• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজস্থানৰ চিকাৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে কোটি কোটি দেশবাসীক দিব ভালখবৰ, মুখ্যমন্ত্ৰী অশোক গেহলটৰ আদৰণি ভাষণ কৰি উঠাই দিলে PMO কাৰ্যালয়ে?

ৰাজস্থানৰ চিকাৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে কোটি কোটি দেশবাসীক দিব ভালখবৰ, মুখ্যমন্ত্ৰী অশোক গেহলটৰ আদৰণি ভাষণ কৰি উঠাই দিলে PMO কাৰ্যালয়ে?

3 years ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

4 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

4 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

5 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

5 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

5 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

6 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

7 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

8 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

9 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

9 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

10 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাজস্থানৰ চিকাৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে কোটি কোটি দেশবাসীক দিব ভালখবৰ, মুখ্যমন্ত্ৰী অশোক গেহলটৰ আদৰণি ভাষণ কৰি উঠাই দিলে PMO কাৰ্যালয়ে?

editor by editor
July 27, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
ৰাজস্থানৰ চিকাৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে কোটি কোটি দেশবাসীক দিব ভালখবৰ, মুখ্যমন্ত্ৰী অশোক গেহলটৰ আদৰণি ভাষণ কৰি উঠাই দিলে PMO কাৰ্যালয়ে?
0
SHARES
87
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে চিকাৰত এখন সভা সম্বোধন কৰিব। এই সভাতেই মোদীয়ে কিষাণ সন্মান নিধি আৰু প্ৰধানমন্ত্ৰী প্ৰণাম যোজনাৰ কিস্তি মুকলি কৰিব। ইয়াৰোপৰি এই সভাতেই প্ৰধানমন্ত্ৰীয়ে কিষাণ সমৃদ্ধি কেন্দ্ৰৰ শুভাৰম্ভ কৰিব। এই দুই আঁচনি কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা হৈছিল। ইয়াৰোপৰি এই সভাৰ পৰাই প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানত মুঠ ১৩খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশীলাও মুকলি কৰিব।

মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিশেষ টুইট
প্ৰধানমন্ত্ৰীৰ পূৰ্বে এই সভাত মুখ্যমন্ত্ৰী অশোক গেহলটৰ ভাষণ আছিল। কিন্তু সেই ভাষণ আঁতৰাই দিয়া হৈছে বুলি মুখ্যমন্ত্ৰী অশোক গেহলটে টুইটযোগে জনাইছে এই কথা। গেহলটে টুইটাৰত লিখিছে, ‘আজি আপুনি ৰাজস্থানলৈ আহি আছে। আপোনাৰ পিএমঅ’ কাৰ্যালয়ৰ পৰা আজিৰ কাৰ্যসূচীত থকা মোৰ পূৰ্ব নিৰ্ধাৰিত ৩মিনিটৰ ভাষণ আঁতৰাই দিছে। সেয়েহে মই ভাষণৰ জৰিয়তে আপোনাক স্বাগতম জনাব নোৱাৰিম। এই টুইটৰ জৰিয়তে মই আপোনাক ৰাজস্থানলৈ আন্তৰিকতাৰে স্বাগতম জনাইছো। এই সভাৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে ১২খন চিকিৎসা মহাবিদ্যালয়ৰ উদ্বোধন, আধাৰশীলা স্থাপন কৰিব। ৰাজস্থানত নিৰ্মাণ হোৱা মহাবিদ্যালয় প্ৰকল্পত ব্যয় হৈছে ৩,৬৮৯কোটি টকা। ইয়াৰে ভিতৰত ২,২১৩ কোটি টকা কেন্দ্ৰই দিয়াৰ বিপৰীতে ১,৪৭৬ কোটি টকা বহন কৰিছে ৰাজ্য চৰকাৰে। মই ৰাজ্য চৰকাৰৰ হৈ সকলোকে অভিনন্দন জনাইছো। এই টুইটৰ জৰিয়তে মই কাৰ্যসূচীত থকা মোৰ ৩ মিনিটৰ ভাষণৰ কিয়দাংশ দাঙি ধৰিলো। আশা কৰো আপোনাৰ এই সপ্তম ভ্ৰমণত দিয়া প্ৰতিশ্ৰুতিসমূহ আপুনি ৬মাহৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিব।’

