• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপোনে পূৰ্ণতা পালে! চাহ শ্ৰমিকৰ সন্তান হৰিচৰণ ভূমিজ উত্তীৰ্ণ হ’ল অসম লোকসেৱা আয়োগৰ পৰীক্ষাত

সপোনে পূৰ্ণতা পালে! চাহ শ্ৰমিকৰ সন্তান হৰিচৰণ ভূমিজ উত্তীৰ্ণ হ’ল অসম লোকসেৱা আয়োগৰ পৰীক্ষাত

4 years ago
‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

39 minutes ago
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

2 hours ago
সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?

সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?

2 hours ago
পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

3 hours ago
টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

4 hours ago
কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

5 hours ago
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

5 hours ago
মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

6 hours ago
‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

7 hours ago
দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

7 hours ago
প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

8 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সপোনে পূৰ্ণতা পালে! চাহ শ্ৰমিকৰ সন্তান হৰিচৰণ ভূমিজ উত্তীৰ্ণ হ’ল অসম লোকসেৱা আয়োগৰ পৰীক্ষাত

editor by editor
October 22, 2022
in অসম, শিক্ষা
0
সপোনে পূৰ্ণতা পালে! চাহ শ্ৰমিকৰ সন্তান হৰিচৰণ ভূমিজ উত্তীৰ্ণ হ’ল অসম লোকসেৱা আয়োগৰ পৰীক্ষাত
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাতৃয়ে বাগানত পাত তুলি থাকিয়েই দেখিছিল এই সপোন। পুত্ৰক ডাঙৰ মানুহ কৰাৰ সপোন। মাতৃৰ সপোন অৱশেষত সাৰ্থক হ’ল। APS বিষয়া হ’ল চাহ বাগিচাৰ শ্ৰমিকৰ সন্তান হৰিচৰণ ভূমিজ।

আৰ্থিক দূৰৱস্থা আগুৱাই যোৱাত কেতিয়াও বাধা হ’ব নোৱাৰে। সেই কথাকে পুনৰ প্ৰমাণ কৰিলে চাহ শ্ৰমিকৰ সন্তান হৰিচৰণ ভূমিজে।নিজৰ লক্ষ্যত উপনীত হ’বলৈ কৰা ত্যাগ, একনিষ্ঠতাৰ ফলত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে হৰিচৰণ ভূমিজ। সদ্যঘোষিত APSC পৰীক্ষাৰ ফলাফলত ৪১ নং স্থানত উত্তীৰ্ণ হৈছে মৰিয়নিৰ কঠালগুৰি চাহ বাগিচাৰ হৰিচৰন ভূমিজ।

পুত্ৰই কিবা এটা পৰীক্ষাত পাছ কৰিছে, সকলো আহিছে খবৰ লবলৈ,গামোচা পিন্ধাইছে, সম্বৰ্ধনাও জনাইছে কিন্তু বাগানত পাত তোলা সহজ সৰল মাতৃয়ে একো বুজি পোৱা নাই। হৰিচৰণৰ মাতৃয়ে মৰিয়নিৰ কঠালগুৰি চাহ বাগিচাত পাত চিঙে। বাগানত পাত চিঙিও পুত্ৰক ডাঙৰ মানুহ কৰাৰ সপোন দেখিছিল মাতৃয়ে। সেয়ে অশেষ কষ্ট আৰু ঘাত-প্ৰতিঘাতৰ মাজেৰে পুত্ৰক আগুৱাই যোৱাৰ সাহস দিছিল মাতৃয়ে।

পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই হৰিচৰণে সংবাদ মাধ্যমৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰি কয়, ‘২০১৯-ৰ পৰা কৰা প্ৰচেষ্টাৰ ফল পালো। চাহ বাগিচাৰ বুলি একো কথা নাই, চেষ্টা কৰিলে সফলতা লাভ কৰিবই। মোৰ এই কৃতিত্বৰ অধিকাৰী মই নহয়, মোৰ মাহে মোৰ এই কৃতিত্বৰ অধিকাৰী।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা
বিনোদন

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

August 9, 2026
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?
অসম

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

August 8, 2026
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ
বিনোদন

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

August 8, 2026
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা
অসম

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

August 8, 2026
Next Post
নাৰীক হত্যাৰ বাবেই নিজা সংবিধান! যৌন সম্ভোগ কৰিবলৈ মান্তি নহ’লে কৰা হ’ব গণধৰ্ষণ

নাৰীক হত্যাৰ বাবেই নিজা সংবিধান! যৌন সম্ভোগ কৰিবলৈ মান্তি নহ’লে কৰা হ’ব গণধৰ্ষণ

টি২০ বিশ্বকাপৰ প্ৰথমখন খেলতেই নিউজিলেণ্ডৰ হাতত ধৰাশায়ী ঘৰুৱা দল অষ্ট্ৰেলিয়া

টি২০ বিশ্বকাপৰ প্ৰথমখন খেলতেই নিউজিলেণ্ডৰ হাতত ধৰাশায়ী ঘৰুৱা দল অষ্ট্ৰেলিয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.