• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিকিৎসক বৃহৎ সফলতা! পৃথক কৰিলে সংলগ্ন হৈ জন্ম হোৱা যমজ ভগ্নীক

চিকিৎসক বৃহৎ সফলতা! পৃথক কৰিলে সংলগ্ন হৈ জন্ম হোৱা যমজ ভগ্নীক

3 years ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

30 minutes ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

1 hour ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

2 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

2 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

3 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

4 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

4 hours ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

5 hours ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

22 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

23 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

24 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চিকিৎসক বৃহৎ সফলতা! পৃথক কৰিলে সংলগ্ন হৈ জন্ম হোৱা যমজ ভগ্নীক

editor by editor
July 27, 2023
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
চিকিৎসক বৃহৎ সফলতা! পৃথক কৰিলে সংলগ্ন হৈ জন্ম হোৱা যমজ ভগ্নীক
0
SHARES
176
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চিকিৎসা বিজ্ঞানৰ আন এক বৃহৎ সফলতা। সংলগ্ন হৈ থকা যমজ ভগ্নীক পৃথক কৰিবলৈ সক্ষম হ’ল চিকিৎসক। বুকু আৰু পেটৰ ওপৰৰ অংশত লগ লাগি আছিল দুই ভগ্নী। দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ চিকিৎসকৰ দলে সফলভাৱে এই অস্ত্ৰোপছাৰ সম্পন্ন কৰিছে। শিশু অস্ত্ৰোপছাৰ বিভাগৰ মুৰব্বী ডাঃ মীণু বাজপেয়ীয়ে জনোৱা অনুসৰি উত্তৰপ্ৰদেশৰ বৰেলীৰ দীপিকা গুপ্তাই ৪মাহৰ গৰ্ভাৱস্থাত গম পাইছিল যে তেওঁ যমজ সন্তানৰ মাতৃ হ’ব ওলাইছে।

মীনু বাজপেয়ীয়ে লগতে কয় যে, শিশুকেইটিৰ স্বাস্থ্যৰ জটিলতা গৰ্ভাৱস্থাতেই গম পোৱা গৈছিল তাৰপিছতেই স্থানীয়ভাৱে উন্নত চিকিৎসাৰ সুবিধা নথকাত তেওঁক এইমছলৈ যাবলৈ পৰামৰ্শ দিয়া হয়। বিগত বৰ্ষৰ ৭ জুলাইত তেওঁ যমজ কন্যা দুটিৰ জন্ম দিছে। দুয়োগৰাকী কন্যা সন্তানেই বুকু আৰু পেটত লগ লাগি থকাৰ বাবে ৫মাহ ধৰি শিশুকেইটিক ইনটেনছিভ কেয়াৰত ৰখা হয়। কিন্তু শেহতীয়াভাৱে চিকিৎসকে দুই যমজ কন্যাক পৃথক কৰিবলৈ সক্ষম হ’ল। ৯ঘণ্টা ধৰি চলা দীঘলীয়া অস্ত্ৰোপছাৰৰ পাছতেই সফলভাৱে দুই শিশু এতিয়া পৃথক হৈ পৰিছে।

শিশু অস্ত্ৰোপছাৰৰ দায়িত্বত থকা অতিৰিক্ত অধ্যাপক ডাঃ প্ৰবুদ্ধ গোৱালে কয় যে, এয়া অদ্ভুত এক বিসংগতি। কামিহাড়, যকৃত, ডায়েফ্ৰাম আদি সকলোবোৰ একলগ হৈ আছে। দুয়োটা হৃদযন্ত্ৰই ইটোৱে সিটোক স্পৰ্শ কৰি আছিল। দুয়োৰে বয়স ১১ মাহ হোৱাত দুয়োকে পৃথক কৰাত সফল হৈছে চিকিৎসকৰ দলটো বুলিও জনাই চিকিৎসক ডাঃ প্ৰবুদ্ধ গোৱালে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!
জীৱনশৈলী

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

April 30, 2026
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ
জীৱনশৈলী

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

April 30, 2026
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!
জীৱনশৈলী

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

April 30, 2026
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?
অসম

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

April 30, 2026
Next Post
INDIAৰ অতীত ক’লা, ভৱিষ্যত ক’লা, বৰ্তমান নিজেই ক’লা কৰি আহিছেঃ মন্ত্ৰী পীয়ুষ গোৱেল

INDIAৰ অতীত ক’লা, ভৱিষ্যত ক’লা, বৰ্তমান নিজেই ক’লা কৰি আহিছেঃ মন্ত্ৰী পীয়ুষ গোৱেল

গান্ধাৰীক ধৃতৰাষ্ট্ৰই বিয়া পতাটোও লাভ জেহাদ আছিল, মুখ্যমন্ত্ৰীয়ে লাভ জেহাদ নতুনকৈ আৱিষ্কাৰ কৰা নাই

গান্ধাৰীক ধৃতৰাষ্ট্ৰই বিয়া পতাটোও লাভ জেহাদ আছিল, মুখ্যমন্ত্ৰীয়ে লাভ জেহাদ নতুনকৈ আৱিষ্কাৰ কৰা নাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.