অশোক গেহলটে কি কি দাবী জনাইছে টুইটত?
১) ৰাজস্থানৰ যুৱক-যুৱতীসকলক বিশেষকৈ শ্বেখাৱতীৰ যুৱক-যুৱতীক অগ্নিবীৰ আঁচনি প্ৰত্যাহাৰ কৰি সেনাত স্থায়ী নিযুক্তি অব্যাহত ৰাখিব লাগে।
২) ৰাজ্য চৰকাৰে সকলো সমবায় বেংকৰ পৰা ২১ লাখ কৃষকৰ বাবে ১৫০০০ কোটি টকাৰ ঋণ মুকলি কৰিছে। আমি ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ ঋণ মুকলি কৰাৰ বাবে আৰু এককালীন নিষ্পত্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছো। যাৰ জৰিয়তে আমি কৃষকসকল লাভাম্বিত হ’ব। আমাৰ এই দাবী কেন্দ্ৰীয় চৰকাৰক পূৰণ কৰিবলৈ দাবী জনালো।
৩) ৰাজস্থান বিধানসভাই জাতিগত লোকপিয়লৰ বাবে এটা প্ৰস্তাৱ গৃহীত কৰিছে। কেন্দ্ৰীয় চৰকাৰে পলম নকৰাকৈ এই বিষয়ে সিদ্ধান্ত লোৱা উচিত।
৪) NMCৰ নিৰ্দেশনাৱলীৰ বাবে, আমাৰ তিনিখন জিলাত মুকলি কৰা চিকিৎসা মহাবিদ্যালয়বোৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো বিত্তীয় সাহায্য লাভ কৰা নাই। এই চিকিৎসা মহাবিদ্যালয়কেইখন সম্পূৰ্ণৰূপে ৰাজ্যিক পুঁজিৰে নিৰ্মাণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এই তিনিখন জনজাতীয় অধ্যুষিত জিলাৰ চিকিৎসা মহাবিদ্যালয়ত ৬০ শতাংশ পুঁজি প্ৰদান কৰিব লাগে।
৫) পূব ৰাজস্থান খাল প্ৰকল্প ERCPক ৰাষ্ট্ৰীয় গুৰুতৰ প্ৰকল্প এটাৰ মৰ্যাদা দিব লাগে। মই আপোনাক অনুৰোধ জনাইছো যে আজি এই দাবীসমূহৰ ওপৰত ইতিবাচক স্থিতি লওক আৰু ৰাজ্যিক মোকৰ্দমাকাৰীসকলক আশ্বাস দিয়ক।

চিকাৰত প্ৰধানমন্ত্ৰী সমৃদ্ধিৰ ২৫০ টা কেন্দ্ৰ মুকলি কৰিব
চিকাৰৰ সাংসদ সমুদানন্দ সৰস্বতীয়ে কয় যে, কিষাণ সন্মান নিধিৰ চতুৰ্দশ কিস্তিৰ অধীনত দেশৰ ৯ কোটি কৃষকৰ একাউণ্টত ২০,০০০ কোটি টকা প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও, কৃষকসকলক কম টকাতেই বীজ আৰু ঔষধ প্ৰদান কৰাৰ বাবে কিষাণ সমৃদ্ধি কেন্দ্ৰ আৰম্ভ কৰা হ’ব। এই আঁচনিৰ অধীনত সমগ্ৰ দেশত ১.২৫ লাখ কেন্দ্ৰ স্থাপন কৰা হ’ব। কেৱল ৰাজস্থানৰ চিকাৰতেই প্ৰায় ২৫০ টা কেন্দ্ৰ অনুমোদিত হৈছে। সাংসদজনে কয় যে, বৰ্তমানৰ ইউৰিয়াত ৰাসায়নৰ মাত্ৰা বঢ়োৱা হৈছে। সেয়ে প্ৰধানমন্ত্ৰীয়ে আজি চিকাৰত বিশেষ ইউৰিয়া মুকলি কৰি দিব যি ইউৰিয়াত ৫০ শতাংশতকৈ কম কেমিকেল থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ
জীৱনশৈলী

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

September 21, 2026
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ
অসম

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

September 21, 2026
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু
জীৱনশৈলী

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

September 21, 2026
Next Post
চৰকাৰী মহিলা কৰ্মচাৰীৰ বাবে ভালখবৰ! এবছৰলৈ বৃদ্ধি মাতৃত্বকালীন ছুটিৰ ম্যাদ, পিতৃ হ’লেও লাভ কৰিব বিশেষ ছুটি

চৰকাৰী মহিলা কৰ্মচাৰীৰ বাবে ভালখবৰ! এবছৰলৈ বৃদ্ধি মাতৃত্বকালীন ছুটিৰ ম্যাদ, পিতৃ হ’লেও লাভ কৰিব বিশেষ ছুটি

চিকিৎসক বৃহৎ সফলতা! পৃথক কৰিলে সংলগ্ন হৈ জন্ম হোৱা যমজ ভগ্নীক

চিকিৎসক বৃহৎ সফলতা! পৃথক কৰিলে সংলগ্ন হৈ জন্ম হোৱা যমজ ভগ্নীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.