• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
NSUI কৰো কওতে কোম্পানীত কাম কৰা বুলি ভৱা মন্ত্ৰী পীয়ুষৰ প্ৰেমত কেনেকৈ পৰিছিল আইমী?

3 years ago
ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

10 hours ago
পিতৃ-মাতৃক অৱহেলা কৰিলেই কটা যাব ১০ শতাংশ দৰমহা! চৰকাৰী কৰ্মচাৰীৰ বাবে আহিছে নতুন নিয়ম, কংগ্ৰেছ শাসিত এই ৰাজ্যই কিয় লৈছে এনে সিদ্ধান্ত?

কাইলৈৰ ৰাশিফলঃ মকৰ সংক্ৰান্তিত অমৃত সিদ্ধি যোগ, উত্তৰায়ণৰ প্ৰথম দিনাই ভাগ্য খুলিব এই ৫ৰাশিৰ

12 hours ago
তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, মকৰ সংক্ৰান্তিৰ পাছতেই মালামাল হ’ব এই ৪ৰাশি

14 hours ago
আৰু মাত্ৰ ২৪ ঘণ্টা! সূৰ্য-চন্দ্ৰৰ ব্যতিপাত যোগত সলনি হ’ব ৩ৰাশিৰ জীৱন

16 hours ago
৪৬মাহৰ পাছত মকৰ ৰাশিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, ৩ গুণ উন্নতিৰে ভাগ্য চমকিব কাৰ কাৰ?

17 hours ago
৫ৰাশিৰ কঁপালত জেকপট, ভাৱিব নোৱৰা আৰ্থিক লাভ এইকেইটা ৰাশিৰ জাতকৰ

1 day ago
কাইলৈৰ ৰাশিফলঃ বুধাদিত্য ৰাজযোগত বিশাখা নক্ষত্ৰ, বজৰংবলীৰ কৃপাত মঙলবাৰে সাফল্য লাভ ৫ৰাশিৰ জাতকৰ

সৰস্বতীৰ প্ৰিয় এই ৪ৰাশি, এওঁলোক বিদ্যা-বুদ্ধিত সকলোতকৈ আগত থাকে

2 days ago
কন্যা সন্তানে কোলা শুৱনি কৰাৰ মাত্ৰ ৮ঘণ্টাৰ পাছতেই শেষ হ’ল সেনা পিতৃৰ জীৱন, মৰ্মান্তিক এই খবৰে সেমেকাইছে বহুতৰে দুচকু, ক’ত এই ঘটনা?

মকৰ সংক্ৰান্তিত সূৰ্য আৰু শনিদেৱৰ কৃপা, লাভৱান হ’ব এই ৩ৰাশিৰ জাতক-জাতিকা

নিৰ্বাচনৰ প্ৰাকক্ষণত অসম বিজেপিত মোক্ষম আঘাত, সৰুপথাৰৰ জ্যেষ্ঠ বিজেপি নেতা জীৱন চুতীয়াৰ

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, January 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

NSUI কৰো কওতে কোম্পানীত কাম কৰা বুলি ভৱা মন্ত্ৰী পীয়ুষৰ প্ৰেমত কেনেকৈ পৰিছিল আইমী?

editor by editor
October 21, 2022
in অসম, চিনেমা, জীৱনশৈলী, লেখা
0
NSUI কৰো কওতে কোম্পানীত কাম কৰা বুলি ভৱা মন্ত্ৰী পীয়ুষৰ প্ৰেমত কেনেকৈ পৰিছিল আইমী?
0
SHARES
14.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ ওপজা দিন। প্ৰায় প্ৰতিসময়তে বিতৰ্কত সোমাই থকা আইমী বৰুৱাৰ ওপজা দিনটোতো বহুতেই সামাজিক মাধ্যমত আইমীক ট্ৰল কৰিছে। একাংশ ইউজাৰে আকৌ কৈছে, সমালোচনাক সহিব পৰা গুণ আইমী বৰুৱাৰ আছে বাবেই চৰ্চাৰ শিখৰত সদায়ে আইমী আছে।

মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পত্নী হিচাপেও অভিনেত্ৰী আইমীৰ আছে অন্য এক পৰিচয়। আইমী বৰুৱাই দুটি সন্তানৰ সৈতে বিভিন্ন ফটো সামাজিক মাধ্যমত প্ৰায়েই শ্বেয়াৰ কৰে। মন্ত্ৰী পত্নী হ’লেও সন্তানক সহজ-সৰল জীৱনৰ শিক্ষা দিয়াত কতোৱেই আইমীয়ে যেন ত্ৰুতি ৰখা নাই। আইমী-পীয়ুষৰ প্ৰেম কেনেকৈ আৰম্ভ হৈছিল? কেনেকৈ আইমী হৈ পৰিছিল ৰাজনীতিবিদৰ পত্নী?

