• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰী মহিলা কৰ্মচাৰীৰ বাবে ভালখবৰ! এবছৰলৈ বৃদ্ধি মাতৃত্বকালীন ছুটিৰ ম্যাদ, পিতৃ হ’লেও লাভ কৰিব বিশেষ ছুটি

চৰকাৰী মহিলা কৰ্মচাৰীৰ বাবে ভালখবৰ! এবছৰলৈ বৃদ্ধি মাতৃত্বকালীন ছুটিৰ ম্যাদ, পিতৃ হ’লেও লাভ কৰিব বিশেষ ছুটি

3 years ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

15 minutes ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

48 minutes ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

2 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

2 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

3 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

3 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

6 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

6 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

6 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

7 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

চৰকাৰী মহিলা কৰ্মচাৰীৰ বাবে ভালখবৰ! এবছৰলৈ বৃদ্ধি মাতৃত্বকালীন ছুটিৰ ম্যাদ, পিতৃ হ’লেও লাভ কৰিব বিশেষ ছুটি

editor by editor
July 27, 2023
in নিয়োগ, বিবিধ, ভাৰত
0
চৰকাৰী মহিলা কৰ্মচাৰীৰ বাবে ভালখবৰ! এবছৰলৈ বৃদ্ধি মাতৃত্বকালীন ছুটিৰ ম্যাদ, পিতৃ হ’লেও লাভ কৰিব বিশেষ ছুটি
0
SHARES
169
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৃদ্ধি কৰা হ’ব মাতৃত্বকালীন ছুটিৰ ম্যাদ।
ছমাহৰ পৰিবৰ্তে এবছৰকৈ লাভ কৰিব মাতৃত্বকালীন ছুটি।
মহিলাৰ সমান্তৰালকৈ পুৰুষৰো পিতৃত্বকালীন ছুটীৰ ম্যাদ বৃদ্ধি।
পুৰুষৰ ক্ষেত্ৰত পিতৃত্বকালীন ছুটীৰ ম্যাদ এমাহলৈ বৃদ্ধি।
এই সিদ্ধান্ত গ্ৰহণ কৰিছে ছিকিম চৰকাৰে।
বুধবাৰে সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে।
চৰকাৰী কৰ্মচাৰীসকলে যাতে নিজৰ সন্তানক সঠিক পৰিচৰ্যা কৰিব পাৰে তাৰবাবেই এই সিদ্ধান্ত।
শীঘ্ৰেই এই নিয়ম লাঘূ কৰা হ’ব বুলিও ঘোষণা মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ।
১৯৬১ চনৰ পৰা মাতৃত্বকালীন সুবিধা সংক্ৰান্তীয় আইনৰ সালসলনি ঘটাব ছিকিম চৰকাৰে।
মুখ্যমন্ত্ৰীয়ে এই সালসলনি সন্দৰ্ভত কয় যে চৰকাৰী কৰ্মচাৰীয়েই ৰাজ্য প্ৰশাসনৰ মেৰুদণ্ড।
ৰাজ্যবাসীৰ উন্নয়নত তেওঁলোকৰ ভূমিকা অপৰিহীম।
চৰকাৰী কৰ্মচাৰীৰ পদোন্নতিৰ প্ৰক্ৰিয়া সহজ কৰাৰো আশ্বাস মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24best news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়
নিয়োগ

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

October 13, 2026
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন
জীৱনশৈলী

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

October 13, 2026
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?
ৰাজনীতি

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

October 13, 2026
Next Post
চিকিৎসক বৃহৎ সফলতা! পৃথক কৰিলে সংলগ্ন হৈ জন্ম হোৱা যমজ ভগ্নীক

চিকিৎসক বৃহৎ সফলতা! পৃথক কৰিলে সংলগ্ন হৈ জন্ম হোৱা যমজ ভগ্নীক

INDIAৰ অতীত ক’লা, ভৱিষ্যত ক’লা, বৰ্তমান নিজেই ক’লা কৰি আহিছেঃ মন্ত্ৰী পীয়ুষ গোৱেল

INDIAৰ অতীত ক’লা, ভৱিষ্যত ক’লা, বৰ্তমান নিজেই ক’লা কৰি আহিছেঃ মন্ত্ৰী পীয়ুষ গোৱেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.