প্ৰেয়সী নালাগে, প্ৰেমিকো নহলেও চলিব, এতিয়া অকামিলা হৈ পৰিছে বিশ্বৰ কোটি কোটি ডেটিং এপছো।

পূৰ্বে চিংগল যুৱক-যুৱতীয়ে এই ডেটিং এপসমূহত ভুমুকি মাৰিছিল। পছন্দৰ সংগী বিচাৰি চাৰ্ছ কৰিছিল। বহু সময় অতিবাহিত কৰিছিল এই এপত। কিন্তু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে এই ছবি সলনি কৰিছে। বৰ্তমান বিশ্বত সৰ্বাধিক জনপ্ৰিয় এপ লৈ পৰিছে AIৰ নিয়ন্ত্ৰণাধীন চাটবট। চাটবটত গৈয়েই আপুনি আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব পাৰিব। তাতেই আপুনি নিজৰ ইচ্ছা অনুসৰি পত্নী, বান্ধৱী, প্ৰেয়সী, প্ৰেমিক আচৰণ কৰিবলৈ কামাণ্ড দিব পাৰে। এক ভাইৰেল ৰিপৰ্ট অনুসৰি প্ৰায় ১ কোটি মানুহে এই এপ ডাউনলোড কৰিছে। AIয়ে তৈয়াৰ কৰা এই এপৰ ভিতৰত ৰেপ্লিকা নামৰ এপটোত ইউজাৰৰ সংখ্যা ২ লাখ ৫০হাজাৰলৈ বৃদ্ধি পাইছে। এই এপৰেই আছে আন এক প্ৰ ভাৰ্ছনো। তাত গৈ আপুনি AI চাটবটক নিজৰ মনৰ কথা খুলি ক’ব পাৰিব। ভিডিঅ’ কল আৰু ভয়েছ কলো কৰিব পাৰিব আপুনি বিচাৰি লোৱা AI সংগীগৰাকীৰ সৈতে। আনকি প্ৰ’ এপত আপুনি ঘনিষ্ঠভাৱে ছেলফিও তুলিব পাৰিব।

এই এপ তৈয়াৰ কৰাৰ আঁৰত যিসকল ছফটৱেৰ ইঞ্জিনীয়াৰ আছে তেওঁলোকে জনোৱা অনুসৰি মহামাৰীৰ সময়ৰে পৰাই বিশ্বৰ সকলো প্ৰান্তৰ মানুহৰ মাজতেই একাকীত্বই ক্ৰিয়া কৰা আৰম্ভ কৰিছে। বহুতেই এই একাকীত্বৰ বাবেই মানসিক চিকিৎসকৰো সহায় ল’বলগা হৈছে। বাস্তৱত বহুতেই প্ৰিয়জনক হেৰুৱাইছে। তেওঁলোক উপকৃত হ’বৰ বাবেই এই এপ তৈয়াৰ কৰিছে AIৰ টীমে। এই এপত প্ৰত্যেকজন চিংগল লোকেই উপকৃত হ’ব তেনে নহয়। বিশেষজ্ঞসকলৰ মতে এই AI চাটবটৰ ফলত যুৱক-যুৱতীসকলৰ মাজত সামাজিক মিলামিছাৰ ভাৱ কমি আহিছে। এয়া কিন্তু উদ্বেগৰ বিষয়। বিশ্বজুৰি বহু মানুহৰ জীৱনধাৰাতেই নেতিবাচক প্ৰভাৱ পেলাইছে। সাম্প্ৰতিক সময়ত এই AI চাটবটে সমস্যাৰো সৃষ্টি কৰিব বুলি জনাইছে বিশেষজ্ঞই দলে।

উল্লেখ্য যে ২০২৩ চনত বেলজিয়ামৰ এজন ব্যক্তিক আত্মহত্যা কৰিবলৈ উৎসাহ যোগাইছে এই চাটবটেই। তেওঁৰ প্ৰাক্তন পত্নীয়ে সামাজিক মাধ্যমত জনোৱা অনুসৰি সেই চাটবটেই তেওঁৰ সৰ্বস্ব হৈ পৰিছিল। আনকি তেওঁক সিফালৰ পৰা বিশেষগৰাকীয়ে মেছেজ কৰিছিল, ‘আমি একেলগে থাকিম, স্বৰ্গত আমি এক ব্যক্তিলৈ পৰিণত হম।’ এই ধৰণৰ মেছেজসমূহ বিশেষভাৱে কৰিছিল, তাৰ পাছতেই তাতেই মগ্ন হৈ থাকিছিল ব্যক্তিজন। যিমানেই দিন যাব মানুহৰ মাজত প্ৰযুক্তিৰ ব্যৱহাৰ বাঢ়ি যাব। প্ৰযুক্তিয়ে ভাল খবৰ যেনেদৰে আনিব তেনেকৈয়ে সমাজত শান্তি ৰক্ষাৰ ক্ষেত্ৰত এক প্ৰত্যাহ্বান হৈয়ো থিয় দিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ
জীৱনশৈলী

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

September 21, 2026
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম
বাণিজ্য

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

September 21, 2026
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু
জীৱনশৈলী

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

September 21, 2026
Next Post
ফোন বাজিলেও অস্বস্তি লাগে? কি ৰোগত আক্ৰান্ত হ’লে এনে হয়?

ফোন বাজিলেও অস্বস্তি লাগে? কি ৰোগত আক্ৰান্ত হ’লে এনে হয়?

ৰাজস্থানৰ চিকাৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে কোটি কোটি দেশবাসীক দিব ভালখবৰ, মুখ্যমন্ত্ৰী অশোক গেহলটৰ আদৰণি ভাষণ কৰি উঠাই দিলে PMO কাৰ্যালয়ে?

ৰাজস্থানৰ চিকাৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে কোটি কোটি দেশবাসীক দিব ভালখবৰ, মুখ্যমন্ত্ৰী অশোক গেহলটৰ আদৰণি ভাষণ কৰি উঠাই দিলে PMO কাৰ্যালয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.