আইমী বৰুৱাই সৰুকালৰে পৰাই অভিনয় কৰি আহিছে। পীয়ুষো আইমীৰ অভিনয়ৰ অনুৰাগী অছিল। আইমী বৰুৱাই পূৰ্বে দিয়া এক সাক্ষাৎকাৰত কৈছিল, ‘পীয়ুষক লগ পাওঁতে তেওঁ ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি বুলি মই গমেই পোৱা নাছিলো।’ NSUI কৰো বুলি পৰিচয় দিওতেও আইমীয়ে NSUI কৰো বুলি কওঁতে কিবা কোম্পানীত কাম কৰা বুলি ভাৱিছিল বুলি সাক্ষাৎকাৰত উল্লেখ কৰিছিল৷

পীয়ুষে আইমীৰ প্ৰেমত মত্ত হৈ বিয়াৰ প্ৰস্তাৱেই আগবঢ়ালে৷ আইমীয়ে যদিও প্ৰথমে এই প্ৰস্তাৱ স্বীকাৰ কৰা নাছিল পিছলৈ ঘৰুৱাভাৱে পীয়ুষে বিবাহৰ কথা আগবঢ়ায়৷ সাত জনমলৈ একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে ২০১১ চনত বিবাহপাশত আবদ্ধ হয় আইমী-পীয়ুষ৷ তাৰ পিছৰে পৰাই আইমীৰ প্ৰতিখোজত ছাঁ হৈ আছে পীয়ুষ৷ ওপজা দিনটোত আইমীৰ অনুৰাগীমহলৰ লগতে বহু ৰাজনীতিবিদেও সামাজিক মাধ্যমযোগে শুভেচ্ছা জনাইছে আইমীক।

আনহাতে স্বামী পীয়ুষেও আইমীক শুভেচ্ছা জনাই সামাজিক মাধ্যমত লিখিছে, ‘সহধৰ্মিণী আইমীলৈ জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। সংসাৰ-সন্তান তথা পৰিয়ালৰ লগতে নিজৰ কৰ্মক্ষেত্ৰ আৰু সামাজিক দায়িত্ব সমূহ সমানে সূচাৰুৰূপে সমাপণ কৰি অহা তোমাৰ সাৰ্মথ আৰু অফুৰন্ত শক্তি খিনিক সদায়েই আন্তৰিকতাৰে শ্ৰদ্ধা কৰোঁ, তোমাৰ দক্ষতাক লৈ সদায়েই গৌৰৱ অনুভৱ কৰোঁ। মোৰ সাহস-প্ৰেৰণা হৈ সদায়েই এই দৰে থাকা! মা কামাখ্যাৰ আশিসে সদায়েই তোমাক কুশলে ৰাখক। ‘

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ
জীৱনশৈলী

January 13, 2026
পিতৃ-মাতৃক অৱহেলা কৰিলেই কটা যাব ১০ শতাংশ দৰমহা! চৰকাৰী কৰ্মচাৰীৰ বাবে আহিছে নতুন নিয়ম, কংগ্ৰেছ শাসিত এই ৰাজ্যই কিয় লৈছে এনে সিদ্ধান্ত?
জীৱনশৈলী

পিতৃ-মাতৃক অৱহেলা কৰিলেই কটা যাব ১০ শতাংশ দৰমহা! চৰকাৰী কৰ্মচাৰীৰ বাবে আহিছে নতুন নিয়ম, কংগ্ৰেছ শাসিত এই ৰাজ্যই কিয় লৈছে এনে সিদ্ধান্ত?

January 13, 2026
কাইলৈৰ ৰাশিফলঃ মকৰ সংক্ৰান্তিত অমৃত সিদ্ধি যোগ, উত্তৰায়ণৰ প্ৰথম দিনাই ভাগ্য খুলিব এই ৫ৰাশিৰ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ মকৰ সংক্ৰান্তিত অমৃত সিদ্ধি যোগ, উত্তৰায়ণৰ প্ৰথম দিনাই ভাগ্য খুলিব এই ৫ৰাশিৰ

January 13, 2026
তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, মকৰ সংক্ৰান্তিৰ পাছতেই মালামাল হ’ব এই ৪ৰাশি
জীৱনশৈলী

তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, মকৰ সংক্ৰান্তিৰ পাছতেই মালামাল হ’ব এই ৪ৰাশি

January 13, 2026
Next Post
পৰম্পৰা, সংস্কৃতিতকৈ উৰ্ধত ধৰ্ম! মাজুলীত এইবাৰ আগ্ৰাসন ঘটিছে নেকি হিন্দুত্ববাদৰ?

ধনতেৰছ, বস্তু কিনাৰ শুভ মুহূৰ্তৰ বিষয়ে জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন