• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাৰীক হত্যাৰ বাবেই নিজা সংবিধান! যৌন সম্ভোগ কৰিবলৈ মান্তি নহ’লে কৰা হ’ব গণধৰ্ষণ

নাৰীক হত্যাৰ বাবেই নিজা সংবিধান! যৌন সম্ভোগ কৰিবলৈ মান্তি নহ’লে কৰা হ’ব গণধৰ্ষণ

4 years ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

4 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

4 hours ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

5 hours ago
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

6 hours ago
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

6 hours ago
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

7 hours ago
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

7 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

8 hours ago
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

9 hours ago
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

10 hours ago
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

11 hours ago
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

নাৰীক হত্যাৰ বাবেই নিজা সংবিধান! যৌন সম্ভোগ কৰিবলৈ মান্তি নহ’লে কৰা হ’ব গণধৰ্ষণ

editor by editor
October 22, 2022
in অপৰাধ, বিশ্ব
0
নাৰীক হত্যাৰ বাবেই নিজা সংবিধান! যৌন সম্ভোগ কৰিবলৈ মান্তি নহ’লে কৰা হ’ব গণধৰ্ষণ
0
SHARES
842
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কোনো নাৰী সংগ তেওঁ পোৱা নাছিল। কোনো নাৰীয়েই তেওঁৰ সৈতে সম্পৰ্ক ৰাখিব নোখোজে। সকলো নাৰীয়েই বাৰে বাৰে প্ৰত্যাখান কৰে প্ৰস্তাৱ। ক্ষোভত একো নাই হৈ ব্যক্তিগৰাকীয়ে প্ৰায় ৩,০০০ মহিলাক হত্যাৰ পৰিকল্পনা কৰে। আমেৰিকাৰ ওহায়ো বিশ্ববিদ্যালয়ৰ ২২ বছৰীয়া ছাত্ৰ ট্ৰেছ গেংকোক আৰক্ষীয়ে আটক কৰাৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ তথ্য।

বিশ্বৰ আগশাৰীৰ বহুকেইটা সংবাদমাধ্যমে প্ৰকাশ কৰা প্ৰতিবেদন মতে ট্ৰেছ এজন ইনছেল। ইনছেল ব্যক্তিয়ে বয়সত তৰুণ হ’লেও মহিলাক যৌনসুখ দিব পৰাকৈ তেওঁলোক অপাৰগ। নিজেও যৌন সম্ভোগৰ তৃপ্তি নাপায় যাৰ ফলত এনে ব্যক্তিয়েই বিবাহিত পতি-পত্নী বা অন্য তেনে যুঁটি দেখিলেই ক্ষোভত ফাটি পৰে।

২০২১ চনত গ্ৰেপ্তাৰ হোৱা ট্ৰেছে ২০১৯ চনৰ পৰা ২০২০ চনলৈ এটা অনলাইন গ্ৰুপ চলাইছিল। সেই গ্ৰুপটোতেই তেওঁ বন্ধুবৰ্গৰ সৈতে নাৰীক আক্ৰমণ কৰাৰ বাবে বিভিন্ন উপায়ৰ বিষয়ে আলোচনা চলাইছিল। আক্ৰমণৰ বাবেই সামৰিক প্ৰশিক্ষণো গ্ৰহণ কৰিছিল ট্ৰেছে। জৰ্জিয়াৰ এক সেনা প্ৰশিক্ষণ শিবিৰৰ কৰ্মচাৰী আছিল ট্ৰেছ। তাৰ পিছতেই উচ্চ শিক্ষাৰ বাবে ট্ৰেছ ওহিয়া বিশ্ববিদ্যালয়ত ভৰ্তি হয়।

বিশ্ববিদ্যালয়ত ভৰি দিয়াৰ পিছতেই প্ৰত্যেক দিনেই ট্ৰাছে চলাই গৈছিল গণহত্যাৰ ন ন পৰিকল্পনা। পৰিকল্পনা মতেই কামত আগবাঢ়োতেই আৰক্ষীয়ে আটক কৰে ট্ৰাছক। আৰক্ষীয়ে ট্ৰাছক গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰকাশ কৰা প্ৰতিবেদনত দিছে বহুকেইটা ভয়ংকৰ তথ্য।

আৰক্ষীয়ে জনোৱা মতে, ট্ৰাছে ইণ্টাৰনেটত একেলগে বহু মহিলাক কেনেকৈ হত্যা কৰিব পাৰি তাৰ টিপছ খুচৰিছিল। পৰিকল্পনা মতে আগবাঢ়িবলৈ প্ৰায় সকলো যোগাৰেই সাঁজু কৰিছিল ট্ৰাছে। নিজাকৈ এখন সংবিধানো বনাইছিল, য’ত লিখা আছিল তেওঁৰ সৈতে সংগম কৰিবলৈ অনিচ্ছুক প্ৰত্যেক নাৰীকেই শাস্তি হিচাপে ধৰ্ষণ কৰিব। ইয়াৰোপৰি এনেকৈ অনিচ্ছা প্ৰকাশ কৰা নাৰীক গুলীচালনা কৰি হত্যা কৰা হ’ব বুলিও তেওঁ নিজা সংবিধানত প্ৰকাশ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ
অপৰাধ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

July 24, 2026
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু
জীৱনশৈলী

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

July 23, 2026
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?
বিশ্ব

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

July 22, 2026
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা
অপৰাধ

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

July 22, 2026
Next Post
টি২০ বিশ্বকাপৰ প্ৰথমখন খেলতেই নিউজিলেণ্ডৰ হাতত ধৰাশায়ী ঘৰুৱা দল অষ্ট্ৰেলিয়া

টি২০ বিশ্বকাপৰ প্ৰথমখন খেলতেই নিউজিলেণ্ডৰ হাতত ধৰাশায়ী ঘৰুৱা দল অষ্ট্ৰেলিয়া

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান, ৰাজ্যিক মৰ্যাদাৰে হ’ব শেষকৃত্য

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান, ৰাজ্যিক মৰ্যাদাৰে হ’ব শেষকৃত্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.