• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মস্তিষ্কৰ ৰোগ বৃদ্ধিৰ মূল কাৰণেই নিদ্ৰাহীনতা! কেনেকৈ দূৰ কৰিব নিদ্ৰাহীনতাক জানিবলৈ ক্লিক কৰক…

মস্তিষ্কৰ ৰোগ বৃদ্ধিৰ মূল কাৰণেই নিদ্ৰাহীনতা! কেনেকৈ দূৰ কৰিব নিদ্ৰাহীনতাক জানিবলৈ ক্লিক কৰক…

4 years ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

19 minutes ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

1 hour ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

2 hours ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

16 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

16 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

17 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

17 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

18 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

19 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

19 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

20 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মস্তিষ্কৰ ৰোগ বৃদ্ধিৰ মূল কাৰণেই নিদ্ৰাহীনতা! কেনেকৈ দূৰ কৰিব নিদ্ৰাহীনতাক জানিবলৈ ক্লিক কৰক…

editor by editor
October 22, 2022
in জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
মস্তিষ্কৰ ৰোগ বৃদ্ধিৰ মূল কাৰণেই নিদ্ৰাহীনতা! কেনেকৈ দূৰ কৰিব নিদ্ৰাহীনতাক জানিবলৈ ক্লিক কৰক…
0
SHARES
13.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ শৰীৰত বিভিন্ন ৰোগে আক্ৰমণ কৰাৰ অন্যতম এটা কাৰণ হৈছে নিদ্ৰাহীনতা। সুস্থ থকাৰ মূল উপায়ে হৈছে পৰ্যাপ্ত টোপনি। বৰ্তমান সময়ত প্ৰায়সংখ্যক লোকৰেই মূল এক সমস্যা হৈছে নিদ্ৰাহীনতা। নিদ্ৰাহীনতাই মস্তিষ্কৰ কাৰ্যক্ষমতা কমাই আনে। শৰীৰৰ ওজন বৃদ্ধি কৰে। শৰীৰত বিভিন্ন ৰোগে আক্ৰমণ কৰাৰ অন্যতম কাৰণেই হৈছে নিদ্ৰাহীনতা।

চিকিৎসকে প্ৰকাশ কৰা অনুযায়ী একোজন ব্যক্তি সুস্থ হৈ থাকিবৰ বাবে টোপনি অত্যন্ত প্ৰয়োজনীয় বিষয়। বহুতেই এই কথাক মানিব নোখোজে যদিও চিকিৎসক দলটোৱে প্ৰকাশ কৰা অনুসৰি টোপনি কম হ’লে মূৰৰ বিষ, দুৰ্বল লগা আদি সমস্যাই দেখা দিয়েই।এজন প্ৰাপ্তবয়স্ক মানুহৰ বাবে কিমান সময় টোপনিৰ দৰকাৰ?

উল্লেখ্য যে চিকিৎসকে প্ৰকাশ কৰা অনুযায়ী এজন প্ৰাপ্তবয়স্ক লোকৰ বাবে অন্তত ৮ ঘণ্টা সময়ৰ টোপনিৰ প্ৰযোজন। সোনকালেই বিভিন্ন ৰোগে শৰীৰক আক্ৰমণ কৰাৰো মূলতে হৈছে নিদ্ৰাহীনতা। মস্তিষ্কৰ সৈতে জড়িত ৰোগৰ মূল কাৰণেই নিদ্ৰাহীনতা বুলি উল্লেখ কৰিছে চিকিৎসকৰ দলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

September 23, 2026
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন
জীৱনশৈলী

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

September 22, 2026
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ
জীৱনশৈলী

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

September 22, 2026
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু
ভাৰত

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

September 22, 2026
Next Post
যুৰীয়া কল খালেই যমজ সন্তান নহয়, যমজ সন্তান কেনেকৈ হয়? সবিশেষ জানিবলৈ ক্লিক কৰক…

যুৰীয়া কল খালেই যমজ সন্তান নহয়, যমজ সন্তান কেনেকৈ হয়? সবিশেষ জানিবলৈ ক্লিক কৰক...

সপোনে পূৰ্ণতা পালে! চাহ শ্ৰমিকৰ সন্তান হৰিচৰণ ভূমিজ উত্তীৰ্ণ হ’ল অসম লোকসেৱা আয়োগৰ পৰীক্ষাত

সপোনে পূৰ্ণতা পালে! চাহ শ্ৰমিকৰ সন্তান হৰিচৰণ ভূমিজ উত্তীৰ্ণ হ’ল অসম লোকসেৱা আয়োগৰ পৰীক্ষাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.