• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনতেৰছ, বস্তু কিনাৰ শুভ মুহূৰ্তৰ বিষয়ে জানেনে?

ধনতেৰছ, বস্তু কিনাৰ শুভ মুহূৰ্তৰ বিষয়ে জানেনে?

4 years ago
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

12 minutes ago
গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

46 minutes ago
পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

2 hours ago
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

2 hours ago
কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

3 hours ago
বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

4 hours ago
পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

4 hours ago
ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

5 hours ago
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

6 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ৬ ৰাশিক ভাগ্যই কৰিব সহায়, জানক দৈনিক ৰাশিফল

7 hours ago
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

18 hours ago
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনতেৰছ, বস্তু কিনাৰ শুভ মুহূৰ্তৰ বিষয়ে জানেনে?

editor by editor
October 22, 2022
in জীৱনশৈলী, ভাৰত
0
ধনতেৰছ, বস্তু কিনাৰ শুভ মুহূৰ্তৰ বিষয়ে জানেনে?
0
SHARES
20.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজি ধনতেৰছ। আজি সন্ধিয়া ৬ বাজি ৩ মিনিটত আৰম্ভ হ’ব ত্ৰয়োদশী তিথি। ২৩ অক্টোবৰ ২০২২ তাৰিখে সন্ধিয়া ৬ বাজি ৩ মিনিটত এই তিথি সমাপ্ত হ’ব। আনহাতে সন্ধিয়া প্ৰদোষ কাল- সন্ধিয়া ৫ বাজি ৪৫ মিনিটৰ পৰা ৮ বাজি ১৭ মিনিটলৈ বৃষ ৰাশিৰ ম্যাদ, সন্ধিয়া ৭ বাজি ১ মিনিটৰ পৰা ৮ বাজি ৫৬ মিনিটলৈ। ধনতেৰাছ পূজাৰ মুহূৰ্ত-সন্ধিয়া ৭ বাজি ১ মিনিটৰ পৰা ৮ বাজি ১৭ মিনিটলৈ।

ধনতেৰাছ ২০২২-ৰ বস্তু কিনাৰ মুহূৰ্ত

ধনতেৰাছৰ বাবে ২২ আৰু ২৩ অক্টোবৰ দুয়োটাতে বজাৰ কৰিব পাৰি। ধনতেৰাছত ক্ৰয়োদশী তিথিত বজাৰ কৰাটো আটাইতকৈ উপযুক্ত আৰু শুভ বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত, ক্ৰয়োদশী তিথিৰ কথা মনত ৰাখি, ২২ অক্টোবৰৰ আবেলি ৪ বাজি ১৩ মিনিটৰ পিছত আৰু ২৩ অক্টোবৰৰ আবেলি ৪ বাজি ৪৫ মিনিটৰ আগতে বজাৰ কৰাটো শুভ হ’ব। ধনতেৰাছৰ বজাৰৰ বাবে শনিবাৰে লোৰ সামগ্ৰী ক্ৰয় নকৰিব, কিয়নো শনিবাৰে লো ক্ৰয় কৰা নহয় বুলি লোকবিশ্বাস। ধনতেৰছত গণেশ চলিচা, লক্ষ্মী চালিচা আৰু কুবেৰ চালিচা পাঠ কৰা উচিত। তাৰ পিছতেই গণেশ, লক্ষ্মী আৰু কুবেৰৰ আৰতি কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

May 25, 2026
গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে
জীৱনশৈলী

গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

May 25, 2026
পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ
জীৱনশৈলী

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

May 25, 2026
কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?
জীৱনশৈলী

কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

May 25, 2026
Next Post
ডেংগুত আক্ৰান্ত ছলমান খান! বিগবছত ভাইজানৰ পৰিবৰ্তে আহিল কৰণ জোহাৰ

ডেংগুত আক্ৰান্ত ছলমান খান! বিগবছত ভাইজানৰ পৰিবৰ্তে আহিল কৰণ জোহাৰ

মস্তিষ্কৰ ৰোগ বৃদ্ধিৰ মূল কাৰণেই নিদ্ৰাহীনতা! কেনেকৈ দূৰ কৰিব নিদ্ৰাহীনতাক জানিবলৈ ক্লিক কৰক…

মস্তিষ্কৰ ৰোগ বৃদ্ধিৰ মূল কাৰণেই নিদ্ৰাহীনতা! কেনেকৈ দূৰ কৰিব নিদ্ৰাহীনতাক জানিবলৈ ক্লিক কৰক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.